• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ প্ৰথম দিনাই ঘৰলৈ এইকেইবিধ সামগ্ৰী আনক, মা লক্ষ্মীৰ আশীৰ্বাদ বছৰজুৰি থাকিব আপোনাৰ

বছৰৰ প্ৰথম দিনাই ঘৰলৈ এইকেইবিধ সামগ্ৰী আনক, মা লক্ষ্মীৰ আশীৰ্বাদ বছৰজুৰি থাকিব আপোনাৰ

3 years ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

2 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

4 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

4 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

5 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

5 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

6 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

6 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

7 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

7 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

9 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বছৰৰ প্ৰথম দিনাই ঘৰলৈ এইকেইবিধ সামগ্ৰী আনক, মা লক্ষ্মীৰ আশীৰ্বাদ বছৰজুৰি থাকিব আপোনাৰ

editor by editor
December 31, 2023
in বিবিধ, ভাৰত, লেখা
0
বছৰৰ প্ৰথম দিনাই ঘৰলৈ এইকেইবিধ সামগ্ৰী আনক, মা লক্ষ্মীৰ আশীৰ্বাদ বছৰজুৰি থাকিব আপোনাৰ
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি ৩১ ডিচেম্বৰ ২০২৩। চলিত বছৰৰ শেষ দিন। নিশাটো পুৱালেই নতুন বছৰ ২০২৪ আৰম্ভ হ’ব। নতুন বছৰে যাতে আমাৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে সকলোৱে এইকেইটা কাম কৰিব পাৰে। বৈদিক জ্যোতিষশাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে বাস্তুশাস্ত্ৰ। সুখী আৰু সমৃদ্ধ জীৱন যাপনৰ বাবে বাস্তুৰ নিয়ম মানি চলাটো অতি জৰুৰী।

বাস্তুশাস্ত্ৰই আমাক জনোৱা অনুসৰি আগন্তুক বছৰৰ প্রথম দিনটোত কেইবাটাও সামগ্ৰী ঘৰলৈ আনিব পাৰে। কাইলৈ ঘৰলৈ এই সামগ্ৰীসমূহ আনিলে ইয়াৰ শুভ প্রভাৱ সম্পূৰ্ণ বছৰটোৱেই থাকিব। সাফল্যই আৱৰি ৰাখিব আপোনাক। জানি থওক ১ জানুৱাৰীত ঘৰলৈ কি কি সামগ্ৰী আনিলে মা লক্ষ্মীৰ আশীৰ্বাদ সমগ্ৰ বছৰ ধৰি থাকিব?

তামৰ সূৰ্য
১ জানুৱাৰীত ঘৰলৈ এটা তামৰ সূৰ্য আনিব। তামেৰে তৈয়াৰ কৰা সূৰ্য ঘৰত ৰাখিলে অত্যন্ত শুভ বুলি কোৱা হয়। ইয়াৰ ফলত প্ৰচুৰ আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা আছে। বাস্তু অনুসৰি ঘৰত তামৰ সূৰ্য থাকিলে জীৱনটো সুখকৰ হোৱাৰ লগতে সকলো কামতেই সফলতা লাভ কৰিব আপুনি।

দক্ষিণাবৰ্তী শংখ
নতুন বছৰৰ প্ৰথম দিনটোত ঘৰলৈ এটা দক্ষিণাবৰ্তী শংখ আনিব পাৰে। পুজাৰ স্থানত দক্ষিণাবৰ্তী শংখ স্থাপন কৰিলে অত্যন্ত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত তুষ্ট হয় মা লক্ষ্মী আৰু ঘৰৰ অন্যান্য সদস্যসকলো আৰ্থিক সংকটৰ সন্মুখীন নহয়।

নাৰিকল
আগন্তুক সোমবাৰ ১ জানুৱাৰীত ঘৰলৈ এটা নাৰিকল আনক। হিন্দুধৰ্মত নাৰিকলক অত্যন্ত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত স্বয়ং মা লক্ষ্মীয়ে বসতি লয় বুলি বিশ্বাস। সেই কাৰণে নাৰিকলক শ্ৰীফল বুলি কোৱা হয়। আলমাৰিৰ লকাৰ বা চন্দুকত এই নাৰিকলটো ৰাখি থলে ধন টকা পইছাৰ অভাৱে কাহানিও দেখা নিদিয়ে।

ময়ূৰৰ পালক
বাস্তু অনুসৰি ময়ূৰৰ পালক অত্যন্ত শুভ। ময়ূৰৰ পালক ঘৰত থাকিলে সকলো নিগেটিভ এনাৰ্জী আঁতৰি যায় বুলি কোৱা হয়। বছৰৰ প্ৰথমদিনটোত ঘৰলৈ এটি ময়ূৰৰ পালক আনিব পাৰে।

ধাতুৰে তৈয়াৰী কচ্ছপ
বাস্তুশাস্ত্ৰত কোৱা হয় যে আমাৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাই ধাতুৰ কচ্ছপে। ঘৰত ধাতুৰ কচ্ছপ থাকিলে ইয়াৰ ফলত আৰ্থিক উন্নতি হয়। বিশেষকৈ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে ঘৰলৈ ধাতুৰ কচ্ছপ আনিব। নতুন বছৰৰ প্ৰথম দিনটোত নিজৰ ঘৰ বা অফিচত এটি ধাতুৰ কচ্ছপ স্থাপন কৰক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিৰ পথৰ সকলো বাধা আঁতৰি যাব। মা লক্ষ্মীৰ আশীৰ্বাদত অৰ্থ আহিব হাতলৈ।

গোমতী চক্ৰ
বছৰৰ প্ৰথম দিনটোত ঘৰলৈ গোমতী চক্ৰও আনিব পাৰে। ১১ টা গোমতী চক্ৰ এখন ৰঙা বা হালধীয়া কাপোৰেৰে মেৰিয়াই আলমাৰিৰ লকাৰত বা চন্দুকত ৰাখি থ’ব। ধৰ্মীয় বিশ্বাস অনুসৰি যিসমূহ ঘৰত গোমতী চক্ৰ থাকে সেই ঘৰত সকলোসময়তে মা লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক
বাণিজ্য

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

October 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

October 17, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
Next Post
সমালোচনাক আমি আশীৰ্বাদ বুলি ভাৱোঃ অনুপ চেতিয়া

সমালোচনাক আমি আশীৰ্বাদ বুলি ভাৱোঃ অনুপ চেতিয়া

মাহ-হালধি সাজু কৰক! নতুন বছৰৰ বিবাহৰ যোগ আছে এই ৪ৰাশিৰ জাতকৰ

মাহ-হালধি সাজু কৰক! নতুন বছৰৰ বিবাহৰ যোগ আছে এই ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.