• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ

গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

11 minutes ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

30 minutes ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

56 minutes ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

1 hour ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

2 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

3 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

4 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

4 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

5 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

5 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

6 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ

গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ

editor by editor
November 19, 2024
in বিবিধ, ভাৰত, লেখা
0
গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ
0
SHARES
595
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২০  নৱেম্বৰ ২০২৪ বুধবাৰে চন্দ্ৰই মিথুন ৰাশি ত্যাগ কৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ কৃষ্ণা পঞ্চমী তিথি৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে বৃশ্চিক ৰাশিত৷ কাইলৈ বিয়লি ৪বাজি ৪৯ মিনিট পৰ্যন্ত পঞ্চমী আছে৷ তাৰপাছতেই পৰিছে কৃষ্ণা ষষ্ঠী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ গৌৰী যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনজুৰি আছে কৃষ্ণা ষষ্ঠী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ গৌৰী যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনজুৰি থাকিব প্ৰথমে পুৰ্নবাসু আৰু পাছত পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

২০ নৱেম্বৰত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ সাহস, আত্মবিশ্বাস আৰু ধৈৰ্য্য তুংগত থাকিব৷ শত্ৰুৱে কাইলৈ বৃষ ৰাশিৰ জাতকৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিব৷ জনসেৱামূলক কামত কাইলৈ অংশ ল’ব পাৰে৷ চাকৰিৰ চেষ্টা কৰিলে কাইলৈ কোনো বন্ধুৰ সহায়ত ভাল চাকৰি পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷

সিংহ ৰাশি

কাইলৈ দিনটো গৌৰী যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি সাফল্যৰ সৈতে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ আপোনাৰ কামত বাধা তৈয়াৰৰ চেষ্টা কৰিও ব্যৰ্থ হ’ব বিৰোধীসকল৷ আপুনি নিজৰ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতিও মোকাবিলা কৰিব পাৰিব৷ আইনী জটিলতাত জয়ী হ’ব সিংহ ৰাশিৰ জাতক৷

কন্যা ৰাশি

কাইলৈ দিনটো বিশেষভাৱে ভাগ্যৰে পৰিপূৰ্ণ হৈ থাকিব কন্যা ৰাশিৰ জাতক৷ কাইলৈ হঠাৎ কোনো সূত্ৰৰ পৰা অৰ্থ লাভ কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হ’ব পাৰে৷ যি সকলো সমস্যাই ইমান দিনে বাধাৰ সৃষ্টি কৰিছিল, সেই সকলো বাধা এইবাৰ দূৰ হ’ব৷ কন্যা ৰাশিৰ ছাত্ৰছাত্ৰী সকলে লিখাপঢ়াত বিশেষ উন্নতি কৰিব৷ ব্যৱসায়ত কাইলৈ বৃহৎ লাভ কৰিব পাৰে৷

বৃশ্চিক ৰাশি

কাইলৈ পুৰ্নবাসু নক্ষত্ৰৰ প্ৰভাৱত বৃহৎ কোনো সাফল্যই অপেক্ষা কৰি আছে বৃশ্চিক ৰাশিত বাবে৷ কাইলৈ নিজৰ জ্ঞান, বুদ্ধি, পৰিশ্ৰমৰ জোৰত প্ৰতিকূল পৰিস্থিতিতো জয় লাভ কৰিব৷ কেৰিয়াৰত বৃহৎ সাফল্য পোৱাৰ যোগ আছে৷ কাইলৈ অতিৰিক্ত অৰ্থ লাভ কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ আপোনাৰ মানসিক চাপ এইসময়ত দূৰ হ’ব৷

মকৰ ৰাশি

কাইলৈ দিনজুৰি গণপতিৰ আশীৰ্বাদ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত বিশেষ প্ৰভাৱ প্ৰতিপত্তি আপুনি অৰ্জন কৰিব পাৰিব৷ কাইলৈ সকলো বিষয়ত পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন পাব মকৰ ৰাশিৰ জাতকে৷ কাইলৈ আপুনি যি কামত হাত দিব তাতেই সম্পূৰ্ণ সাফল্য পাব৷ কাইলৈ অৰ্থ বিনিয়োগ কৰিলে লাভৱান হ’ব৷ ব্যৱসায়তো কাইলৈ লাভ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
Next Post
সংগী বিচাৰিয়েই ২০০০ কিঃমিঃ যাত্ৰা! ৪ ৰাজ্যৰ সীমনা অতিক্ৰমী ওড়িশাত উপস্থিত মহাৰাষ্ট্ৰৰ এটা বাঘ

সংগী বিচাৰিয়েই ২০০০ কিঃমিঃ যাত্ৰা! ৪ ৰাজ্যৰ সীমনা অতিক্ৰমী ওড়িশাত উপস্থিত মহাৰাষ্ট্ৰৰ এটা বাঘ

মঙ্গলত চন্দ্ৰৰ মহামিলনত তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ! ৩ ৰাশিৰ হাতলৈ আহিব ধন

মঙ্গলত চন্দ্ৰৰ মহামিলনত তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ! ৩ ৰাশিৰ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.