• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ বিৰুদ্ধে নেখেলে ভাৰতীয় খেলুৱৈয়ে, WCL ছেমি ফাইনেলৰ পৰা আঁতৰিল ভাৰত

পাকিস্তানৰ বিৰুদ্ধে নেখেলে ভাৰতীয় খেলুৱৈয়ে, WCL ছেমি ফাইনেলৰ পৰা আঁতৰিল ভাৰত

10 months ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

4 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

4 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

5 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

6 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

6 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

7 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

8 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

9 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

10 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

10 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

11 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পাকিস্তানৰ বিৰুদ্ধে নেখেলে ভাৰতীয় খেলুৱৈয়ে, WCL ছেমি ফাইনেলৰ পৰা আঁতৰিল ভাৰত

editor by editor
July 30, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পাকিস্তানৰ বিৰুদ্ধে নেখেলে ভাৰতীয় খেলুৱৈয়ে, WCL ছেমি ফাইনেলৰ পৰা আঁতৰিল ভাৰত
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ বিৰুদ্ধে নেখেলে ভাৰতীয় খেলুৱৈয়ে, WCL ছেমি ফাইনেলৰ পৰা আঁতৰিল ভাৰত

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ অৰ্থাৎ WCLৰ ছেমিফাইনেলত ভাৰত বনাম পাকিস্তানৰ খেল হোৱা কথা আছিল, কিন্তু এই খেল খেলিবলৈ অমান্তি ভাৰতীয় খেলুৱৈ। পাকিস্তানৰ বিৰুদ্ধে নেখেলে ভাৰতীয় খেলুৱৈয়ে।

জানিব পৰা মতে ভাৰতীয় খেলুৱৈসকলে এই মেচত খেলিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ লগে লগে এই প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ যাত্ৰা ইমানতেই অন্ত পৰে। ইয়াৰ পূৰ্বেও লীগ পৰ্যায়ৰ মেচটো ভাৰতীয় দলে পাকিস্তানৰ সৈতে নেখেলে বুলি উল্লেখ কৰিছিল, যাৰ বাবে দুয়ো দেশৰ খেল অনুষ্ঠিত হোৱা নাছিল।

উল্লেখ্য যে, ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ ছেমি ফাইনেলত চাৰিটা দলে স্থান নিশ্চিত কৰিছিল। দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ভাৰত আৰু পাকিস্তান। প্ৰথমখন ছেমি ফাইনেল ৩১ জুলাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা কথা আছিল। কিন্তু এতিয়া সেই মেচ বাতিল। দ্বিতীয়খন ছেমি ফাইনেল দক্ষিণ আফ্ৰিকা বনাম অষ্ট্ৰেলিয়া।

জানিব পৰা মতে ভাৰতীয় খেলুৱৈসকলে এই মেচত খেলিবলৈ অস্বীকাৰ কৰিছে। পিটিআইয়ে সূত্ৰৰ পৰা জানিব পাৰিছে যে ইণ্ডিয়ান চেম্পিয়নছ লীগক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলে বাৰ্মিংহামত অনুষ্ঠিত হোৱা ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ ছেমি ফাইনেলত পাকিস্তান চেম্পিয়নছ লীগৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰিছে।

এই প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত যেতিয়া ভাৰত আৰু পাকিস্তানে এখন মেচ খেলিব লাগিছিল, তেতিয়াও ভাৰতীয় খেলুৱৈসকলে সেই মেচ খেলিবলৈ অস্বীকাৰ কৰিছিল। যাৰ বাবে পিছত ভাৰত আৰু পাকিস্তানক এটাকৈ পইণ্ট ভগাই দিয়া হৈছিল।

কিন্তু এতিয়া যিহেতু এয়া ছেমি ফাইনেল, ভাৰতীয় দলে খেল খেলাৰ বাবে অমান্তি হৈছে, সেয়ে নিয়ম অনুসৰি ভাৰতীয় দল টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ব। উল্লেখ্য যে, ভাৰতীয় দলত থকা শিখৰ ধাৱান, হৰভজন সিং, ইৰফান পাঠান, সুৰেশ ৰাইনা আৰু ইউছুফ পাথানে পাকিস্তানৰ লগত কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিবলৈ সাজু নহয় লতে কোনো ধৰণৰ খেল খেলিবলৈ নিবিচাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idnia Vs PakistanindiapakistanWCL
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?
বিনোদন

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

May 23, 2026
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?
প্ৰযুক্তি

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

May 23, 2026
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
Next Post
২০২৫ জুলাই, জাপানীছ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, সকলো সঁচা প্ৰমাণিত, আৰু কি কি আছে তালিকাত

২০২৫ জুলাই, জাপানীছ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, সকলো সঁচা প্ৰমাণিত, আৰু কি কি আছে তালিকাত

আগষ্টৰ আৰম্ভণিতে সকলো সমস্যাৰ পৰা ৰেহাই পাব ৩ ৰাশিৰ লোকে

আগষ্টৰ আৰম্ভণিতে সকলো সমস্যাৰ পৰা ৰেহাই পাব ৩ ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.