• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওপজা দিনত নেটিজেনে দিছে পৰামৰ্শ, মানুহজনী মেইন হ’লেও এইকেইটা দিশলৈ নজৰ দিয়ক ভৃগু কাশ্যপে

3 years ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

1 hour ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

2 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

4 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

5 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ওপজা দিনত নেটিজেনে দিছে পৰামৰ্শ, মানুহজনী মেইন হ’লেও এইকেইটা দিশলৈ নজৰ দিয়ক ভৃগু কাশ্যপে

editor by editor
November 5, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, সংগীত
0
ওপজা দিনত নেটিজেনে দিছে পৰামৰ্শ, মানুহজনী মেইন হ’লেও এইকেইটা দিশলৈ নজৰ দিয়ক ভৃগু কাশ্যপে
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভৃগু কাশ্যপৰ আজি ওপজা দিন। ওপজা দিনত অনুৰাগীমহলে সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে কণ্ঠশিল্পীগৰাকীক। ওপজাদিনৰ প্ৰাকক্ষণত ভৃগু কাশ্যপৰ বহুকেইটা দিশৰ বিষয়ে চৰ্চা চলাইছে নেটিজেনে। জনপ্ৰিয় বহুকেইটা গীতেৰে অসমীয়া সংগীত জগতলৈ অবদান আগবঢ়োৱা ভৃগু কিয় বাৰে বাৰে সমালোচিত হয়? বাৰে বাৰে কিয় ট্ৰল কৰা হয় কণ্ঠশিল্পীগৰাকীক?

ভৃগু কাশ্যপৰ ব্যক্তিত্বক লৈ একাংশ নেটিজেনে সামাজিক মাধ্যমত আগবঢ়াইছে মতামত। ভৃগুক দিছে বিতৰ্কমুক্ত হৈ থকাৰো টিপছ। ভৃগুক কিয় ট্ৰল কৰে, সেই সম্পৰ্কেও নেটিজেনে তুলি ধৰিছে কাৰণ। প্ৰথমেই আছে ভৃগুৰ গীতৰ কথা। ভৃগুৰ গীতৰ কথাত নতুনত্ব নাই তাৰ সলনি ভৃগুৱে উতনুৱা কথাৰেই গীত একোটা সজাই বুলি উল্লেখ কৰিছে নেটিজেনে। অভিনয়ৰ শৈলীক লৈয়ো একাংশই আপত্তি দৰ্শাই।

এজন কণ্ঠশিল্পীয়ে অভিনয় কৰিবই লাগিব বুলিও কথা নাথাকে। ভৃগুৱে অভিনয় জগতত প্ৰৱেশ কৰি নিজকেই ট্ৰল কৰাইছে, ইয়াৰোপৰি মাজে মধ্যে ভৃগুৰ বিৰুদ্ধে বলীউডৰ সংগীতৰ সুৰ চুৰি কৰা বুলিও অভিযোগ আহিছে। সেয়ে সংগীত একোটা কৰাৰ আগতেই ভৃগুৱে এনেবোৰ দিশলৈ নজৰ দিয়াটো প্ৰয়োজন বুলি উল্লেখ কৰিছে নেটিজেনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?
জীৱনশৈলী

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

March 10, 2026
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?
জীৱনশৈলী

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

March 10, 2026
Next Post
‘আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব! অপেক্ষা কৰোঁ পদুলিতে, ভূপেন আহেহে লাগে’, নৱগ্ৰহত কোনে অপেক্ষা কৰিছে সুধাকণ্ঠলৈ?

'আজি নৱগ্ৰহ শ্মশানলৈ ভূপেনদা আহিব! অপেক্ষা কৰোঁ পদুলিতে, ভূপেন আহেহে লাগে', নৱগ্ৰহত কোনে অপেক্ষা কৰিছে সুধাকণ্ঠলৈ?

ৱাও BMW-Z4…গাড়ী ওলালেই যান-জঁট, কি হৈছে শিৱসাগৰত?

ৱাও BMW-Z4...গাড়ী ওলালেই যান-জঁট, কি হৈছে শিৱসাগৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন