• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ বছৰ ধৰি যুঁজিও লাভ নকৰিলে অলিম্পিক, অৱশেষত মল্লযুঁজক বিদায় দি- ‘মা মই হাৰি গলো’

১৩ বছৰ ধৰি যুঁজিও লাভ নকৰিলে অলিম্পিক, অৱশেষত মল্লযুঁজক বিদায় দি- ‘মা মই হাৰি গলো’

2 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

3 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

4 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

5 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

6 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

6 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

7 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

8 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

10 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

10 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৩ বছৰ ধৰি যুঁজিও লাভ নকৰিলে অলিম্পিক, অৱশেষত মল্লযুঁজক বিদায় দি- ‘মা মই হাৰি গলো’

editor by editor
August 8, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১৩ বছৰ ধৰি যুঁজিও লাভ নকৰিলে অলিম্পিক, অৱশেষত মল্লযুঁজক বিদায় দি- ‘মা মই হাৰি গলো’
0
SHARES
814
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ বছৰ ধৰি যুঁজিও লাভ নকৰিলে অলিম্পিক, অৱশেষত মল্লযুঁজক বিদায় দি- ‘মা মই হাৰি গলো’

পেৰিছ অলিম্পিকে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে এক অবিস্মৰণীয় ঘাঁ কৰি থৈ গ’ল। প্ৰথমবাৰৰ বাবে মহিলা মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা বিনেশ ফ’গাটৰ পৰা স্বৰ্ণ পদক লাভৰ আশা কৰিছিল সমগ্ৰ ভাৰতৰ লগতে মল্লযুঁজৰ সৈতে জড়িত বিশ্বৰ বহু খেলুৱৈয়েও। ফাইনেল মেচৰ দিনা অতিৰিক্ত ১০০ গ্ৰাম ওজনৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়।

এই খবৰে দেশৰ পদক লাভৰ আশা ভংগ কৰাই নহয় ১৩ বছৰ ধৰি প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰা মল্লযুঁজাৰুগৰাকীৰ সাহসো ভাঙি পেলায়। ২০০১ চনৰ পৰা মল্লযুঁজ খেলি অহা বিনেশে অৱশেষত ২০২৪ চনত অলিম্পিকত মোক্ষম আঘাত পোৱাৰ পাছত এই ক্ৰীড়াৰ পৰা বিদায় লয়।

পেৰিছ অলিম্পিকত ভাৰতৰ বাবে ইতিহাস সৃষ্টি কৰা মল্লযুঁজাৰু বিনেশ ফ’গাটৰ কেৰিয়াৰ এনেদৰে শেষ হ’ব বুলি কোনেও ভবা নাছিল। ভাৰতক প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ফাইনেললৈ লৈ যোৱা মহিলা মল্লযুঁজাৰুগৰাকীয়ে যেতিয়া সোণৰ পদক লাভৰ ওচৰ চাপিছিল, তেতিয়া ভাগ্যই তেওঁক বিশ্বাসঘাতকতা কৰে।

৫০ কেজি ওজন শাখাত খেলা বিনেশ ফ’গাটৰ মেচখনৰ দিনটোত কেৱল মাত্ৰ ১০০ গ্ৰাম বেছি ওজন হোৱাৰ বাবে পেৰিছ অলিম্পিকত অংশগ্ৰহণৰ বাবে অযোগ্য ঘোষণা কৰা হয়। ওজন কম কৰাৰ বাবে খাদ্য-পানী পৰিহাৰ কৰাৰ লগতে চুলি কাটি আনকি শৰীৰৰ পৰা তেজ উলিয়াইয়ো অৱশেষত হাৰ মানি যাব লগা হয় বিনেশ।

পেৰিছ অলিম্পিকত সোণৰ পদক লাভৰ ওচৰ চাপি অহা বিনেশ ফ’গাটে অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰাৰ পিছত এতিয়া মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

ছচিয়েল মিডিয়াত এটা পোষ্টত বিনেশে লিখিছে- মা, মোৰ বিৰুদ্ধে মল্লযুঁজ জয়ী হ’ল, মই হাৰিলোঁ, ক্ষমা কৰিবা, তোমাৰ সপোন, মোৰ সাহস সকলো ভাঙি গৈছে, মোৰ এতিয়া ইয়াতকৈ বেছি শক্তি নাই। বিদায় মল্লযুঁজ ২০০১-২০২৪, আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম, ক্ষমা কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: olympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
Next Post
আজি ৰাজ্যৰ ১০ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব ধন, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

আজি ৰাজ্যৰ ১০ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব ধন, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

তীজ উপলক্ষে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ, মহিলালৈ ৫০০ টকাত চিলিণ্ডাৰ

তীজ উপলক্ষে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ, মহিলালৈ ৫০০ টকাত চিলিণ্ডাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.