• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাইৰেল ভিডিঅ’ দেখিলেনে? চিতাক পানী খুওৱাবলৈ গৈ চাকৰি গ’ল বন বিভাগৰ কৰ্মচাৰীৰ

ভাইৰেল ভিডিঅ’ দেখিলেনে? চিতাক পানী খুওৱাবলৈ গৈ চাকৰি গ’ল বন বিভাগৰ কৰ্মচাৰীৰ

1 year ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

12 minutes ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

42 minutes ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

2 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

3 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

12 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

13 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

13 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

14 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

14 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাইৰেল ভিডিঅ’ দেখিলেনে? চিতাক পানী খুওৱাবলৈ গৈ চাকৰি গ’ল বন বিভাগৰ কৰ্মচাৰীৰ

ভাইৰেল ভিডিঅ’ দেখিলেনে? চিতাক পানী খুওৱাবলৈ গৈ চাকৰি গ’ল বন বিভাগৰ কৰ্মচাৰীৰ

editor by editor
April 7, 2025
in জীৱনশৈলী
0
ভাইৰেল ভিডিঅ’ দেখিলেনে? চিতাক পানী খুওৱাবলৈ গৈ চাকৰি গ’ল বন বিভাগৰ কৰ্মচাৰীৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছচিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈছে এক হৃদয়স্পৰ্শী  ভিডিঅ’৷ তাত দেখা গৈছে বন বিভাগৰ এগৰাকী বাহন চালকে তীব্ৰ গৰমৰ বাবে তৃষ্ণাৰ্ত চিতা আৰু চিতাৰ পোৱালীক পানী খুৱাইছে৷ ঘটনাটো ঘটিছে মধ্যপ্ৰদেশৰ কুনো নেশ্ব্যনেল পাৰ্কৰ পাৰ্শ্ববৰ্তী এখন গাওঁত৷ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই বহু মানুহে তেওঁৰ এই কামক প্ৰশংসা কৰিছে৷

কিন্তু এই মানৱিক কামৰ বাবেই এতিয়া প্ৰশংসাৰ বিপৰীতে বিভাগে তেওঁক শাস্তিহে প্ৰদান কৰিছে৷ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বন বিভাগৰ চালক সত্যনাৰায়ণ গুৰজৰক বৰ্খাস্ত কৰা হৈছে৷ ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে গছৰ ছাঁত বিশ্ৰাম লৈ আছে চিতাৰ পৰিয়াল৷ সত্যনাৰায়ণে এটা পানীৰ পাত্ৰ হাতত লৈ ধীৰে ধীৰে চিতাৰ বাঘকেইটাৰ কাষলৈ গৈছে৷ চিতাৰ কাষ পাওঁতেই তেওঁ এখন ষ্টিলৰ প্লেটত পানী ঢালে৷ ইয়াৰপাছতেই মাক চিতা আৰু তেওঁৰ সন্তানকেইটা উঠি আহি প্লেটৰ পৰা পানী পান কৰে৷

https://x.com/Ajaydubey9/status/1908428349233389633

জনা গৈছে এই ঘটনাটো প্ৰকাশ্যে অহাৰ মাত্ৰ দুসপ্তাহ পূৰ্বে স্থানীয় কিছু মানুহে এটা চিতা আৰু তাৰ চাৰি সন্তানক উদ্দেশ্য কৰি শিল নিক্ষেপ কৰিছিল৷ তাৰপিছতেই এতিয়া পানী খুওৱাৰ ভিডিঅ’ দেখি বহুজনে প্ৰশংসা কৰিছে সত্যনাৰায়ণক৷ কিন্তু বন বিভাগে তেওঁৰ আচৰণক মানৱীয় হিচাপে গ্ৰহণ কৰা নাই৷ তেওঁলোকৰ মতে এই ধৰণৰ আচৰণ কৰিলে চিতা বাঘৰ মানুহৰ প্ৰতি আস্থা আহিব৷ যাৰ ফলত লোকালয়ত সোমাই পৰিব পাৰে৷ এইক্ষেত্ৰত আতংকত দিন কটাব সাধাৰণ মানুহে৷ ইয়াৰপাছতেই কুন্নো ফৰেষ্ট ডিভিছনৰ কৰ্মকৰ্তাই ঘটনাস্থল পৰিদৰ্শন কৰি চালক সত্যনাৰায়ণ গুৰজৰক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়৷ এই সিদ্ধান্তক লৈ ইতিমধ্যেই ছচিয়েল মিডিয়াত নানান প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাধাৰণ জনতাই৷ কোনোৱে কৈছে এয়া প্ৰয়োজনীয় নিৰাপত্তাৰ অংশ৷ কোনো কোনোৱে আকৌ এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভো প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
Next Post
হাতৰ টাটুত অঁকা ঘড়ীত সময় ২ বাজি ২০ মিনিট, এই টাটুৰ অৰ্থ কি? মুখ খুলিলে ৰিংকু সিঙে

হাতৰ টাটুত অঁকা ঘড়ীত সময় ২ বাজি ২০ মিনিট, এই টাটুৰ অৰ্থ কি? মুখ খুলিলে ৰিংকু সিঙে

১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ

১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.