• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকলৈ দৈনিক দি থকা হৈছে মটৰ পনিৰ, পোলাও, ফলমূল, কিন্তু উদ্ধাৰ কৰি কেতিয়া বাহিৰলৈ অনা হ’ব ৪০ শ্ৰমিকক?

2 years ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

39 minutes ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

1 hour ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

3 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

4 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

5 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

6 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

7 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকলৈ দৈনিক দি থকা হৈছে মটৰ পনিৰ, পোলাও, ফলমূল, কিন্তু উদ্ধাৰ কৰি কেতিয়া বাহিৰলৈ অনা হ’ব ৪০ শ্ৰমিকক?

editor by editor
November 22, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকলৈ দৈনিক দি থকা হৈছে মটৰ পনিৰ, পোলাও, ফলমূল, কিন্তু উদ্ধাৰ কৰি কেতিয়া বাহিৰলৈ অনা হ’ব ৪০ শ্ৰমিকক?
0
SHARES
558
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক খাদ্য হিচাপে কি কি দি থকা হৈছে এই বিষয়টোক লৈ বহুতেই চৰ্চা চলাইছে। বিগত ১২ নৱেম্বৰৰ নিশাৰ ভাগৰ পৰাই আৱদ্ধ হৈ আছে শ্ৰমিকসকল। শ্ৰমিকৰ স্বাস্থ্যৰ কথা ভাৱিয়েই নিয়মিতভাৱে পুষ্টিকৰ খাদ্য প্ৰেৰণ কৰি থকা হৈছে। খিচিৰিকে ধৰি পোলাও, মটৰ পনিৰ, ৰুটি ইত্যাদি দৈনিক দি থকা হৈছে ৪০গৰাকী শ্ৰমিকক। মঙলবাৰে নিশাও পাইপেৰে ১৫০টা খাদ্যৰ পেকেট পঠিয়াই দিয়া হৈছে। সংবাদ সংস্থা এএনআইৰ তথ্যমতে মঙলবাৰে নিশা ৬ ইঞ্চিৰ খাদ্য সৰবৰাহকাৰী পাইপেৰে খাদ্যৰ ওপৰিও ফলমূলো পঠিয়াই দিয়া হৈছে। এই সন্দৰ্ভত ৰান্ধনী সঞ্জিৎ ৰানাই কয়, ‘চিকিৎসকৰ তত্ত্বাবধানতেই সমস্ত ৰন্ধাবঢ়া কৰা হৈছে। হজম কৰাত যাতে কাৰোৱে অসুবিধা নহয় তেনে খাদ্যহে দি থকা হৈছে। কম তেল, মচলা দি ভেজ পোলাও আৰু মটৰ পনিৰ ৰন্ধা হৈছে। মাখন দি ৰুটিও বনোৱা হৈছে।’

উদ্ধাৰকাৰী দলৰ সৈতে যুক্ত এজন ৰান্ধনিয়ে এই সন্দৰ্ভত কয়, ‘প্ৰতিদিনেই আমি প্ৰায় ১৫০ পেকেট সুৰংগৰ ভিতৰলৈ পঠিয়াই আছো। প্ৰতিটো পেকেটতেই নিৰ্দিষ্ট পৰিমানৰ পোলাও, পনিৰ আৰু দুখনকৈ ৰুটি পঠিয়াও। এলুমিনিয়াম ফয়েলেৰে খাদ্যসমূহ পেকিং কৰাৰ ওপৰিও ৫ৰ পৰা ১০ কিঃগ্ৰাঃ ফল দৈনিক পঠিয়াও। আপেল, নেমুৰ পৰা আৰম্ভ কৰি প্ৰায় ৫ডজন কল শ্ৰমিকৰ বাবে প্ৰতিদিনেই পঠিয়াই থকা হৈছে। সোমবাৰে অৱশ্যে পাইপেৰেই বটলত ভৰাই খিচিৰি পঠিয়াই দিছো। শ্ৰমিকক যাতে মানসিক অৱসাদে গ্ৰাস নকৰে তাৰবাবে দৈনিক এণ্টি ডিপ্ৰেছেণ্ট ঔষধো দিয়া হৈছে।

এনডিআৰএফৰ তৰফৰ পৰা জনোৱা অনুসৰি, সুৰংগৰ ভিতৰত থকা শ্ৰমিকক বাহিৰলৈ উলিওৱাৰ প্ৰক্ৰিয়া ইমান সহজো নহয়। সকলোধৰণৰ চেষ্টাই কৰি থকা হৈছে। কিন্তু উদ্ধাৰকাৰ্য সম্পন্ন হ’বলৈ কিমান দিন লাগিব সেয়া ধৰিব পৰা হোৱা নাই। সকলো চেষ্টাই চলাই থকা হৈছে। এই সন্দৰ্ভত এনডিআৰএফৰ লেফ্টেনেণ্ট জেনেৰেল ছইদ আটা হাছনাইনে কয়, ‘সুৰংগৰ ভিতৰত পৰ্যাপ্ত পৰিমানৰ অক্সিজেন আৰু খাদ্য আছে। খাদ্য নিয়মিতভাৱেই দি আছো। শ্ৰমিকসকল সুৰক্ষিত হৈয়েই আছে। মানসিকভাৱে ভাঙি নপৰিবলৈকো আমি সকলো যা যোগাৰেই কৰিছো। শ্ৰমিকৰ পৰিয়ালৰ সদস্যসকলক আমি আনিছো। তেওঁলোকক সেই স্থানৰ ওচৰতেই থাকিবলৈ হোটেল ঠিক কৰি দিছো। পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ থাকিলে মানসিকভাৱে তেওঁলোক শক্তিশালী হৈ থাকিব।’

উল্লেখ্য যে বিগত ১২ নৱেম্বৰৰ পৰাই উত্তৰকাশী জিলাৰ ব্ৰহ্মকাল, যমুনাত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ছিল্কিয়াৰা আৰু ডাণ্ডালহাগাঁৱৰ মাজত নিৰ্মাণ কৰি থকা সুৰংগৰ একাংশ অংশ খহি পৰে। সেই স্থানতেই প্ৰায় ৮ মিটাৰ ওখ আৰু দুই কিঃমিঃ দীঘল সুৰংগত আৱদ্ধ হৈ পৰে শ্ৰমিকসকল। তেওঁলোকৰ মাজত আছে অসমৰো দুজনকৈ শ্ৰমিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

May 7, 2026
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ
জীৱনশৈলী

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

May 7, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
Next Post
টি-২০ আৰু এদিনীয়া মেচত নতুন নিয়ম, ICCৰ নতুন ষ্টপ ক্লক পদ্ধতি কি? জানি থওক সবিশেষ

বিভ্ৰান্তিমূলক বিজ্ঞাপন বন্ধ নহ’লে ১কোটিৰ জৰিমনা! পতঞ্জলিক সঁকীয়াই দিলে উচ্চতম ন্যায়ালয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন