• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

3 years ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

3 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

4 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

5 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

5 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

6 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

7 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

14 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

14 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

15 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

15 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

15 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

editor by editor
April 23, 2024
in বিজ্ঞান, বিশ্ব
0
পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?
0
SHARES
431
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰমে মাটিৰ তললৈ সোমাই গৈ আছে চীনৰ এখনৰ পাছত আনখন চহৰ। ইয়াৰ মাজতেই কেইখনমান চহৰৰ অৱস্থা উদ্বেগজনক। ১০০ৰ ভিতৰত ১খনকৈ চহৰ প্ৰতিবছৰে পাতালত সোমাই গৈ আছে। প্ৰায় ১০ মিলিঃ মিঃলৈ একোখন চহৰ মাটিৰ তললৈ সোমাই গৈছে। জাৰ্নেল ছায়েন্সে প্ৰকাশ কৰা এখন গৱেষণা পত্ৰই দাবী কৰিছে এই কথা। তালিকাত আছে চীনৰ ৰাজধানী বেইজিং চহৰো। কিন্তু কিয় মাটিৰ তলত সোমাই গৈ আছে এই চহৰ?

গৱেষকে জনোৱা অনুসৰি মাটিৰ তলত অতিৰিক্ত পৰিমাণৰ পানী শোষণ আৰু মাটিৰ ওপৰত ওখ ওখ নিৰ্মাণেই বিপদ মাতিছে চীনলৈ। চীনত নিৰ্মাণৰ সংখ্যা অত্যাধিক হাৰত বাঢ়ি আছে। যাৰফলত চীনৰ চহৰাঞ্চলৰ ৪৫ শতাংশ এলেকাৰ মাটি বছৰি ৩ মিলি মিটাৰ কৈ মাটিৰ তলত সোমাই গৈ আছে। মাটি পাতালত সোমাই গৈ থকা ঘটনা চীনত এয়াই প্ৰথম নহয়। পূৰ্বেও চীনৰ কেইবাখনো চহৰ মাটিৰ তলত সোমাই গৈছে।

প্ৰায় দুটা শতকৰ পূৰ্বে চীনৰ ছাংহাই আৰু তিয়ানজিন চহৰো মাটিৰ তলত সোমাই গৈছিল। কিন্তু সেই তুলনাত বৰ্তমান মাটিৰ তলত সোমাই যোৱাৰ শতাংশ বৃদ্ধি পাইছে। পূৰ্বৰ তুলনাত ৩মিটাৰ বেছিকৈ সোমাই যাব ধৰিছে চহৰকেইখন। ২০১৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত চীনৰ চহৰসমূহৰ জনসংখ্যা ২০লাখতকৈয়ো বেছি হৈছে। সেই চহৰসমূহতেই মাটি তললৈ সোমাই যোৱাৰ শতাংশও বাঢ়িছে।

চীনৰ মুঠ ২৮খন চহৰৰ মাটি পৰীক্ষা কৰি এই তথ্য লাভ কৰিছে বিজ্ঞানীয়ে। চেণ্টিনেল-১ উপগ্ৰহৰ পৰা তোলা ছবি দেখিলেই বুজা যায় কেনেকৈ মাটিৰ তললৈ সোমাই গৈ আছে চহৰকেইখন। কেৱল চীনতেই এই ঘটনা ঘটিছে তেনে নহয়। হাউষ্টন আৰু মেক্সিকো চহৰো এই তালিকাত আছে। ইয়াৰোপৰি ভাৰতৰ ভিতৰত দিল্লীত এই ঘটনা লক্ষ্য কৰিছে বিজ্ঞানীমহলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!
জীৱনশৈলী

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

October 27, 2026
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’
বিশ্ব

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

October 27, 2026
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!
নিয়োগ

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

October 26, 2026
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!
বিশ্ব

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

October 26, 2026
Next Post
কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…

Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.