• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ

আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ

2 years ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

51 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

2 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

2 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

3 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

3 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

4 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

4 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

6 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

7 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ

আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ

editor by editor
October 7, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক ২২ দিন ৩ৰাশিৰ বাবে বিশেষ হ’ব! কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিয়েই উন্নতি ৩ৰাশিৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃষ-তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰই প্ৰতিটো গ্ৰহত মাত্ৰ ২৬ দিনহে উপস্থিত থাকে। ইয়াৰ পিছতে ৰাশি সলনি কৰে। শুক্ৰই যেতিয়াই ৰাশি সলনি কৰে তেতিয়াই মানুহৰ বুদ্ধিমত্তা, ব্যৱসায় আৰু আয়ৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে৷ এই পৰিবৰ্তন কেইটামান ৰাশিৰ বাবে শুভ হ’লেও কিছুমান লোক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

বৈদিক পঞ্জিকা অনুসৰি প্ৰেম, সৌন্দৰ্য্য আৰু শিল্পৰ দায়বদ্ধ গ্ৰহ শুক্ৰই ২০২৪ চনৰ ১৩ অক্টোবৰৰ পুৱা ০৬:০৮ বজাত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। ২২ দিনৰ পাছত ২০২৪ চনৰ ৭ নৱেম্বৰত পুৱা ০৩:৩৯ বজাত শুক্ৰই বৃশ্চিক ৰাশিৰ পৰা ওলাই ধনু ৰাশিত প্ৰৱেশ কৰিব৷ এই ২২ দিনত কোন কোন ৰাশিৰ জাতক জাতিকাই নিজৰ কেৰিয়াৰ আৰু ব্যৱসায় বৃদ্ধি কৰিব পাৰিব?

মিথুন ৰাশি

শুক্ৰৰ স্থান সলনিৰ ইতিবাচক প্ৰভাৱ পৰিব মিথুন ৰাশিৰ ওপৰত৷ আগন্তুক ২২ দিন সকলো ঠিকেই থাকিব। শিল্প-সাহিত্যৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিব। ইয়াৰ লগতে আৰ্থিক লাভো হ’ব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থকাসকলে ভাল কোম্পানীত কাম কৰাৰ অফাৰ পাব।

তুলা ৰাশি

যুৱক-যুৱতীসকলৰ আয় বৃদ্ধিৰ প্ৰবল সম্ভাৱনা। ইয়াৰ সমান্তৰালকৈ সমাজত সন্মানো বাঢ়িব। আগন্তুক ২২ দিন তুলা ৰাশিৰ লোকৰ পাৰিবাৰিক জীৱন সুখকৰ হ’ব। বয়োজ্যেষ্ঠসকলৰ শাৰীৰিক স্বাস্থ্য ভাল হ’ব। ভাই-ভনীৰ মাজত চলি থকা বিবাদৰ অন্ত পৰিব। ব্যৱসায়ত লাভ হ’ব৷ যাৰ ফলত ব্যৱসায়ীসকলৰ ভাল লাভ হ’ব।

মকৰ ৰাশি

শুক্ৰৰ স্থান সলনিত মকৰ ৰাশিৰ লোকৰ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব৷ ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িতসকলে পৰিকল্পনাত সফল হ’ব৷ যাৰ ফলত ভৱিষ্যতে ভাল লাভ হ’ব পাৰে। যদি কোনো ব্যৱসায়ীয়ে ব্যৱসায়ৰ বাবে বিদেশ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে সেয়া সফল হ’ব। 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
Next Post
সম্পূৰ্ণ ওলট পালট এক্সিট প’ল, কাশ্মীৰ-হাৰিয়ানাত স্পষ্ট হৈ পৰিছে কোনে গঠন কৰিব চৰকাৰ

সম্পূৰ্ণ ওলট পালট এক্সিট প'ল, কাশ্মীৰ-হাৰিয়ানাত স্পষ্ট হৈ পৰিছে কোনে গঠন কৰিব চৰকাৰ

অলিম্পিক সোণ বঞ্চিত বিনেশ ফোগাটে বিধানসভাৰ আসন লাভ কৰিব পাৰিব নে, কি কয় ফলাফলে

অলিম্পিক সোণ বঞ্চিত বিনেশ ফোগাটে বিধানসভাৰ আসন লাভ কৰিব পাৰিব নে, কি কয় ফলাফলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.