• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইলৰ যুদ্ধৰ পৰা ভাৰতৰ কি কি লাভ?

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইলৰ যুদ্ধৰ পৰা ভাৰতৰ কি কি লাভ?

2 years ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

47 minutes ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

1 hour ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

2 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

3 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

4 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

4 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

7 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

8 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইলৰ যুদ্ধৰ পৰা ভাৰতৰ কি কি লাভ?

editor by editor
November 9, 2023
in বাণিজ্য, বিশ্ব, ভাৰত
0
চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইলৰ যুদ্ধৰ পৰা ভাৰতৰ কি কি লাভ?
0
SHARES
975
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধই উত্তপ্ত কৰি ৰাখিছে পশ্চিম এছিয়াক। মুহূৰ্তে মুহূৰ্তে গোলাবৰ্ষণ, মিছাইল আক্ৰমণ, গুলিৰ শব্দ এতিয়া গাজাৰ আকাশত। বাৰুদেৰে ধুৱলি-কুঁৱলি পেলেষ্টাইনৰ আকাশ। যিমানেই দিন বাঢ়িছে সিমানেই দীৰ্ঘতৰ হৈছে মৃত্যুমিছিল। বিগত ৭ অক্টোবৰৰ পৰা পেলেষ্টাইনৰ সশস্ত্ৰ গোষ্ঠী হামাছে ইজৰাইলৰ ভূখণ্ডত সোমাই আক্ৰমণ চলাইছিল তাৰপিছতেই ইজৰাইলেও এই আক্ৰমমৰ প্ৰত্তুত্ত্যৰ দিছে। ইজৰাইলৰ পৰা আঢ়ৈশৰো বেছি সাধাৰণ মানুহক বন্দী কৰিছে হামাঠে। হামাছৰ এই আক্ৰমণত নিহত হৈছে ১৪০০ ৰো অধিক লোকৰ। হামাছৰ এই আক্ৰমণৰ পাছৰে পৰাই পশ্চিম এছিয়াত যুদ্ধ চলি আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছক ধ্বংস কৰাৰ প্ৰতিজ্ঞা কৰিছে। ইজৰাইলৰ প্ৰত্যাঘাতত গাজাত প্ৰায় ১০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

পশ্চিম এছিয়াৰ এই বিধ্বংসী যুদ্ধত ভাৰত নীৰৱ দৰ্শক। হামাছৰ আক্ৰমণৰ বিৰোধিতা কৰি প্রথমে মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে পশ্চিম এছিয়াত শান্তি স্থাপনৰ কথাও কৈছে। যুদ্ধক লৈ ইজৰাইল আৰু পেলেষ্টাইন দুয়ো দেশকেই আলোচনাত বহিবলৈকো আহ্বান জনাইছে ভাৰতে। যুদ্ধক লৈ ভাৰতে যি অৱস্থান গ্ৰহণ কৰিছে সেই বিষয়টোক লৈয়ে সুখী হৈছে ইজৰাইল। ইজৰাইলে ভাৰতৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় কৰাৰো পৰিকল্পনা কৰিছে ইজৰাইলে।

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ কাৰণে ভাৰতৰ লোকচান নহয় বৰঞ্চ লাভহে হ’ব। বৈদেশিক বাণিজ্যৰ ওপৰত গৱেষণা কৰি থকাসকলে জনোৱা অনুসৰি যুদ্ধত ভাৰতৰ লোকচান নহয় লাভহে হ’ব। ইজৰাইলত কৰ্মৰত হৈ থকা প্ৰায়সকল পেলেষ্টাইনী কৰ্মীয়েই ত্যাগ কৰিছে ইজৰাইল। ইয়াৰ ফলত সংকটত পৰিছে ইজৰাইলৰ বহুকেইটা সংস্থা। কৰ্মীৰ অভাৱতেই ইজৰাইলৰ বহু কোম্পানীয়ে কাম বন্ধ ৰাখিব লগাতো পৰিছে। ইয়াৰ ফলত দেশত অৰ্থনীতি প্ৰভাৱিত হৈছে। যুদ্ধৰ খৰত বহনৰ ওপৰিও কোম্পানী বন্ধই ভঙি পেলাইছে ইজৰাইলৰ অৰ্থনীতি। ভয়েছ অৱ আমেৰিকাৰ ৰিপৰ্ট অনুসৰি, ইজৰাইলৰ নিৰ্মাণ শিল্পৰ ছেক্টৰে দেশৰ চৰকাৰৰ ওচৰত ভাৰতৰ পৰা কৰ্মী পঠিয়াবলৈ আৱেদন জনাইছে। পেলেষ্টাইনী কৰ্মীৰ অভাৱ পূৰণৰ বাবে ভাৰতৰ শ্ৰমিককেই বাচি লৈছে এইসমূহ সংস্থাই।

প্ৰাথমিকভাৱে এক লাভ ভাৰতীয় শ্ৰমিকক ইজৰাইললৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে। ইজৰাইললৈ গৈ তাত কাম কৰিলে মোটা অংকৰ ধনো দিব ইজৰাইল চৰকাৰে। যুদ্ধৰ মাজতেই ইজৰাইলৰ পৰা পেলেষ্টাইনৰ প্ৰায় ৯০ হাজাৰ কৰ্মীক ছাটাই কৰা হৈছে। তেওঁলোকক ইজৰাইলত কোনো কাৰণতে কাম কৰি থাকিবলৈ নিদিয়ে ইজৰাইল চৰকাৰে। সেই শূন্যস্থান পূৰণৰ বাবেই ভাৰতীয়সকলক মাতি পঠিয়াইছে ইজৰাইলী সংস্থাসমূহে। ইজৰাইল চৰকাৰে সংস্থাসমূহৰ এই আবেদন যদি গ্ৰহণ কৰে তেন্তে ভাৰতৰ বহু শ্ৰমিকৰ বাবে বিদেশত কাম কৰাৰ ভাল সুযোগ আহিব। প্রথমতে প্ৰায় এক লাভ কৰ্মীক নিয়োগ কৰা হ’ব। পৰবৰ্তী পৰ্যায়ত আৰু অধিক শ্ৰমিকে ইজৰাইলত কাম কৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব।

এইদৰে বিদেশলৈ কাম কৰিবলৈ যোৱাৰ সুযোগতেই ভাৰতলৈ আহিব বৈদেশিক মুদ্ৰাও। ইজৰাইলত কাম কৰিবলৈ যোৱা ভাৰতীয়সকলৰ মাধ্যমেৰে সেই মুদ্ৰা দিল্লীলৈ আহিব। ভাৰতৰ পৰা ইজৰাইললৈ পূৰ্বেও বহু লোকে কাম কৰিবলৈ গৈছে। ভাৰতৰ পৰা ১০ হাজাৰ কৰ্মী ইজৰাইললৈ পঠিওৱাৰ কথা হৈছিল চলিত বছৰতেই। সেই কৰ্মীসকলৰ একাংশ নিৰ্মাণক্ষেত্ৰত আৰু একাংশ স্বাস্থ্য ক্ষেত্ৰত নিযুক্ত হ’ব বুলিও জনাইছিল। ইজৰাইল আৰু হামাছ যুদ্ধৰ এমাহ সম্পূৰ্ণ হোৱাৰ সময়তেই ভাৰতলৈ ভাল খবৰ অচিৰেই আহিব পাৰে বুলি জনাইছে একাংশ বাণিজ্য বিশেষজ্ঞই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট! তালিকাত আপুনি আছে নেকি?

ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট! তালিকাত আপুনি আছে নেকি?

টিকেটৰ বিক্ৰী আৰম্ভ! বৰ্ষাপাৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ মেচৰ টিকেটৰ দাম কিমান?

টিকেটৰ বিক্ৰী আৰম্ভ! বৰ্ষাপাৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ মেচৰ টিকেটৰ দাম কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.