• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুইটাৰত শ্বেয়াৰ হোৱা এটা সৰু ভিডিঅ’ ক্লিপ, নেপালৰ এই দৃশ্যই হতচকিত কৰিছে সকলোকে

টুইটাৰত শ্বেয়াৰ হোৱা এটা সৰু ভিডিঅ’ ক্লিপ, নেপালৰ এই দৃশ্যই হতচকিত কৰিছে সকলোকে

5 years ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

15 minutes ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

36 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

60 minutes ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

1 hour ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

2 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

2 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

3 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

3 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

5 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

টুইটাৰত শ্বেয়াৰ হোৱা এটা সৰু ভিডিঅ’ ক্লিপ, নেপালৰ এই দৃশ্যই হতচকিত কৰিছে সকলোকে

editor by editor
December 3, 2021
in উত্তৰ-পূব, গুৱাহাটী, বিবিধ, ভাৰত
0
টুইটাৰত শ্বেয়াৰ হোৱা এটা সৰু ভিডিঅ’ ক্লিপ, নেপালৰ এই দৃশ্যই হতচকিত কৰিছে সকলোকে
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ টুইটাৰত শ্বেয়াৰ হোৱা এটা সৰু ভিডিঅ’ ক্লিপ দেখি হতচকিত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী৷ দৃশ্যটো নেপালৰ এয়াৰপ’ৰ্টৰ৷ প্ৰায় ২০ জনতকৈ অধিক লোকে কাষৰ পৰা ঠেলি এখন প্লেন আঁতৰোৱাৰ চেষ্টা কৰিছে ভিডিঅ’টোত৷ বাইক বা সৰু গাড়ী বেয়া হ’লে পাছৰ পৰা ঠেলি ষ্টাৰ্ট কৰাটো কোনো আচৰিত হ’বলগীয়া কথা নহয়৷ দৈনন্দিন জীৱনত বিভিন্ন সময়ত আমি এনে ঘটনা দেখিছো৷ কিন্তু এইবাৰ ছ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা উৰাজাহাজ ঠেলাৰ দৃশ্যই আচৰিত কৰি তুলিছে লোকসকলক৷ দৃশ্যটো নেপালৰ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল এই দৃশ্য৷ নেপালৰ বাজুৰা বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা৷ টাৰা এয়াৰৰ এখন বিমান বাজুৰা এয়াৰপ’ৰ্টত অৱতৰণৰ সময়ত টায়াৰ ফাটি যোৱাৰ ফলত ৰানৱে’ৰ পৰা আঁতৰি যাব পৰা নাছিল৷ যাৰ ফলত পৰৱৰ্তী বিমানখনৰ অৱতৰণত অসুবিধা নোহোৱাকৈ বিমানখন ঠেলি আঁতৰোৱাৰ চেষ্টা কৰিছিল লোকসকলে৷ এই কাৰ্যত বিমানবন্দৰৰ কৰ্মচাৰীক সহায় কৰিছিল বিমানযাত্ৰীসকলে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?
ভাৰত

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

September 21, 2026
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!
বাণিজ্য

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

September 21, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
Next Post
হ্ৰাস পাইছে অনুগামীৰ সংখ্যা, নৱনিযুক্ত CEOক আক্ৰমণ টুইটাৰ ব্যৱহাৰকাৰীৰ

হ্ৰাস পাইছে অনুগামীৰ সংখ্যা, নৱনিযুক্ত CEOক আক্ৰমণ টুইটাৰ ব্যৱহাৰকাৰীৰ

বক্স অফিচত অভিলেখ এক্সন ফিল্ম ‘অখণ্ড’ৰ, মুক্তিৰ প্ৰথম দিনাই ৩০ কোটিৰো অধিক সংগ্ৰহ

বক্স অফিচত অভিলেখ এক্সন ফিল্ম ‘অখণ্ড’ৰ, মুক্তিৰ প্ৰথম দিনাই ৩০ কোটিৰো অধিক সংগ্ৰহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.