• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে

১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে

1 year ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

6 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

6 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

7 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

7 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

8 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

8 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

9 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

10 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

11 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

11 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

12 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে

editor by editor
May 12, 2025
in ক্ৰীড়া
0
১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে

বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৰোহিত শৰ্মাৰ অৱসৰৰ মাত্ৰ কেইদিনমানৰ পিছতে কোহলীয়েও ৰেডবল ফৰ্মেটৰ পৰা বিদায় লয়। এতিয়া টেষ্ট আৰু টি-২০ দুয়োটা ফৰ্মেটতে দেখা পোৱা নাযাব ৰোহিত আৰু বিৰাটৰ যুটিক।

৩৬ বছৰীয়া কোহলীয়ে ২০১১ চনৰ জুন মাহত টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৪ বছৰীয়া দীঘলীয়া টেষ্ট কেৰিয়াৰত তেওঁ বহু অভিলেখ ভংগ কৰিছে। কি কি ৰেকৰ্ড বিৰাটৰ নামত-

ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক টেষ্ট শতক – টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ বিৰাট কোহলী। বিৰাটে ৬৮খন টেষ্ট মেচত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰিছিল, ইয়াৰে ২০টা ইনিংছত শতক অৰ্জন কৰিছিল। অধিনায়ক হিচাপে ১১টা শতক অৰ্জন কৰিছিল বিৰাটে। টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত প্ৰথমত বিৰাট আৰু দ্বিতীয় স্থানত আছে সুনীল গাভাস্কাৰ।

ভাৰতীয়ৰ সৰ্বাধিক দ্বৈত শতক – টেষ্ট ফৰ্মেটত এজন ভাৰতীয়ৰ সৰ্বাধিক দ্বৈত শতক অৰ্জন কৰা বেটছমেন বিৰাট কোহলী। ১৪ বছৰীয়া ৰেডবল কেৰিয়াৰত তেওঁ ৭টা দ্বৈত শতক অৰ্জন কৰিছে। ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁৰ অন্তিমটো দ্বৈত শতক আছিল। শচীন টেণ্ডুলকাৰ আৰু বীৰেন্দ্ৰ ছেহৱাগে দুয়োজনে টেষ্টত ৬টা দ্বৈত শতক অৰ্জন কৰিছে।

টেষ্টত ভাৰতৰ সফল অধিনায়ক – বিৰাট কোহলীয়ে সৌৰভ গাংগুলী, মহম্মদ আজহাৰুদ্দিন আৰু এম এছ ধোনীৰ দৰে কিংবদন্তি অধিনায়কক পৰাস্ত কৰিছে। টেষ্টত ভাৰতৰ সফল অধিনায়ক আছিল বিৰাট। বিৰাটৰ অধীনত টিম ইণ্ডিয়াই ৬৮খন টেষ্ট মেচৰ ভিতৰত ৪০খনত জয়লাভ কৰিছিল। তেওঁৰ অধিনায়কত্বত ভাৰতৰ জয়ৰ শতাংশ আছিল ৫৮.৮২। ১০খনতকৈ অধিক টেষ্ট মেচত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰা খেলুৱৈসকলৰ ভিতৰত বিৰাটৰ জয়ৰ শতাংশ সৰ্বাধিক।

বিদেশী টেষ্ট ভ্ৰমণত চাৰিটা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় – বিদেশ ভ্ৰমণত চাৰিটা শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ বিৰাট কোহলী। ২০১৪–১৫ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত তেওঁ ৪টা শতক অৰ্জন কৰিছিল। ইয়াৰ উপৰিও ২০১৬-১৭ ইংলেণ্ড ছিৰিজতো বিৰাটে চাৰিটা শতকীয় ইনিংছ খেলিছিল।

টেষ্টত ভাৰতৰ হৈ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী – টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ হৈ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলী। বিৰাটৰ কেৰিয়াৰত ১২৩খন টেষ্ট মেচত ৯,২৩০ ৰান সংগ্ৰহ কৰে। এই তালিকাত একাদিক্ৰমে আছে- শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু সুনীল গাভাস্কাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idnian Cricketvirat kohliVirat Kolhi Retirement
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

October 9, 2026
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
Next Post
‘ভয়ক জয় কৰিলেই পৃথিৱী জয় সম্ভৱ’, বুদ্ধ পূৰ্ণিমাতেই জানি থওক গৌতম বুদ্ধৰ ১০টা অমৰ বাণী

‘ভয়ক জয় কৰিলেই পৃথিৱী জয় সম্ভৱ’, বুদ্ধ পূৰ্ণিমাতেই জানি থওক গৌতম বুদ্ধৰ ১০টা অমৰ বাণী

আজি বুদ্ধ পূৰ্ণিমাৰ শুভ যোগত কপাল ফুলিব ৩ ৰাশিৰ, আছে অৰ্থপ্ৰাপ্তিৰ যোগ

আজি বুদ্ধ পূৰ্ণিমাৰ শুভ যোগত কপাল ফুলিব ৩ ৰাশিৰ, আছে অৰ্থপ্ৰাপ্তিৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.