• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোক্ষদা একাদশীত মোক্ষলাভ কৰিব ৫ৰাশিৰ জাতকে, সিদ্ধিদাতাৰ কৃপাত আঁতৰিব এইসমূহ বাধা

মোক্ষদা একাদশীত মোক্ষলাভ কৰিব ৫ৰাশিৰ জাতকে, সিদ্ধিদাতাৰ কৃপাত আঁতৰিব এইসমূহ বাধা

1 year ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

46 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

1 hour ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

14 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

14 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

19 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোক্ষদা একাদশীত মোক্ষলাভ কৰিব ৫ৰাশিৰ জাতকে, সিদ্ধিদাতাৰ কৃপাত আঁতৰিব এইসমূহ বাধা

মোক্ষদা একাদশীত মোক্ষলাভ কৰিব ৫ৰাশিৰ জাতকে, সিদ্ধিদাতাৰ কৃপাত আঁতৰিব এইসমূহ বাধা

editor by editor
December 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মোক্ষদা একাদশীত মোক্ষলাভ কৰিব ৫ৰাশিৰ জাতকে, সিদ্ধিদাতাৰ কৃপাত আঁতৰিব এইসমূহ বাধা
0
SHARES
835
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১১ ডিচেম্বৰ ২০২৪ বুধবাৰে চন্দ্ৰই মীন ৰাশি ত্যাগ কৰি মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ শুক্লপক্ষৰ একাদশী তিথি৷ শাস্ত্ৰ অনুসৰি এই দিনটো মোক্ষদা একাদশী নামেৰে পৰিচিত৷ সূৰ্যই এতিয়া অৱস্থান কৰি আছে বৃশ্চিক ৰাশিত৷ বুধবাৰ নিশা ১বাজি ৯ মিনিট পৰ্যন্ত একাদশী তিথি থাকিব৷ তাৰপাছতেই শুক্লা দ্বাদশী আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৰিয়ান যোগ আৰু পৰিঘ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে ৰেবতী নক্ষত্ৰ আৰু পাছত অশ্বিনী নক্ষত্ৰত প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

১১ ডিচেম্বৰৰ দিনটো আনন্দৰে কটাব বৃষ ৰাশিৰ জাতকে৷ ৰবি যোগৰ প্ৰভাৱত কাইলৈ সম্পদ লাভ হ’ব পাৰে আপোনাৰ৷ ইয়াৰোপৰি কাইলৈ বিশেষ কোনো সন্মান লাভ কৰিব পাৰিব৷ যিসকলে ব্যৱসায় কৰে, তেওঁলোকে কাইলৈ বিশেষভাৱে লাভাম্বিত হ’ব৷ পিতৃৰ সৈতে নিজৰ ভৱিষ্যতক লৈ আলোচনা কৰিব আপুনি৷ যিসকলে ব্যক্তিগত খণ্ডত চাকৰি কৰে তেওঁলোকে কাইলৈ নতুন চাকৰি পাব পাৰে৷

মিথুন ৰাশি

ৰেবতী নক্ষত্ৰৰ প্ৰভাৱত ভাগ্যৰ সুফল লাভ কৰিব মিথুন ৰাশিত জাতকে৷ নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল আপুনি পাব৷ কাইলৈ বুধবাৰে পেছাগত জীৱনত একাধিক পজিটিভ পৰিবৰ্তন আপুনি দেখা পাব৷ কাইলৈ দিনটো বেছ আৰাম কৰি কটাব পাৰিব আপুনি৷ বন্ধুৰ সৈতে কাইলৈ বিয়লি ভাল সময় কটাব৷ কাইলৈ আৰ্থিক লাভৰ যোগ আছে মিথুন ৰাশিৰ জাতকৰ৷

কন্যা ৰাশি

পৰিঘ যোগৰ শুভ প্ৰভাৱত কাইলৈ ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ৷ কাইলৈ নিজৰ ব্যক্তিত্বৰে সকলোকে মুগ্ধ কৰিব পাৰিব আপুনি৷ যদি অংশীদাৰিত্বৰ কোনো কাম কৰে, তেন্তে এই কামত কাইলৈ আপুনি লাভবান হোৱাৰ যোগ আছে৷ এই কামত পৰা ভৱিষ্যতেও আৰ্থিক লাভ হ’ব কন্যা ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ কাৰোবাৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

বৃশ্চিক ৰাশি

কাইলৈ ১১ ডিচেম্বৰৰ দিনটো আনন্দেৰে কটাব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ ৰবি যোগৰ শুভ ফল লাভ কৰিব আপুনি৷ গণেশৰ আশীৰ্বাদত কাইলৈ অৰ্থাগমৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷ প্ৰেম জীৱনতো কাইলৈ দিনটো শুভ৷ কাইলৈ আপোনাৰ জীৱনত বিশেষ কাৰোবাৰ আগমন হ’ব পাৰে৷ বৃশ্চিক ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও দিনটো বেছ শুভ হ’ব৷

ধনু ৰাশি

কাইলৈ বুধবাৰে বৰিয়ান যোগৰ শুভ ফল লক্ষ্য কৰা যাব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ আপোনাৰ উত্তৰাধিকাৰ সূত্ৰে বেছ কিছু সম্পত্তি লাভ কৰিব পাৰে৷ আপুনি ভাৱিবও নোৱাৰে এনে কোনো সূত্ৰৰ পৰা আপোনাৰ অৰ্থাগম হ’ব৷ পুৰণি কোনো অসুখ বিসুখ থাকিলে কাইলৈ ৰেহাই পাব৷ ধনু ৰাশিৰ জাতকৰ দীৰ্ঘদিনৰ কোনো মনৰ ইচ্ছা কাইলৈ পূৰণ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 13, 2026
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
Next Post
২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ

২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ

নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা

নতুন প্ৰকল্প আৰম্ভ কৰিছে কেন্দ্ৰই, প্ৰতিমাহে মহিলাসকলে পাব ৭০০০কৈ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.