• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নাটু নাটু’ৰ ছন্দত দুভৰি মিলালে বিৰাটে! ভাইৰেল ভিডিঅ’ দেখিয়েই বিৰাট প্ৰেমীয়ে কৈছে বলীউডত আপোনালৈ দুৱাৰ খোলা আছে…

‘নাটু নাটু’ৰ ছন্দত দুভৰি মিলালে বিৰাটে! ভাইৰেল ভিডিঅ’ দেখিয়েই বিৰাট প্ৰেমীয়ে কৈছে বলীউডত আপোনালৈ দুৱাৰ খোলা আছে…

3 years ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

5 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

5 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

6 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

7 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

7 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

8 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

9 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

10 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

10 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

11 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘নাটু নাটু’ৰ ছন্দত দুভৰি মিলালে বিৰাটে! ভাইৰেল ভিডিঅ’ দেখিয়েই বিৰাট প্ৰেমীয়ে কৈছে বলীউডত আপোনালৈ দুৱাৰ খোলা আছে…

editor by editor
March 18, 2023
in ক্ৰীড়া, ভাৰত
0
‘নাটু নাটু’ৰ ছন্দত দুভৰি মিলালে বিৰাটে! ভাইৰেল ভিডিঅ’ দেখিয়েই বিৰাট প্ৰেমীয়ে কৈছে বলীউডত আপোনালৈ দুৱাৰ খোলা আছে…
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমগ্ৰ বিশ্বতেই এতিয়া RRR-ৰ নাটু নাটু গীতৰ চৰ্চা৷ ৰাজামৌলিৰ চিনেমাৰএ ই বিশেষ গীতটিয়ে অস্কাৰৰ মৌলিক গান বিভাগত অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অস্কাৰ লাভৰ পাছতেই গীতটি সকলোৰে মুখে মুখে৷ এই নাচৰ ষ্টেপসমূহো খুবেই জনপ্ৰিয়৷ শেহতীয়াভাৱে কালিৰ দিনটোত বিৰাট কোহলিয়েও নাটু নাটু গীতৰ ষ্টেপত খেলৰ মাজতেই নৃত্য কৰাৰ এটা ক্লিপ সমগ্ৰতে ভাইৰেল হৈ পৰিছে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখেৰ ষ্টেডিয়ামত প্ৰথম এদিনীয়া মেচত বিৰাট কোহলিয়ে এই নৃত্য কৰিছে৷

বিৰাটৰ চিনেমাপ্ৰেমৰ কথা বহুতৰেই জ্ঞাত৷ অনুষ্কা শৰ্মাৰ সৈতে সংসাৰ কৰাৰ পাছত চিনেমাপ্ৰেম আৰু বৃদ্ধি হৈছিল বিৰাটৰ৷ কিছুদিন পূৰ্বে ভাৰত অষ্ট্ৰেলিয়াৰ টেষ্ট চিৰিজ চলি থকাৰ সময়তো ফিল্ডিং কৰাৰ সময়ত শ্বাহৰুখ অভিনীত ‘পাঠান’ ছবিৰ জনপ্ৰিয় গীত ‘ঝুমে জ’ পাঠান’ গীতৰ সৈতে নাচি উঠিছিল বিৰাট৷ কালিৰ দিনটোত ৱাংখেৰ ষ্টেডিয়ামত RRR-ৰ নাটু নাটু গীতত নৃত্য কৰাৰ ভিডিঅ ভাইৰেল হোৱাৰ পাছতেই একাংশই কৈছে, ‘সেয়েতো বিৰাট সদায়ে কিং৷ ক্ৰিকেটত অৱসৰ ল’লেও বিৰাটে বলীউডলৈ যোৱাৰ ৰাস্তাও খোলা আছে৷’

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিৰিজৰ প্ৰথম এদিনীয়াত বিৰাটে নিজৰ ফৰ্ম ধৰি ৰাখিব নোৱাৰিলে৷ টছত জিকি ভাৰতৰ ভাৰপ্ৰাপ্ত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ খেলতেই মহম্মদ শ্বামী আৰু মহম্মদ চিৰাজৰ দুৰ্দন্ত বলিঙে অষ্ট্ৰেলিয়াৰ দলটোক ধৰাশায়ী কৰে৷ মাত্ৰ ১৮৮ ৰানত অলআউট হয় অষ্ট্ৰেলিয়ান দলটো৷ অষ্ট্ৰেলিয়াৰ খেলুৱৈ মিচেল মাৰ্ছে সৰ্বাধিক ৮১ ৰান সংগ্ৰহ কৰে৷ মিচেল আউট হোৱাৰ পিছতেই হোৰাহোৰে এজনৰ পাছত আনজন আউট হয়৷ অষ্ট্ৰেলিয়াই বান্ধি দিয়ে ১৮৯ৰ টাৰ্গেট৷ অৱশ্যে এই খেলত কোহলিয়ে বিশেষ পাৰ্ফৰমেন্স দেখুৱাব নোৱাৰিলে৷ ৯ বলত ৪ ৰান কৰিয়েই আউট হয় কোহলি৷ কোহলি আউট হোৱাৰ লগতে দলটোৰ অন্যান্য সদস্যইয়ো ভাল পাৰ্ফৰমেন্স দেখুওৱাব নোৱাৰাত বহুতেই ভাৰতৰ পৰাজয় নিশ্চিত বুলিয়েই ধৰি লৈছিল যদিও পাছলৈ কেএল ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজাৰ খেলে ভাৰতক জয়ৰ সোৱাদ দিবলৈ সক্ষম হয়৷ ৫ উইকেটত জয়লাভ কৰি ১-০ ৱ্যৱধানত আগুৱাই গৈছে ভাৰতীয় দলটো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ
বিনোদন

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

August 8, 2026
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
Next Post
‘পৰীক্ষা এটাই চলাব নোৱাৰে ৰাজ্য কি চলাব?’ প্ৰশ্নকাকত ফাদিলক লৈ বিৰোধীৰ মন্তব্য

‘পৰীক্ষা এটাই চলাব নোৱাৰে ৰাজ্য কি চলাব?’ প্ৰশ্নকাকত ফাদিলক লৈ বিৰোধীৰ মন্তব্য

ছেবাৰ ব্ৰেক ফেইল হৈছে, শিক্ষা বিভাগ ছাত্ৰসমাজৰ বাবে অভিশাপঃ ভূপেন বৰা

ছেবাৰ ব্ৰেক ফেইল হৈছে, শিক্ষা বিভাগ ছাত্ৰসমাজৰ বাবে অভিশাপঃ ভূপেন বৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.