• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

3 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

6 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

6 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

7 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

7 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

8 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

9 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

9 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

10 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

10 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

11 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

12 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

editor by editor
January 10, 2024
in প্ৰযুক্তি, ভাৰত
0
১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী
0
SHARES
12.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত ডিজিটেল পেমেণ্টৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি হৈছে। মূলত UPIৰ প্ৰচলনৰ পাছৰে পৰাই অনলাইন লেনদেন বহু সহজ হৈ পৰিছে। UPI ৰে ঘৰত বহিয়েই টকা পঠিওৱা পদ্ধতি সহজ হৈ পৰিছে। আনকি নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত অফলাইনেৰেও পেমেণ্ট কৰা সম্ভৱ। বিগত ৩-৪ বছৰ ধৰি দেশত UPI লেনদেনৰ হাৰ ব্যাপকৰূপত বৃদ্ধি পাইছে। সম্প্ৰতি ২০২৪ চনত UPIত কেইবাটাও সালসলনি হৈছে। জানি থওক UPI লেনদেনৰ সীমা কিমান বৃদ্ধি পাইছে?

নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেশ্ব্যন অফ ইণ্ডিয়া বা NPCIয়ে ১০ জানুৱাৰীৰ পৰা হাস্পতাল আৰু শিক্ষাক্ষেত্ৰৰ লেনদেনৰ বাবে নিৰ্ধাৰিত সীমা ৫ লাখ টকা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশ মানিয়েই এই সিদ্ধান্ত লৈছে NPCIয়ে। ইয়াৰ অৰ্থ এয়াই যে গ্ৰাহকে UPIৰ মাধ্যমেৰে হাস্পতালৰ চিকিৎসা বিল বা শিক্ষা ক্ষেত্ৰৰ কোনো বিল পৰিশোধ কৰিবলৈ ৫ লাখ পৰ্যন্ত ধন UPIৰে দিব পাৰিব। এই সালসলনিৰ প্ৰধান কাৰণ হৈছে চিকিৎসা ক্ষেত্ৰত খৰচৰ পৰিমান বৃদ্ধি পাইছে। শিক্ষা ক্ষেত্ৰতো একেই দশা। এই পৰিস্থিতিত এই দুই ক্ষেত্ৰৰ UPI লিমিট বৃদ্ধিৰ বাবে আহ্বান জনাইছিল প্ৰায়সংখ্যক লোকেই।

নিষ্ক্ৰিয় UPI আই ডি এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব
নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেশ্ব্যন অফ ইণ্ডিয়াই ২০২৪ চনৰ আৰম্ভণিৰে পৰা বহু নিষ্ক্ৰিয় UPI আই ডি বন্ধ কৰি দিছে। এক বা একাধিক বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা UPI আই ডিসমূহ ব্লকো কৰি দিয়া হৈছে। ১ জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় আই ডিৰ পৰা পেমেণ্ট কৰিব নোৱাৰিব ব্যৱহাৰকাৰীয়ে। পুনৰ একাউণ্ট এক্টিভ কৰিলেহে UPI পেমেণ্ট কৰিব পাৰিব নিষ্ক্ৰিয় আইডিৰ পৰা।

UPI জালিয়াতি দূৰ কৰিবলৈকে কেন্দ্ৰই এই নিয়ম তৈয়াৰ কৰিছে। UPIৰে প্ৰথম পেমেণ্টৰ সময়ত কোনো এজন ব্যক্তিয়ে ২০০০টকাতকৈ বেছি লেনদেন কৰিব নোৱাৰিব। ইয়াৰোপৰি UPI ৰে অচিনাকী একাউণ্টলৈ পেমেণ্ট কৰাৰ সময়ত ৪ঘণ্টাতকৈ বেছি সময় লাগিব পাৰে। অৱশ্যে এই দুটা প্ৰস্তাৱ এতিয়াও কাৰ্যকৰী হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা
জীৱনশৈলী

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

September 3, 2026
Next Post
বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

আৰম্ভণিতেই কেণা লাগিল! ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

আৰম্ভণিতেই কেণা লাগিল! 'ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.