• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান

পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান

2 years ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

2 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

3 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

3 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

4 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

4 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

5 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

5 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

6 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

7 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

8 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান

editor by editor
November 15, 2024
in অসম, গুৱাহাটী
0
পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ পানীৰ হাহাকাৰ ! আজিৰে অহা ৩ দিনলৈ গুৱাহাটীৰ ২৮ অঞ্চলত বন্ধ পানী যোগান

পুনৰ মহানগৰীত পানীৰ বাবে হাহাকাৰ কৰিব লাগিব জনসাধাৰণে। কিয়নো অহা ৩ দিনৰ বাবে গুৱাহাটী মহানগৰীত বন্ধ থাকিব পানী যোগান। মুঠ ২৮ টা অঞ্চলত বন্ধ থাকিব পানীৰ যোগান।

আজি ১৫ নৱেম্বৰ শুকুৰবাৰৰ পৰা অহা ১৭ নৱেম্বৰ দেওবাৰলৈ বন্ধ থাকিব পানী। গুৱাহাটী জল ব’ৰ্ডে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ জাননী। পানী যোগানৰ বাবে সংযোজন কৰিব নতুন অঞ্চল, যাৰ পৰিপ্ৰেক্ষিত উক্ত ২৮টা অঞ্চলত বন্ধ থাকিব পানী যোগান।

পানী যোগান বন্ধ থাকিব লগা অঞ্চল সমূহ- লতাশিল, পাণবজাৰ, খাৰঘূলি, উলুবাৰী, ৰূপনগৰ, তৰুণ নগৰ, ভাস্কৰ নগৰ, হেঙেৰাবাৰী, ড০ জাকিৰ হুছেইন ৰোড, অমিয় নগৰ, চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, ৰূপনগৰ, বৰা ছাৰ্ভিচ, জু-ৰোড, অনিল নগৰ, নবীন নগৰ, শ্ৰীনগৰ, গীতানগৰ, অম্বিকাগিৰি নগৰ, সুন্দৰপূৰ, মানিকনগৰ, ডাউন টাউন, বৰমটৰীয়া, ৰামছাহিল, শিলপুখুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatiGuwahati Water SupplyWaterWater Supply
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
অসম

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

July 11, 2026
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
Next Post

মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ সাফল্য, বিজয়ৰ হেট্ৰিক দলটোৰ

আজি সন্ধিয়াৰ পৰা ভাগ্য সলনি হৈ পৰিব ৩ ৰাশিৰ, প্ৰকোপ বৃদ্ধি পাব শনি দেৱৰ

আজি সন্ধিয়াৰ পৰা ভাগ্য সলনি হৈ পৰিব ৩ ৰাশিৰ, প্ৰকোপ বৃদ্ধি পাব শনি দেৱৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.