• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বুটিঙৰ সময়তে বেয়াকৈ আঘাতপ্ৰাপ্ত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, হাস্পতালত ভৰ্তি

শ্বুটিঙৰ সময়তে বেয়াকৈ আঘাতপ্ৰাপ্ত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, হাস্পতালত ভৰ্তি

2 years ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

11 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

59 minutes ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

1 hour ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

2 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

3 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

5 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

6 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শ্বুটিঙৰ সময়তে বেয়াকৈ আঘাতপ্ৰাপ্ত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, হাস্পতালত ভৰ্তি

editor by editor
July 10, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
শ্বুটিঙৰ সময়তে বেয়াকৈ আঘাতপ্ৰাপ্ত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, হাস্পতালত ভৰ্তি
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বুটিঙৰ সময়তে বেয়াকৈ আঘাতপ্ৰাপ্ত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, হাস্পতালত ভৰ্তি

শ্বুটিং চলি থাকোতে এক দৃশ্যাংশৰ দৃশ্যগ্ৰহণত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। খবৰ অনুসৰি আঘাত গুৰুতৰ অভিনেত্ৰীগৰাকীৰ। বৰ্তমানে হাস্পতালত চিকিৎসাধীন অৱস্থাত অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকী হৈছে উৰ্ৱশী ৰাউটেলা।

উৰ্বশী ৰাউটেলাই কেৱল ছবিৰ বাবেই নহয় ব্যক্তিগত জীৱনৰ বাবেও বহু শিৰোনাম দখল কৰে। অনুৰাগীৰ সৈতে নিজৰ সৈতে জড়িত তথ্য শ্বেয়াৰ কৰে। এতিয়া শেহতীয়াকৈ হায়দৰাবাদত ছবিএখনৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ অভিনেত্ৰীগৰাকী চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ আহিছে।

নন্দমুৰি বালকৃষ্ণৰ তেলেগু ছবি ‘এনবিকে ১০৯’ত দেখা যাব অভিনেত্ৰী উৰ্বশী ৰাউটেলাক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হায়দৰাবাদত ছবিখনৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ছবিখনত ববি দেউলেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

উৰ্বশীৰ দলে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে অভিনেত্ৰীগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। এতিয়া তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, য’ত তেওঁক সৰ্বোত্তম চিকিৎসা প্ৰদান কৰা হৈছে। উৰ্ভাশীৰ দলটোৱে আৰু প্ৰকাশ কৰে যে এক্সন দৃশ্য শ্বুটিং কৰাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে আঘাত পায়।

উৰ্বশী শেহতীয়াকৈ হায়দৰাবাদলৈ ৰাওনা হৈছিল ‘এনবিকে ১০৯’ৰ তৃতীয় সূচীৰ শ্বুটিঙৰ বাবে। উৰ্বশীৰ স্বাস্থ্য আপডেটৰ লগতে দুৰ্ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীয়ে। কিয়নো বৰ্তমানলৈ উৰ্বশীয়ে চিকিৎসালয়ৰ কোনো ছবি বা ভিডিঅ’ শ্বেয়াৰ কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actressIndian ActressInjuredurvashi rautelaurvashi rautela Injured
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ
প্ৰযুক্তি

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

March 23, 2026
Next Post
বিবাহ বিচ্ছেদৰ পাছত মুছলমান পত্নীয়ে স্বামীৰ পৰা দাবী কৰিব পাৰিব মাহিলী ভাট্টা- উচ্চতম ন্যায়ালয়

বিবাহ বিচ্ছেদৰ পাছত মুছলমান পত্নীয়ে স্বামীৰ পৰা দাবী কৰিব পাৰিব মাহিলী ভাট্টা- উচ্চতম ন্যায়ালয়

কেৱল পাতেই নহয় ইয়াৰ গুটিবোৰ ৰামবান সদৃশ বহু বেমাৰত, জানক সবিশেষ-

কেৱল পাতেই নহয় ইয়াৰ গুটিবোৰ ৰামবান সদৃশ বহু বেমাৰত, জানক সবিশেষ-

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.