• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ ২১ বছৰ পাছত ঘৰ ভাঙিছে বীৰেন্দ্ৰ ছেহৱাগৰ! স্ত্ৰী আৰতিৰ সৈতে সঁচাকৈয়ে বিচ্ছেদ ল’লে নেকি বীৰেন্দ্ৰই?

বিবাহৰ ২১ বছৰ পাছত ঘৰ ভাঙিছে বীৰেন্দ্ৰ ছেহৱাগৰ! স্ত্ৰী আৰতিৰ সৈতে সঁচাকৈয়ে বিচ্ছেদ ল’লে নেকি বীৰেন্দ্ৰই?

2 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

6 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

6 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

8 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

9 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

9 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

10 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

10 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

11 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

12 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিবাহৰ ২১ বছৰ পাছত ঘৰ ভাঙিছে বীৰেন্দ্ৰ ছেহৱাগৰ! স্ত্ৰী আৰতিৰ সৈতে সঁচাকৈয়ে বিচ্ছেদ ল’লে নেকি বীৰেন্দ্ৰই?

বিবাহৰ ২১ বছৰ পাছত ঘৰ ভাঙিছে বীৰেন্দ্ৰ ছেহৱাগে! স্ত্ৰী আৰতিৰ সৈতে সঁচাকৈয়ে বিচ্ছেদ ল’লে নেকি বীৰেন্দ্ৰই?

editor by editor
January 24, 2025
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
বিবাহৰ ২১ বছৰ পাছত ঘৰ ভাঙিছে বীৰেন্দ্ৰ ছেহৱাগৰ! স্ত্ৰী আৰতিৰ সৈতে সঁচাকৈয়ে বিচ্ছেদ ল’লে নেকি বীৰেন্দ্ৰই?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মন ভাঙে, জোৰা লগা একোখন সংসাৰলৈ হঠাৎ কাল অমানিশা নামে৷ কোনে ভাৱিছিল বীৰেন্দ্ৰৰ ছেহৱাগেও বিচ্ছেদৰ দিশেৰে আগবাঢ়িব৷ যি ছেহৱাগে পত্নীৰ জন্মদিনেই হওক বা বিবাহবাৰ্ষিকী, একোতেই পত্নীক মৰমসনা শুভেচ্ছা দিবলৈ নাপাহৰে৷ নাপাহৰে সামাজিক মাধ্যমত পত্নীৰ সৈতে একোটা ধেমেলীয়া পোষ্ট ভগাই ল’বলৈকো৷ বীৰেন্দ্ৰৰ ছেহৱাগৰ ইনষ্টাগ্ৰাম একাউণ্টলৈ মন কৰিলেই এইসমূহ শুভেচ্ছা বাৰ্তা আপুনিও দেখিব৷ কিছুদিন পূৰ্বেই ছেহৱাগে পত্নী আৰতিক টেগ কৰি লিখিছিল, ‘প্ৰেম অন্ধ, কিন্তু বিবাহে চকু খুলি দিয়ে৷ আৰতি, তোমালৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা৷’

ধেমেলীয়া, খুহুটিয়া কথাৰে ভৰি থকা সংসাৰত এতিয়া বিচ্ছেদৰ জুই জ্বলিছে৷ ২১ বছৰীয়া সংসাৰত বিচ্ছেদৰ গুজৱ ভাইৰেল হৈছে৷ শুনা গৈছে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ বীৰেন্দ্ৰৰ ছেহৱাগেও পত্নীৰ পৰা বিচ্ছেদ বিচাৰিছে৷ ২০০৪ চনত আৰতি আৰু বীৰেন্দ্ৰৰে সংসাৰৰ পাতনি মেলিছিল৷ বিবাহবন্ধনত আৱদ্ধ হোৱাৰ পাছতেই দুয়োৰ সংসাৰ মসৃণৰূপত চলিও আছিল৷ কিন্তু হঠাৎ কিয় দুয়োৱে বিচ্ছেদৰ সিদ্ধান্ত লৈছে?

ভাইৰেল খবৰ অনুসৰি সামাজিক মাধ্যমত বীৰেন্দ্ৰৰ আৰু তেওঁৰ পত্নী আৰতিয়ে এজনে আনজনক আনফ’ল কৰিছে৷ আনকি আৰতিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট প্ৰাইভেটো কৰি পেলাইছে৷ তেওঁ নিজে বন্ধুত্বৰ অনুৰোধ গ্ৰহণ নকৰিলে তেওঁৰ সামাজিক মাধ্যম একাউণ্ট কোনোৱে চাব নোৱাৰিব৷ ছেহৱাগৰ ইনষ্টাগ্ৰামত অৱশ্যে এতিয়া পত্নীৰ কেইবাখনো ছবি আছে৷ কিন্তু সকলো পুৰণি ছবি৷ ছেহৱাগৰ ঘনিষ্ঠ মহলৰ খবৰ অনুসৰি, কেইবামাহ ধৰি দুয়ো পৃথকেই আছে৷ বিচ্ছেদৰ বাবে সময়ৰ অপেক্ষাহে কৰি আছে দুয়োৱে৷ বিগত দীপাৱলিৰ সময়ত ছেহৱাগে তেওঁৰ দুই পুত্ৰ আৰু নিজৰ মাতৃৰ সৈতে উদযাপনৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল৷ এই ছবিত বা কেপছনত কতোৱেই আৰতিৰ নাম নাছিল৷ তেওঁৰ নীৰৱতাই বিচ্ছেদৰ জল্পনাক আৰু বঢ়াই দিছে৷

আৰতিও নতুন দিল্লীৰ কন্যা৷ লেডী ইৰউইন ছেকেণ্ডাৰি স্কুল আৰু ভাৰতীয় বিদ্যা ভৱনত পঢ়াশুনা কৰিছে তেওঁ৷ কম্পিউটাৰ ছায়েন্স বিষয়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰী কলেজত পঢ়িছিল৷ ২০০০ চনৰ পৰা ছেহৱাগৰ সৈতে তেওঁ প্ৰেম৷ ২০০৪ চনত সেই সম্পৰ্কই এটা নাম পায়৷ বীৰু আৰু আৰতিৰ পুত্ৰসন্তান আৰ্যবীৰো ক্ৰিকেটৰ ফিল্ডত নামিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

September 25, 2026
Next Post
যোগী আদিত্যনাথ প্ৰধানমন্ত্ৰী হ’ব, নৰেন্দ্ৰ মোদীয়ে হেৰুৱাব আসন! ভৱিষ্যদ্বাণী ভাইৰেল IIT বাবাৰ

যোগী আদিত্যনাথ প্ৰধানমন্ত্ৰী হ’ব, নৰেন্দ্ৰ মোদীয়ে হেৰুৱাব আসন! ভৱিষ্যদ্বাণী ভাইৰেল IIT বাবাৰ

অপেক্ষা ১ ফেব্ৰুৱাৰীলৈ…অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ ধন বাঢ়ি হ’ব ১০ হাজাৰ টকা!

অপেক্ষা ১ ফেব্ৰুৱাৰীলৈ...অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ ধন বাঢ়ি হ’ব ১০ হাজাৰ টকা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.