• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

3 weeks ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

18 minutes ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

40 minutes ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

1 hour ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

2 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

3 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

15 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

16 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

16 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

18 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

18 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

UPI ৰ জৰিয়তে কিমান টকা পঠিয়াব পাৰে আপুনি সবিশেষ জানক

editor by editor
August 31, 2026
in বাণিজ্য, বিবিধ, লেখা
0
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনটো এতিয়া অনলাইন নিৰ্ভৰশীল। দেশৰ অধিকাংশ লোকে এতিয়া ইউ পি আই ব্যৱহাৰ কৰে। টকা পঠোৱা, ধন লাভ কৰা, ইউটিলিটি বিল পৰিশোধ কৰা আদি লেনদেন ইউ পি আইৰ জৰিয়তে কৰা হয়। বৰ্তমান UPI দেশত অতি জনপ্ৰিয়। প্ৰতিদিনে ইউপিআইৰ জৰিয়তে অভিলেখ পৰিমাণৰ লেনদেন কৰা হৈছে। কিন্তু ইউ পি আইৰ জৰিয়তে কিমান টকা পঠিয়াব পাৰি সেই কথা বহুতে নাজানে। দিনটোত কিমান টকা পঠিয়াব পাৰি জানেনে?

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনৰ নিয়ম অনুসৰি এদিনতে ইউ পি আইত এক লাখ টকা পৰ্যন্ত লেনদেন কৰিব পৰা যাব। সেই সীমা অতিক্ৰম কৰিলে আৰু কোনো স্বাভাৱিক লেনদেন কৰিব নোৱাৰিব।

কিন্তু কিছুমান বিশেষ ক্ষেত্ৰত ইউপিআইৰ জৰিয়তে ১ লাখ টকাৰ অধিক ধন প্ৰেৰণ কৰিব পৰা যায়। আৰ বি আই আৰু এন পি চি আইৰ নিয়ম অনুসৰি ইয়াৰ অনুমতি। কিন্তু সাধাৰণ লেনদেনৰ ক্ষেত্ৰত নহয়, কৰ পৰিশোধ কৰা, আই পি অ’ত ইউনিট ক্ৰয় কৰা, চিকিৎসালয়ৰ বিল পৰিশোধ কৰা আৰু শিক্ষানুষ্ঠানক ধন দিয়াৰ দৰে ক্ষেত্ৰত ১ লাখ টকাৰ অধিক ধন প্ৰেৰণ কৰিব পৰা যায়।

ইউপিআইয়ে আয়কৰ পৰিশোধৰ বাবে ৫ লাখ টকা পৰ্যন্ত লেনদেনৰ অনুমতি দিয়ে। আই পি অ’ৰ আবেদন আৰু আৰ বি আইৰ খুচুৰা বিক্ৰেতা প্ৰত্যক্ষ আঁচনিৰ ধন পৰিশোধৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য। একেদৰে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানলৈ দিয়া বিলৰ ক্ষেত্ৰতো ৫ লাখ টকাৰ সীমা প্ৰযোজ্য।

ইউপিআই লাইট-

UPI Lite নামৰ এটা বৈশিষ্ট্য আছে। ইয়াৰ জৰিয়তে এদিনত সৰ্বাধিক ৫ হাজাৰ টকা দিব পাৰিব। ইণ্টাৰনেট নাথাকিলেও ইউপিআই পেমেণ্ট কৰিব পাৰিব। আইভিআৰ নম্বৰ, ফিচাৰ ফোন এপ, মিছড কল ভিত্তিক পদ্ধতি, প্ৰক্সিমিটি চাউণ্ড ভিত্তিক পেমেণ্ট আদি পদ্ধতিৰ জৰিয়তে ইউপিআই পেমেণ্ট সহজেই কৰিব পাৰি।

যদি কোনো ব্যক্তিয়ে ইউপিআইৰ নিৰ্দিষ্ট সীমাতকৈ অধিক লেনদেন কৰিব বিচাৰে, তেন্তে এনইএফটি আৰু আৰটিজিএছৰ দৰে পদ্ধতি ব্যৱহাৰ কৰিব লাগে। এই পদ্ধতিত যিকোনো পৰিমাণৰ ধন ডিজিটেলভাৱে প্ৰেৰণ কৰিব পৰা যায়। সৰু লেনদেনৰ বাবে ইউপিআই উপযোগী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম
বিনোদন

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!
জীৱনশৈলী

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

September 21, 2026
Next Post
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ'ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.