• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

4 months ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

20 minutes ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? ধন পৰিশোধ নকৰিলে হ’ব পাৰে লক!

EMI ত ফোন ক্ৰয় কৰিছে নেকি? ধন পৰিশোধ নকৰিলে হ’ব পাৰে লক!

46 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

1 hour ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

2 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

3 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

4 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

4 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

15 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

15 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়...! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

editor by editor
March 29, 2026
in জীৱনশৈলী
0
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা
0
SHARES
536
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৰুণ ধাৱানে সম্প্ৰতি জনাইছে যে তেওঁৰ শিশুকন্যা ডেভলপমেণ্টেল ডিছপ্লেছিয়া অফ দ্যা হিপ ৰোগত আক্ৰান্ত৷ যাৰ ফলত স্বাভাৱিকভাৱে খোজ কঢ়া আৰু দৌৰাৰ ক্ষমতা ব্যাহত হৈছে৷ বৰুণ আৰু তেওঁৰ পত্নীৰ কোলালৈ ২০২৪ চনত আহিছে কন্যা লাৰা৷ সাম্প্ৰতিক এক সাক্ষাৎকাৰত বৰুণে নিজেই কৈছে কন্যাৰ অসুস্থতাৰ কথা৷
বৰুণে কয় যে, লাৰাৰ বয়স এতিয়া প্ৰায় ডেৰ বছৰ, কিছুদিন পূৰ্বে এই ৰোগ ধৰা পৰিছে লাৰাৰ৷  তেওঁ জনাই যে চিকিৎসা পদ্ধতি অৱলম্বৰ কৰা হৈছে৷ লাৰা সোনকালে সুস্থ হৈ উঠিব বুলিও জনায় বৰুণে৷ বৰুণ ধাৱানে কৈছে, ‘ আমাৰ কন্যাৰ ডিডিএইচ ধৰা পৰিছে৷ এই ৰোগত নিতম্বৰ হাড় তাৰ চকেটৰ পৰা খুলি যায়৷ এখন ভৰি অন্যএখন ভৰিতকৈ সৰু হৈ যায়৷ যাৰ বাবে ঠিকমতে খোজকঢ়া বা দৌৰা আদি কৰিব নোৱাৰে৷ পশ্চিমী দুনীয়াত এই ৰোগৰ খুবেই ভাল চিকিৎসা আছে৷ সদ্যোজাত শিশুৰ জন্মৰ পৰাই এই চিকিৎসা কৰাৰ ব্যৱস্থা আছে৷ ভাৰতৰ সকলো স্থানত এই ৰোগৰ চিকিৎসা অৱশ্যে এতিয়াও নাই৷ কিন্তু ইয়াতো বহু ভাল চিকিৎসক আছে তেওঁলোকৰ তত্তাৱধানতে লাৰাৰ চিকিৎসা আৰম্ভ হৈছে৷’
বৰুণে লগতে জনাইছে যে তেওঁলোকৰ কন্যাৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়৷ এক পদ্ধতিৰ মাধ্যমেৰে চিকিৎসকে হিপ পূৰ্বৰ স্থানলৈ উভতাই আনিব পাৰিছে৷ কিন্তু বহু যত্নৰ মাজেৰে লাৰাক কিছুদিন ৰাখিব লাগিব৷ আঢ়ৈ মাহ ৰেষ্টত থাকিব৷ এই ৰেষ্টো অত্যন্ত কঠিন৷ লাৰাক এনাস্থেচিয়াও দিয়া হৈছিল৷ আৰু যেতিয়া লাৰাৰ জ্ঞান ঘূৰি আহে তেতিয়া তাই নিজৰ ভৰিত কাষ্ট পিন্ধা দেখা পাই প্ৰথমে আচৰিত হৈছিল ভয় খাইছিল৷ এতিয়া অৱশ্যে কাষ্টটো খুলি দিয়া হৈছে৷
উল্লেখ্য যে ২০২১ চনৰ ২৪ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল বৰুণ-নাতাশা৷ আৰু ২০২৪ চনত দুয়োৰে কোলালৈ আহে কন্যা সন্তান লাৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

August 8, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

August 8, 2026
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক
জীৱনশৈলী

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

August 8, 2026
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

August 8, 2026
Next Post
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.