• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ শক্তিশালী হৈছে শুক্ৰ, টকাৰ গাদীত শুব ৪ৰাশি, বাঢ়িব বেংক বেলেন্স, শিৱৰ কৃপা লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

ভয়ংকৰ শক্তিশালী হৈছে শুক্ৰ, টকাৰ গাদীত শুব ৪ৰাশি, বাঢ়িব বেংক বেলেন্স, শিৱৰ কৃপা লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

10 months ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

24 minutes ago
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

54 minutes ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

2 hours ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

2 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

3 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

3 hours ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

4 hours ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

4 hours ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

5 hours ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

6 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

16 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়ংকৰ শক্তিশালী হৈছে শুক্ৰ, টকাৰ গাদীত শুব ৪ৰাশি, বাঢ়িব বেংক বেলেন্স, শিৱৰ কৃপা লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

ভয়ংকৰ শক্তিশালী হৈছে শুক্ৰ, টকাৰ গাদীত শুব ৪ৰাশি, বাঢ়িব বেংক বেলেন্স, শিৱৰ কৃপা লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

editor by editor
July 8, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
ভয়ংকৰ শক্তিশালী হৈছে শুক্ৰ, টকাৰ গাদীত শুব ৪ৰাশি, বাঢ়িব বেংক বেলেন্স, শিৱৰ কৃপা লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
৮ জুলাই ৰোহিনী নক্ষত্ৰত শুক্ৰৰ গোচৰ হ’ব আৰু ২০ জুলাই পৰ্যন্ত এই নক্ষত্ৰতেই থাকিব৷ ৰোহিনী নক্ষত্ৰত শুক্ৰৰ উপস্থিতি বৈদিক জ্যোতিষশাস্ত্ৰৰ সকলোতকৈ অনুকূল জ্যোতিষশাস্ত্ৰীয় অৱস্থানসমূহৰ মাজত এটা৷ জ্যোতিষশাস্ত্ৰত শুক্ৰক এক গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ যিয়ে বস্তুগত আৰাম, সৌন্দৰ্য, আৱেগ, প্ৰেম, শিল্প আৰু বিলাসিতাক প্ৰতিনিধিত্ব কৰে৷ বৃষ আৰু তুলা ৰাশিৰ অধিপতি শুক্ৰই যেতিয়া তাৰ গতি পৰিবৰ্তন কৰে তেতিয়াই ই ব্যক্তি একোজনৰ কেৰিয়াৰ, অৰ্থনীতি আদি দিশত প্রভাৱ পেলায়৷ ৰোহিনী নক্ষত্ৰত শুক্ৰৰ গোচৰৰ কাৰণে ৪ ৰাশিৰ ধন সম্পদ বঢ়াৰ যোগ আছে৷ জানি তওক কোন কোন ৰাশিৰ বাবে শুক্ৰৰ গোচৰ লাভজনক হ’ব?

বৃষ ৰাশি

ৰোহিনী নক্ষত্ৰত শুক্ৰৰ গোচৰৰ কাৰণে বৃষ ৰাশিৰ জাতকৰ অৰ্থলাভ হব পাৰে৷ এই ৰাশিৰ জাতকৰ যিসকলে দীৰ্ঘদিন ধৰি চাকৰিৰ সন্ধানত আছে তেওঁলোকে এই সময়ত কৰ্মজীৱন আৰম্ভ কৰাৰ সুযোগ পাব৷ শুক্ৰৰ গোচৰৰ প্ৰভাৱৰ কাৰণে বৃষ ৰাশিৰ জাতকৰ ৰৈ থকা কোনো কাম সম্পন্ন হব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগৰ সুযোগ পাব৷ যদি শহুৰৰ ঘৰৰ সৈতে সম্পৰ্ক বেয়া হয় তেন্তে শুক্ৰৰ প্ৰভাৱত সম্পৰ্কৰ উন্নতি হব আৰু আপোনাৰ সংগীৰ সৈতে এক শক্তিশালী সম্পৰ্ক তৈয়াৰ হব৷ যিয়ে আপোনাৰ মানসিক শান্তি দিব৷

কৰ্কট ৰাশি

শুক্ৰৰ নক্ষত্ৰৰ গোচৰৰ কাৰণে, কৰ্কট ৰাশিৰ জাতক জাতিকাই অৰ্থ উপাৰ্জনৰ নতুন সুযোহ পাব আৰু আপোনাৰ বন্ধুৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ আপোনাৰ জীৱনৰ সোনালী সময় আৰম্ভ হব আপুনি আপোনাৰ জীৱনযাত্ৰাত উন্নতি কৰিব পাৰে৷ এই ৰাশিৰ ছাত্ৰছাত্ৰীৰ যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকে ভগৱান শিৱৰ আশীৰ্বাদত সুসংবাদ পাব৷ শুক্ৰৰ গোচৰৰ প্ৰভাৱত চাকৰিয়ালে সহজেই তেওঁলোকৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হব আৰু তেওঁলোকৰ সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক তৈয়াৰ হব৷

কন্যা ৰাশি

শুক্ৰৰ গোচৰৰ সৈতে কন্যা ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থা মজবুত হব আৰু আপোনাৰ বেংক বেলেন্সো বৃদ্ধি পাব৷ কন্যা ৰাশিৰ জাতক জাতিকাই যদি দীৰ্ঘদিন ধৰি ঘৰ বা ফ্লেট ক্ৰয় কৰিব খোজে তেন্তে ভগৱান শিৱৰ আশীৰ্বাদত আপোনাৰ ইচ্ছা পূৰণ হব আৰু আপুনি নিজৰ ঘৰ ক্ৰয় কৰিবলৈ সক্ষম হব৷ যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰিব খোজে তেন্তে শুক্ৰৰ প্ৰভাৱত ভৱিষ্যতে আপুনি ভাল সুবিধা পাব৷ আপোনাৰ পিতামাতাৰ স্বাস্থ্য ভালে থাকিব আৰু দ্ৰুত অগ্ৰগতি কৰিব৷ আপোনাৰ আয় বৃদ্ধিৰ নতুন উপায় বিচাৰি পাব৷

মকৰ ৰাশি

ৰোহিনী নক্ষত্ৰৰ শুক্ৰৰ গোচৰৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাৰ সন্মান বৃদ্ধি পাব আৰু ব্যৱসায়তো প্ৰচুৰ লাভৰ সম্ভাৱনা আছে৷ এই ৰাশিৰ জাতক জাতিকাই দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকেও সুসংবাদ পাব৷ মকৰ ৰাশিৰ জাতক জাতিকাৰ গোচৰৰ প্ৰভাৱত পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব আৰু আপুনি কোনো তীৰ্থস্থানলৈ যাব পাৰে৷ যদি আপুনি আদালতত গোচৰ কৰিব খোজে তেওঁলোকে শীঘ্ৰেই আপুনি ইয়াৰ পৰা মুক্তি পাব৷ এই ৰাশিৰ জাতক জাতিকাৰ প্ৰেম জীৱনত উন্নতি হব আৰু অবিবাহিতসকলৰ বাবেও ভাল সম্পৰ্ক আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত
বাণিজ্য

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

May 4, 2026
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক
জীৱনশৈলী

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

May 4, 2026
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক
জীৱনশৈলী

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

May 4, 2026
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?
বাণিজ্য

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

May 4, 2026
Next Post
পোষ্ট অফিচত ৫ বছৰৰ TDত ২লাখ ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

পোষ্ট অফিচত ৫ বছৰৰ TDত ২লাখ ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

জুলাইত বুধ অস্ত গৈ কঁপাল ফুলিব ৪ৰাশিৰ, লাকীৰ লিষ্টত কোন কোন ৰাশি?

জুলাইত বুধ অস্ত গৈ কঁপাল ফুলিব ৪ৰাশিৰ, লাকীৰ লিষ্টত কোন কোন ৰাশি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.