• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

2 years ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

11 minutes ago
বৈপৰীত্য

বৈপৰীত্য

1 hour ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

2 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

4 hours ago
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

5 hours ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

13 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

13 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

13 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

14 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

14 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

15 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

editor by editor
March 17, 2025
in জীৱনশৈলী
0
শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শুক্ৰই যেতিয়া ৰাশি পৰিবৰ্তন কৰে তেতিয়াই তাৰ শুভ আৰু অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ শুক্ৰক ধন বৈভৱ, প্ৰেম আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ বৈদিক জ্যোতিষমতে শুক্ৰৰ অৱস্থান শক্তিশালী হলে জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে৷ সেয়ে শুক্ৰৰ অৱস্থান পৰিবৰ্তনে বিভিন্ন ৰাশিৰ জীৱনত নানান সলনি আনিব পাৰে৷ শুক্ৰই আগন্তুক ১৯ মাৰ্চৰ সন্ধিয়া ৫ বাজি ৫১ মিনিটত মীন ৰাশিত অস্ত যাব৷ শুক্ৰৰ এই অস্ত দশাই ৪ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ আপুনিও আছে নেকি সেই তালিকাত?

মিথুন ৰাশি

শুক্ৰৰ মীন ৰাশিত অস্ত দশাই মিথুন ৰাশিৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ দাম্পত্যত সমস্যা দূৰ হব৷ সন্তানৰ স্বাস্থ্য ভালে থাকিব৷

সিংহ ৰাশি

শুক্ৰৰ অস্ত দশা সিংহ ৰাশিৰ বাবে লাভজনক হব৷ কেৰিয়াৰত উন্নতিৰ পথৰ সকলো বাধা দূৰ হব৷ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ চাকৰিত নতুন দায়িত্ব পাব পাৰে৷ প্ৰেম জীৱনৰ বাবে এই সময় অনুকূল৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

তুলা ৰাশি

শুক্ৰৰ প্ৰভাৱত তুলা ৰাশিৰ অৰ্থভাগ্য সলনি হব৷ বহু দিন ধৰি পাবলগীয়া টকা লাভ কৰিব৷ লটাৰী কাটিলে বা ডাঙৰ বিনিয়োগ কৰিলেও লাভৱান হব৷ যিকোনো কামতেই সাফল্যৰ যোগ আছে৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

ধনু ৰাশি

শুক্ৰ অস্ত যোৱাৰ ফলত জীৱনৰ বিভিন্ন দুশ্চিন্তা ক্ৰমশ দূৰ হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে৷ শ্বেয়াৰ বজাৰত ধন লগালে ভৱিষ্যতে ভাল লাভ পাব৷ দাম্পত্যত সুখ থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি
জীৱনশৈলী

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

September 27, 2026
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

September 26, 2026
Next Post
মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?

মুহূৰ্তৰ দুৰ্বলতাই কাল হ’ল! জোঁৱায়েকে অন্তঃসত্ত্বা কৰিলে শাহুৱেকক, সন্মান ৰক্ষা কৰিবলৈ কি কৰিলে শাহুৱেকে?

চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন

চেম্পিয়নছ ট্ৰফী আয়োজন কৰি বৰ্বাদ পাকিস্তান, বৃহৎ লোকচানৰ সন্মুখীন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.