• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ ঘৰৰ এই দিশত বাস কৰে মহাদেৱ আৰু মা লক্ষ্মীয়ে! জানি থওক কেনেকৈ আশীৰ্বাদ লাভ কৰিব মহাদেৱ আৰু লক্ষ্মীৰ?

আপোনাৰ ঘৰৰ এই দিশত বাস কৰে মহাদেৱ আৰু মা লক্ষ্মীয়ে! জানি থওক কেনেকৈ আশীৰ্বাদ লাভ কৰিব মহাদেৱ আৰু লক্ষ্মীৰ?

2 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

6 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

7 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

8 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

9 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

9 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

10 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

10 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

11 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

12 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

12 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ ঘৰৰ এই দিশত বাস কৰে মহাদেৱ আৰু মা লক্ষ্মীয়ে! জানি থওক কেনেকৈ আশীৰ্বাদ লাভ কৰিব মহাদেৱ আৰু লক্ষ্মীৰ?

editor by editor
March 31, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
আপোনাৰ ঘৰৰ এই দিশত বাস কৰে মহাদেৱ আৰু মা লক্ষ্মীয়ে! জানি থওক কেনেকৈ আশীৰ্বাদ লাভ কৰিব মহাদেৱ আৰু লক্ষ্মীৰ?
0
SHARES
368
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ ঘৰৰ কোন কোন দিশত কোন কোন ঈশ্বৰৰ বসবাস সেই কথা বহুতৰেই অজ্ঞাত। এই কথা মনত ৰাখি যদি সেই মতে ঘৰৰ সামগ্ৰীসমূহ ৰাখে তেন্তে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্ষিত হ’ব। আমাৰ ঘৰৰ কোন দিশত মা লক্ষ্মী আৰু মহাদেৱে বাস কৰে জানেনে?

মহাদেৱৰ মাহাত্ম্য
হিন্দু ধৰ্ম অনুসৰি মহাদেৱ হৈছে আদিদেৱ। সকলো দেৱতাৰেই তেওঁ আৰাধ্য। মহাদেৱৰ আশীৰ্বাদ যদি আমাৰ ওপৰত থাকে তেন্তে মৃত্যুভয়ে আপোনাক কোঙা কৰিব নোৱাৰে। যি ব্যক্তিয়ে শিৱৰ উপাসনা কৰে তেওঁৰ মনত ভয় ভীত থাকিব নোৱাৰে। তেওঁৰ পৰিয়ালত সকলো সময়তে সুখ শান্তিয়ে বিৰাজ কৰি থাকে।

মা লক্ষ্মীৰ মাহাত্ম্য
অন্যহাতে হিন্দুধৰ্ম অনুসৰি মা লক্ষ্মী হৈছে সম্পদ আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁ প্ৰসন্ন হ’লে সংসাৰৰ পৰা আৰ্থিক অনাটনৰ কলা ছায়া আঁতৰে। সেয়ে গৃহস্থৰ ঘৰত সকলো সময়ত লক্ষ্মী দেৱীৰ আৰাধনা কৰা হয়। বাস্তু অনুসৰি ঘৰৰ কোন কোন দিশত লক্ষ্মী আৰু মহাদেৱে বাস কৰে জানি থওক সবিশেষ।

ঘৰৰ কোন দিশত মহাদেৱে বাস কৰে?
বাস্তু অনুসৰি আমাৰ ঘৰৰ উত্তৰ-পূৱ দিশ হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ দিশ। এই দিশত স্বয়ং শিৱ শংকৰে বাস কৰে বুলি বাস্তু শাস্ত্ৰত উল্লেক আছে। সেয়ে ঘৰৰ উত্তৰ-পূব অংশক সদায়ে পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। এই দিশত কাহানিও আৱৰ্জনা জমা হ’বলৈ দিব নালাগে। ঘৰৰ উত্তৰ-পূৱ দিশত কোনো ধৰণৰ ভঙা সামগ্ৰী বা নষ্ট হৈ যোৱা সামগ্ৰী ৰাখিব নালাগে। কোনো প্ৰয়োজনীয় সামগ্ৰীহে এই দিশত ৰাখিব লাগে। উত্তৰ-পূৱ দিশত কোনো ওজন থকা সামগ্ৰী ৰখা উচিত নহয়। উত্তৰ-পূৱ দিশৰ পৰা উৎপন্ন হোৱা পজিটিভ এনাৰ্জিয়ে আপোনাৰ ঘৰত পজিটিভ এনাৰ্জী সৃষ্টি কৰিব। ঘৰৰ উত্তৰ-পূৱ দিশৰ দেৱালত কেতিয়াও কলা ৰং দিব নালাগে। এই দিশত পাৰিলে সেউজীয়া ৰং দিব।

ঘৰৰ কোন দিশত মা লক্ষ্মীয়ে বসবাস কৰে?
বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ উত্তৰ-পশ্চিম দিশত লক্ষ্মীয়ে অৱস্থান কৰে। ঘৰৰ এই দিশত তেওঁৰ ছবি বা মূৰ্তি ৰাখিব লাগে। ঘৰৰ উত্তৰ-পশ্চিম দিশত মা লক্ষ্মীৰ ছবি থাকিলে সৌভাগ্য লাভ সম্ভৱ। ইয়াৰোপৰি এই দিশত ৰঙা কাপোৰত এটা ৰূপৰ মুদ্ৰা মেৰিয়াই ৰাখিব পাৰে। এনেকৈ ৰাখিলে লক্ষ্মীৰ আশীৰ্বাদত আপুনি কেতিয়াও আৰ্থিক কষ্টৰ সন্মুখীন নহয়।

মা লক্ষ্মী আৰু মহাদেৱক প্ৰসন্ন কৰাৰ উপায়
ঘৰত পজিটিভ এনাৰ্জি প্ৰবাহিত কৰিবলৈ ঘৰৰ উত্তৰ-পূৱ দিশত এটুকুৰা চন্দন কাঠ ৰাখিব। উত্তৰ-পূৱ দিশ হৈছে মহাদেৱৰ দিশ। এই দিশত প্ৰতিদিনে অলপমান গঙ্গাজল ছটিয়াই থাকিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। যদি আপোনাৰ ঘৰৰ মূল দুৱাৰ উত্তৰ-পশ্চিম দিশত হয় তেন্তে অত্যন্ত শুভ। প্ৰতি সন্ধিয়া উত্তৰ-পশ্চিম দিশত অৰ্থাৎ মা লক্ষ্মীৰ দিশত এটা প্ৰদীপ জ্বলাই ৰাখিব। এই কাম কৰিলে আপোনাৰ পৰিয়ালত আৰ্থিক উন্নতিৰ পথ প্ৰশস্ত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ পাৰমাণৱিক ঘড়ীয়ে! কিয় মহাকাশলৈ পঠিওৱা হৈছে পাৰমাণৱিক ঘড়ী?

ভাৰতীয় কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ সময় ঠিক কৰিব ইছৰোৰ পাৰমাণৱিক ঘড়ীয়ে! কিয় মহাকাশলৈ পঠিওৱা হৈছে পাৰমাণৱিক ঘড়ী?

মানুহ হিচাপে এই সন্মানৰ যোগ্য নহয়, এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান, ঘৰলৈ গৈ ৰাষ্ট্ৰপতিয়ে আদৱানীক দিলে ভাৰতৰত্ন সন্মান

মানুহ হিচাপে এই সন্মানৰ যোগ্য নহয়, এই সন্মান মোৰ নীতি আৰু আদৰ্শক দিয়া সন্মান, ঘৰলৈ গৈ ৰাষ্ট্ৰপতিয়ে আদৱানীক দিলে ভাৰতৰত্ন সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.