• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক ডাঙৰ অভিলেখ গঢ়িলে বিৰাটে, যি আনৰ বাবে ভংগ কৰাটো হৈ পৰিব কিছু টান

এক ডাঙৰ অভিলেখ গঢ়িলে বিৰাটে, যি আনৰ বাবে ভংগ কৰাটো হৈ পৰিব কিছু টান

1 year ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

3 minutes ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

46 minutes ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

2 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

3 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

3 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

4 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

5 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

13 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

14 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

15 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এক ডাঙৰ অভিলেখ গঢ়িলে বিৰাটে, যি আনৰ বাবে ভংগ কৰাটো হৈ পৰিব কিছু টান

editor by editor
March 2, 2025
in ক্ৰীড়া, ভাৰত
0
এক ডাঙৰ অভিলেখ গঢ়িলে বিৰাটে, যি আনৰ বাবে ভংগ কৰাটো হৈ পৰিব কিছু টান
0
SHARES
595
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক ডাঙৰ অভিলেখ গঢ়িলে বিৰাটে, যি আনৰ বাবে ভংগ কৰাটো হৈ পৰিব কিছু টান

নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ খেলত খেলপথাৰত নামিয়ে অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে। ১৪ টা বলত ১১ ৰান কৰিয়ে আউট হলেও নিজৰ নামত কৰি গ’ল এক অভিলেখ।

ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ইতিহাস সৃষ্টি কৰি ডাঙৰ অভিলেখ গঢ়ে। চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন লীগ মেচত বিৰাটে আজি খেলপথাৰত নামিয়ে এনে এক অভিলেখ গঢ়ে,  যি ভংগ কৰাটো কিছু টান হৈ পৰিব অন্য খেলুৱৈৰ সাপেক্ষে।

আজি দেওবাৰে ২ মাৰ্চ তাৰিখে নিউজিলেণ্ডৰ বিৰুদ্ধে খেল পথাৰত নামিছে ভাৰতীয় দলটোৱে। দুয়োটা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু এই মেচখন তেওঁলোকৰ বাবে এক আনুষ্ঠানিকতা মাথোঁ। বিজয়ী দলটোৱে পইণ্ট তালিকাত শীৰ্ষ স্থানত থাকিব।

বৰ্তমানলৈ ভাৰতে মাথো ৭ অভাৰতেই ৩০ ৰান কৰি ৩ টা উইকেট হেৰুৱালে। তাকো ৰোহিত, গিল, বিৰাটৰ দৰে তাৰকা হেৰুৱালে ভাৰতে। কিন্তু এই ক্ষেত্ৰত বিৰাট কিছু ভিন্ন।

বিৰাট কোহলিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ ৩০০খন এদিনীয়া, ১০০খন টেষ্ট আৰু ১০০খন টি-২০ মেচ খেলা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হ’য়।

ইয়াৰ উপৰি বিৰাটে ২৯৯খন এদিনীয়া, ১২৩খন টেষ্ট আৰু ১২৫খন টি-২০ মেচ খেলিছে। এদিনীয়াত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেন বিৰাটে এদিনীয়াত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াই আহিছে আৰু শেহতীয়াকৈ ১০ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Virat Kohli. Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী
অপৰাধ

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

June 27, 2026
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
Next Post
অতিকে ভয়ংকৰ বাছ দুৰ্ঘটনা, ৩৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ৩০ গৰাকী আহত

অতিকে ভয়ংকৰ বাছ দুৰ্ঘটনা, ৩৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ৩০ গৰাকী আহত

চলিত মাহতেই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, কেতিয়াকৈ হ’ব আৰু ক’ত ক’ত দেখা পাব

চলিত মাহতেই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, কেতিয়াকৈ হ'ব আৰু ক'ত ক'ত দেখা পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.