• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

2 years ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

1 hour ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

2 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

3 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

3 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

3 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

20 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

20 hours ago
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

21 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

21 hours ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

22 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

23 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

editor by editor
May 9, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

বিফলতা কেতিয়াও মানুহৰ জীৱনত হেঙাৰ হ’ব নোৱাৰে। বিফলতা আহিলে এদিন সফলতাও আহে। প্ৰয়োজন কেৱল কিছু কষ্টৰ। তাকেই প্ৰমাণ কৰি দেখুৱালে বৰপেটাৰ ধ্ৰুৱজ্যোতিয়ে । বিফলতাৰ পিছতে সফলতা অহাৰ দৰে এইবাৰ নাম কৰি দেখুৱালে ছাত্ৰগৰাকীয়ে।

মেট্ৰিক পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাত বিফল হোৱা বৰপেটাৰোডৰ ধ্ৰুৱজ্যোতিয়ে এইবাৰ বাণিজ্য শাখাত ৫ টা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সকলোকে দেখুৱাই দিয়ে।

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল লাভৰ পাছতে সুখৰ ঢল নামিছে ধ্ৰুৱজ্যোতিৰ ঘৰলৈ। মেট্ৰিকৰ প্ৰথম দেওনা পাৰ হওতে খোকোজা লগা সেই ছাত্ৰই এইবাৰ পালে সফলতা।

তাকো এই সফলতা সামান্য কষ্টৰ বিনিময়ত নহয়। অতি দৰিদ্ৰ পৰিয়ালৰ ধ্ৰুৱজ্যোতিয়ে পঢ়াৰ সমানে চলাই গৈছিল কৰ্মও। বৰপেটাৰোডৰ সমীপৰ ধূপগুৰি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মেধা ছাত্ৰ ধ্ৰুৱজ্যোতি বৰ্মণে পঢ়াৰ সমানে কৰি গৈছিল পানীৰ ব্যৱসায়।

পঢ়াৰ মাজতে এখন বিশুদ্ধ খোৱা পানীৰ প্ৰতিষ্ঠানত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ঘৰ চলোৱাতো সহায় কৰি দিছিল দৰিদ্ৰ খেতিয়কৰ পুত্ৰ গৰাকীয়ে। তেনেদৰেই কষ্টৰ মাজতে সুখ্যাতিৰে বাণিজ্যশাখাত প্ৰথম বিভাগত উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বাণিজ্য শাখাত ৮২% শতাংশ নম্বৰেৰে উত্তীৰ্ণ ধ্ৰুৱজ্যোতি বৰ্মন বৰেপটা ৰোডৰ ব্যক্তিগত কণিষ্ঠ মহাবিদ্যালয় অসম ব্ৰিলিয়েন্ট একাডেমীৰ ছাত্ৰ আছিল। ধ্ৰুৱৰ এই সফলতাত এতিয়া উৎফুল্লিত ধ্ৰুৱৰ পৰিয়ালৰ লগতে শিক্ষাগুৰুসকলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam HS Resulths result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
Next Post
এইবাৰ ৰাহুল গান্ধী বনাম মোডী, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ বিজেপিয়ে কিমান আসন লাভ কৰিব অমিত শ্বাহে কৰিলে সদৰি

এইবাৰ ৰাহুল গান্ধী বনাম মোডী, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ বিজেপিয়ে কিমান আসন লাভ কৰিব অমিত শ্বাহে কৰিলে সদৰি

সাৱধান ভুলতো নাখাব! ভাৰতত নিষিদ্ধ হ’ল এই কেইবিধ খাদ্য

সাৱধান ভুলতো নাখাব! ভাৰতত নিষিদ্ধ হ'ল এই কেইবিধ খাদ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.