• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাল উৎপন্না একাদশী, শ্ৰী হৰিৰ আশীৰ্বাদ লাভ কৰিবলৈ এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব

কাল উৎপন্না একাদশী, শ্ৰী হৰিৰ আশীৰ্বাদ লাভ কৰিবলৈ এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব

3 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

3 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

3 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

4 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

4 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

5 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

6 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

7 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

7 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

8 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

9 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাল উৎপন্না একাদশী, শ্ৰী হৰিৰ আশীৰ্বাদ লাভ কৰিবলৈ এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব

editor by editor
December 7, 2023
in জীৱনশৈলী
0
কাল উৎপন্না একাদশী, শ্ৰী হৰিৰ আশীৰ্বাদ লাভ কৰিবলৈ এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব
0
SHARES
396
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আঘোণ মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথিক উৎপন্না একাদশী বুলি কোৱা হয়। চাৰি মাহ যোগ নিদ্ৰাত থকাৰ পাছত শ্ৰী বিষ্ণু জাগ্ৰত হ’লে এয়াই হ’ব প্ৰথম একাদশী। আগন্তুক ৮ ডিচেম্বৰ শুকুৰবাৰে উৎপন্না একাদশী পালিত হ’ব। চতুৰ্থমাহৰ পাছত দেৱ উত্থানী একাদশীত শ্ৰীবিষ্ণুৰ টোপনি ভাঙিব। দেৱ উত্থানী একাদশীতেই চাৰি মাহৰ বিশ্ৰামৰ পাছত বিশ্ব ব্ৰহ্মাণ্ড পৰিচালনাৰ দায়িত্ব আকৌ নিজৰ কান্ধত তুলি ল’ব তেওঁ। ইয়াৰ পাছৰ একাদশী তিথি হৈছে উৎপন্না একাদশী। এই একাদশী তিথি শ্ৰী বিষ্ণুৰ উদ্দেশ্যে নিবেদিত। শুকুৰবাৰ হৈছে বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ প্ৰিয় দিন। এই বছৰ উৎপন্না একাদশীত শুকুৰবাৰে বিশেষ কেইটামান শুভ যোগ সৃষ্টি হৈছে। জ্যোতিষবিদে জনোৱা অনুসৰি এই দিনটোত কেইটামান উপায় অৱলম্বন কৰিলে লক্ষ্মী আৰু নাৰায়ণৰ মিলিত আশীৰ্বাদ লাভ কৰা সম্ভৱ। এই উৎপন্না একাদশীত কি কৰিলে ভাল ফল পাব?

নাৰায়ণৰ অভিষেক
উৎপন্না একাদশীত পঞ্চামৃত দি শ্ৰী বিষ্ণুৰ অভিষেক কৰক। ইয়াৰ পাছতেই গাখীৰেৰে তৈয়াৰী পায়সৰ মাজত জাফৰাণ আৰু তুলসী পাত দি নিবেদন কৰক। এই কাম কৰিলে আপোনাৰ অৰ্থলাভৰ পথ সুগম হ’ব। আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। নিজৰ কামৰ বাবে কাৰ্যালয়ত প্ৰশংসা লাভ কৰিব।

তুলসী গছৰ উপায়
উৎপন্না একাদশীৰ পুৱা আৰু সন্ধিয়াত তুলসী গছৰ তলত এটা ঘীৰ প্ৰদীপ জ্বলাই দিব। ইয়াৰ সৈতে লক্ষ্মী চালিছা পাঠ কৰক। এই দিনটোত শ্ৰী বিষ্ণুক ১১ টা তুলসী পাত নিবেদন কৰক। ইয়াৰোপৰি ‘ওম নমহ ভগৱতে বাসুদেৱায়’ মন্ত্ৰ জপ কৰক। এই কাম কৰিলে লক্ষ্মী আৰু নাৰায়ণৰ আশীৰ্বাদত আপোনাৰ দাৰিদ্ৰতা দূৰ হ’ব।

৯মুখী প্ৰদীপ জ্বলাওক
উৎপন্না একাদশীত শ্ৰী বিষ্ণুৰ ভৰিৰ ওচৰত ৯মুখীয়া ঘীৰ প্ৰদীপ জ্বলোৱাটো অত্যন্ত শুভ। এই কাম কৰিলে আপোনাৰ কেৰিয়াৰৰ পথত অহা সকলো বাধা দূৰ হ’ব। মা লক্ষ্মীৰ আশীৰ্বাদত আপুনি সকলো কামতেই সফলতা পাব। কঁপাহৰ সলনি এৱা সুঁতাৰে প্ৰদীপ জ্বলোৱাৰ ব্যৱস্থা কৰিলে ভাল ফল পাব।

দক্ষিণাবৰ্তী শংখ
উৎপন্না একাদশীত এটা দক্ষিণাবৰ্তী শংখ লৈ ঘৰৰ পূজা কৰা স্থানত প্ৰতিষ্ঠা কৰক। ইয়াৰ ফলত মা লক্ষ্মীয়ে আপোনাৰ ঘৰত অৱস্থান কৰিব। সমগ্ৰ পৰিয়ালৰ ওপৰতেই তেওঁৰ আশীৰ্বাদ বৰ্ষিত হ’ব। তামৰ পাত্ৰৰ ওপৰত এই দক্ষিণাবৰ্তী শংখ প্ৰতিষ্ঠা কৰক। গাখীৰ আৰু পানীয়ে ধুই এই শংখ পূজাঘৰত থব। ইয়াৰফলত লক্ষ্মী আপোনাৰ ঘৰৰ প্ৰতি আকৃষ্ট হ’ব।

দানকৰ্ম
উৎপন্না একাদশীত দৰিদ্ৰক দান কৰিলে বিশেষ শুভ ফল লাভ কৰিব। এই দিনটোত অভাৱী মানুহক পোছাক, কম্বল, ফল, গুড় আৰু বাদাম দান কৰক। ইয়াৰ ফলত আপোনাৰ পূণ্যলাভ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
৫০ বছৰ ধৰি একোৱেই খোৱা নাই! খাদ্য অবিহনে ৭৫বছৰীয়া মহিলাগৰাকী কেনেকৈ সুস্থ হৈ আছে?

৫০ বছৰ ধৰি একোৱেই খোৱা নাই! খাদ্য অবিহনে ৭৫বছৰীয়া মহিলাগৰাকী কেনেকৈ সুস্থ হৈ আছে?

২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ…

২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.