• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ এই স্থানত ভুলতো টকা নাৰাখিব, ৰুষ্ট হৈ বিদায় ল’ব লক্ষ্মীয়ে

ঘৰৰ এই স্থানত ভুলতো টকা নাৰাখিব, ৰুষ্ট হৈ বিদায় ল’ব লক্ষ্মীয়ে

1 year ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

26 minutes ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

45 minutes ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

2 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

3 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

11 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

11 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

11 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

12 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

12 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

13 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

13 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰৰ এই স্থানত ভুলতো টকা নাৰাখিব, ৰুষ্ট হৈ বিদায় ল’ব লক্ষ্মীয়ে

ঘৰৰ এই স্থানত ভুলতো টকা নাৰাখিব, ৰুষ্ট হৈ বিদায় ল’ব লক্ষ্মীয়ে

editor by editor
April 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ঘৰৰ এই স্থানত ভুলতো টকা নাৰাখিব, ৰুষ্ট হৈ বিদায় ল’ব লক্ষ্মীয়ে
0
SHARES
929
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি ঘৰৰ ক’ত কি থ’ব লাগে এই বিষয়ে বিস্তাৰিতভাৱে উল্লেখ আছে বাস্তুশাস্ত্ৰত৷ বাস্তু অনসৰি ঘৰৰ সঠিক স্থানত সঠিক সামগ্ৰী ৰাখিলে সংসাৰত পজিটিভ এনাৰ্জি থাকে৷ ইয়াৰ ফলত পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি বৰ্তি থাকে৷ আমাৰ সংসাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী ধন ক’ত ৰখা উচিত? অৰ্থৰক সৈতে পোনপটীয়াকৈ জড়িত হৈ আছে মা লক্ষ্মী৷ এনে স্থানত টকা ৰখা উচিত যাতে মা লক্ষ্মী প্ৰসন্ন হয়৷ জানি থওক ঘৰৰ কোন কোন স্থানত ভুলতো টকা নাৰাখিব?

কোন স্থানত ৰাখিব আলমাৰি?

টকা পইছা সাধাৰণতে আমি আলমাৰিতেই ৰাখো৷ কিন্তু আলমাৰি ঘৰৰ ঠিক কোন স্থানত ৰাখিব সেই বিষয়েও সচেতন হোৱা জৰুৰী৷ বাস্তু অনুসৰি আলমাৰি বা লকাৰ, য’ত আপুনি টকা পইছা ৰাখে সেয়া ঘৰৰ কোনো অন্ধকাৰ স্থানত নাৰাখিব৷ ঘৰৰ যি অংশত সূৰ্যৰ পোহৰ পৰে, সেই স্থানত আলমাৰি ৰখা উচিত নহয়৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে৷

বাথৰুমৰ কাষত নহয়

বাথৰুম বা টয়লেটৰ স্থানত টকা ৰখা উচিত নহয়৷ যি যি দেৱালৰ সৈতে শৌচাগাৰ যুক্ত সেই দেৱালৰ গাত লগাই কেতিয়াও আলমাৰি ৰখা উচিত নহয়৷ টয়লেটৰ কাষত ধন থোৱা বাস্তুমতে অত্যন্ত অশুভ৷ ইয়াৰ ফলত আপোনাৰ পক্ষে অৰ্থ উপাৰ্জন কৰা কঠিন হৈ পৰিব৷ যি উপাৰ্জন কৰিব সেয়া বাজে খৰচ কৰিয়েই উৰুৱাই দিব৷

দক্ষিণ পশ্চিম দিশত নাৰাখিব

বাস্তুশাস্ত্ৰই কৈছে ঘৰৰ দক্ষিণ পশ্চিম দিশত টকা ৰখা কেতিয়াও উচিত নহয়৷ কাৰণ দক্ষিণ-পশ্চিমক যমৰাজৰ দিশ বুলি কোৱা হয়৷ এই দিশত টকা ৰাখিলে এটাৰ পিছত এটা আৰ্থিক ক্ষতি আহিব পাৰে৷ আপুনি দাৰিদ্ৰৰ অন্ধকাৰ তলিত সোমাই যাব পাৰে৷

কোণৰ দিশত ধন নাৰাখিব

ঘৰৰ কোনো কোণত টকা ৰাখিব নালাগে৷ আলমাৰি হওক বা পাৰ্ছ, ঘৰৰ কোনো কোণত ৰখা উচিত নহয়৷ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ কোণৰ পৰা দুৰ্বল এনাৰ্জি নিৰ্গত হয়৷ এই দিশত টকা ৰাখিলে আপোনাৰ হাতত বেছিদিন নাথাকিব৷ চেষ্টা কৰক ঘৰৰ মাজভাগত টকা ৰাখিব৷ কাৰণ মাজভাগত এনাৰ্জি সকলোতকৈ বেছি৷

ৰান্ধনিঘৰৰ কাষত ধন নাৰাখিব

ৰান্ধনিঘৰত যিহেতু আমাৰ খাদ্য তৈয়াৰ হয়, ৰান্ধনিঘৰ আমাৰ শক্তিৰ উৎস৷ ৰান্ধনিঘৰৰ কাষত টকা ৰখা বাস্তুমতে অশুভ৷ ইয়াৰ ফলত অৰ্থৰ অপচয় হ’ব পাৰে৷

দুৱাৰৰ কাষত নহয়

যি আলমাৰিত টকা ৰাখে, সেয়া ভুলতো মূল দুৱাৰৰ কাষত নাৰাখিব৷ মূল দুৱাৰৰ পৰা যেন আলমাৰি দেখা নাযায়৷ মূল দুৱাৰৰ কাষত টকা ৰাখিলে আপুনি ধৰি ৰাখিব নোৱাৰিব৷

বিছনাৰ তলত নাৰাখিব ধন

বিছনাৰ তলত বা গাৰুৰ তলত বহুতৰে ধন থোৱাৰ অভ্যাস আছে৷ এই অভ্যাস ত্যাগ কৰক৷ বিছনাৰ তলত টকা ৰাখিলে আপোনাৰ টোপনি আৰু মানসিক শান্তি বিঘ্নিত হয়৷ ইয়াৰোপৰি বিছনাৰ তলত টকা ৰাখিলে আৰ্থিক ক্ষতি হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
Next Post
বুধ, শুক্ৰক লৈ শনিয়ে তৈয়াৰ কৰিছে দুৰ্লভ যোগ! টকাৰ গাদীত শুব এই ৩ৰাশিৰ জাতক-জাতিকা

বুধ, শুক্ৰক লৈ শনিয়ে তৈয়াৰ কৰিছে দুৰ্লভ যোগ! টকাৰ গাদীত শুব এই ৩ৰাশিৰ জাতক-জাতিকা

অংক ছাৰ বিকাশৰ প্ৰেমত পৰিল তৰুণী শিক্ষাৰ্থী… বিবাহৰ পূৰ্বেই অংক ছাৰে দিলে প্ৰেমৰ ফল, কান্দি কান্দি তৰুণীয়ে কৈ গৈছে ছাৰৰ কাহিনী?

অংক ছাৰ বিকাশৰ প্ৰেমত পৰিল তৰুণী শিক্ষাৰ্থী... বিবাহৰ পূৰ্বেই অংক ছাৰে দিলে প্ৰেমৰ ফল, কান্দি কান্দি তৰুণীয়ে কৈ গৈছে ছাৰৰ কাহিনী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.