• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

4 months ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

13 minutes ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

47 minutes ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

1 hour ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

2 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

3 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

4 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

5 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

6 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

19 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

editor by editor
May 15, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা গভীৰ টোপনিতো আপুনি হঠাৎ ভৰিৰ পেশীত তীব্ৰ ঝিনঝিননি বা টানি ধৰা যেন অনুভৱ কৰে৷ টোপনিও ভাঙি যায়৷ এই অসহ্য যন্ত্ৰণাত ভৰি চিধা কৰা বা ঠিয় হোৱাও টান হৈ পৰে৷ বহুতৰে আছে এই ভয়ংকৰ অভিজ্ঞতা৷ পেশি টানি ধৰাৰ অন্যতম মূল কাৰণেই হৈছে শৰীৰত পানী অভাৱ বা ডিহাইড্ৰেছন৷ শৰীৰত তৰলৰ মাত্ৰা কমি গ’লে পেশিৰ স্বাভাৱিক সংকোচন আৰু প্ৰসাৰণ ব্যাহত হয়৷ সেয়ে দিনজুৰি পৰ্যাপ্ত পানী পান কৰাটো একান্তই প্ৰয়োজন৷ শৰীৰত কেলছিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে প্ৰয়োজনীয় খনিজৰ অভাৱ হ’লে এই সমস্যা বাঢ়ে৷ এই খনিজসমূহে পেশিৰ কাৰ্যকাৰিতা সচল ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

পুষ্টিকৰ খাদ্যৰ অভাৱতেই বহু সময়ত এই সমস্যা হয়৷ বিশ্ৰামৰ সময়ত শৰীৰৰ তলৰ অংশত তেজৰ চলাচল কিছু কমি যায়৷ ফলত পেশিত পৰ্যাপ্ত অক্সিজেন আৰু প্ৰয়োজনীয় পুষ্টি পাবলৈ সময় লাগে৷ সেই কাৰণেই মূলত মাজনিশা বা পুৱাৰ ভাগত পেশি বেছিকৈ টানি ধৰে৷ যিয়ে দীৰ্ঘ সময় ঠিয় হৈ কাম কৰে বা অত্যধিক পৰিমাণে খোজ কাঢ়ে তেওঁলোকৰো পেশিৰ ওপৰত চাপ পৰে ফলত পেশি টানি ধৰা সমস্যা হ’ব পাৰে৷ ইয়াৰোপৰি গৰ্ভাৱস্থাত নাৰীৰ শৰীৰত হৰমন আৰু ওজনৰ পৰিবৰ্তনৰ কাৰণেও ভৰি টানি ধৰাৰ প্ৰৱণতা বাঢ়ি যায়৷

হঠাৎ টানি ধৰিলে আতংকিত নহ’ব৷ সেই স্থানত লাহে লাহে মালিছ কৰক৷ পেশি শিথিল কৰিবলৈ পৃথককৈ ষ্ট্ৰেচিং কৰিব পাৰে৷ ই ৰক্ত সঞ্চালন বঢ়াই বিষ দ্ৰুত কমাই অনাত সহায় কৰে৷ পেশিৰ শিথিলতা কমাবলৈ আইছ পেক বা বৰফৰ সেঁক বেছ কাৰ্যকৰ ভূমিকা পালন কৰে৷ আকৌ বহু ক্ষেত্ৰত গৰম পানীৰ সেঁক দিলেও পেশি দ্ৰুত নমনীয় হয়৷

আৰাম পাবলৈ হ’লে ঘৰুৱা এই পদ্ধতিসমূহ বেছ জনপ্ৰিয়৷ সমস্যা নিয়মিত হ’লে চিকিৎসকৰ পৰামৰ্শ ৰক্ত পৰীক্ষা কৰোৱা উচিত৷ নিয়মিত পাতল ব্যায়াম, সুষম খাদ্য আৰু ভিটামিন ডিৰ পৰ্যাপ্ত সৰবৰাহে এই কষ্টৰ পৰা মুক্তি দিব পাৰে৷ সুস্থ থাকিবলৈ হলে শৰীৰৰ সৰু সৰু সংকেতসমূহক গুৰুত্ব দিয়ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?
বাণিজ্য

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

August 31, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল
প্ৰযুক্তি

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

August 31, 2026
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

August 31, 2026
Next Post
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.