• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ মূৰত মাতৃক ন্যায় দিলে পুত্ৰই, ডি এন এৰ জৰিয়তে জানিব পাৰিলে ঘৰৰ ওচৰৰে দুই ভাতৃয়ে কৰিছিল নিকৃষ্ট কাম

৩০ বছৰৰ মূৰত মাতৃক ন্যায় দিলে পুত্ৰই, ডি এন এৰ জৰিয়তে জানিব পাৰিলে ঘৰৰ ওচৰৰে দুই ভাতৃয়ে কৰিছিল নিকৃষ্ট কাম

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

8 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

8 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

8 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

9 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

10 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

11 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

12 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

12 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

13 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

14 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

14 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৩০ বছৰৰ মূৰত মাতৃক ন্যায় দিলে পুত্ৰই, ডি এন এৰ জৰিয়তে জানিব পাৰিলে ঘৰৰ ওচৰৰে দুই ভাতৃয়ে কৰিছিল নিকৃষ্ট কাম

editor by editor
May 22, 2024
in বিশ্ব, ভাৰত
0
৩০ বছৰৰ মূৰত মাতৃক ন্যায় দিলে পুত্ৰই, ডি এন এৰ জৰিয়তে জানিব পাৰিলে ঘৰৰ ওচৰৰে দুই ভাতৃয়ে কৰিছিল নিকৃষ্ট কাম
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩০ বছৰৰ মূৰত মাতৃক ন্যায় দিলে পুত্ৰই, ডি এন এৰ জৰিয়তে জানিব পাৰিলে ঘৰৰ ওচৰৰে দুই ভাতৃয়ে কৰিছিল নিকৃষ্ট কাম

১৩ বছৰ বয়সত এগৰাকী কিশোৰীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান, দুই ভাতৃৰ অপকৰ্মৰ ফল ভুগিছিল কিশোৰীগৰাকীয়ে। কিন্তু বয়স কম হোৱা বাবে পৰিয়ালৰ লোকেও সমাজৰ পৰা লুকুৱাই সন্তান জন্মৰ পাছতে পৰিয়ালৰ অন্যৰ হাতত তুলি দিছিল সেই সন্তান।

পাছে সেই পুত্ৰ সন্তানেই এতিয়া ৩০ বছৰীয়া ডেকা ল’ৰা হৈ ওভতি আহি ন্যায় দিলে মাতৃক। আৰক্ষীৰ হাতত ধৰা পেলাই শাস্তি দিয়ালে দুই পাষণ্ডক। এই ঘটনা ১৯৯৪ চনৰ উত্তৰ প্ৰদেশৰ বৰেলীৰ। য’ত এগৰাকী ১২ বছৰীয়া কিশোৰী সন্মুখিন হৈছিল ধৰ্ষণৰ।

ঘৰৰ ওচৰৰে দুই ভাতৃয়ে মিলি ধৰ্ষণ কৰিছিল এগৰাকী ১২ বছৰীয়া কিশোৰীক। বহু দিন ধৰি চলিছিল এই কাৰ্য। যাৰ ফলত ১৩ বছৰ বয়সতে গৰ্ভৱতী হৈ পৰিছিল কনমানি। স্বাস্থ্যজনিত কাৰণত চিকিৎসকেও গৰ্ভপাতৰ বাবে বাধা দিয়ে কনমানিগৰাকীক। যাৰ বাবে নিবিচৰা সত্তেও জন্ম দিবলৈ বাধ্য হয় সন্তান।

ঘটনাৰ সময়ক বায়েক ভিনিয়েকৰ ঘৰত বাস কৰিছিল কনমানি। যেতিয়া বায়েক আৰু ভিনিয়েক কামলৈ ওলাই গৈছিল তেতিয়াই ওচৰৰে দুয়ো ভাতৃ আহি ধৰ্ষণ কৰিছিল সেই কনামনিক। পাছত যেতিয়া ভুক্তভোগীৰ পৰিয়ালে ন্যায় বিচাৰি কাষ চাপে দুয়ো ভাতৃৰ ওচৰলৈ, ওলোটাই দাবি ধমকিৰে পঠিয়াই দিয়ে, তাৰোপৰি আৰক্ষীৰ কাষ চাপিলে প্ৰাণে মৰাৰো ভাবুকি দিয়ে।

যাৰ বাবে পৰিয়ালটো ভয়তে সেই স্থানৰ পৰাই আঁতৰি আহে। পাছত কিশোৰীগৰাকী যুৱতী হোৱাত দৰা বিচাৰি বিয়াও দিয়ে। কিন্তু বিয়াৰ ৬ বছৰ পাছত স্বামীয়ে পত্নীৰ পূৰ্বৰ কথা জানিব পাৰি বিবাহ বিচ্ছেদ দিয়ে।

আনহাতে পৰিয়ালৰ অন্য লোকৰ ঘৰত থাকি ডাঙৰ দীঘল হয় ধৰ্ষণৰ ফলত জন্ম হোৱা পুত্ৰ সন্তান। ডাঙৰ হোৱাৰ পাছত জানিব পাৰে মাতৃৰ সৈতে হোৱা ঘটনা। মাতৃক বিচৰাৰ লগতে সেই দুই পাষণ্ডৰো বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপে। ডি এন এ পৰীক্ষাৰ জৰিয়তে দোষি সাব্যস্ত হয় ঘৰৰ ওচৰৰে দুই ব্যক্তি।

দুষ্কাৰ্য সংঘটিত কৰাৰ সময়ত দুয়ো ভাতৃৰ বয়স আছিল ক্ৰমে ২২ আৰু ২৩ বছৰ। এতিয়া দোষী সাব্যস্ত হোৱাত দুয়োকে ৩০-৩০ হাজাৰকৈ জৰিমনা বিহাৰ লগতে ১০-১০ বছৰৰ কাৰাবাসো দিছে ন্যায়ালয়ে। ৩০ বছৰ অন্তত ন্যায় পালে তেতিয়াৰ কিশোৰী তথা এতিয়াৰ মহিলাগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DNA TestMinor rape Caseraperape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?
বিনোদন

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

August 12, 2026
Next Post
উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.