• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 day ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 hours ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 hours ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 hours ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

8 hours ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

9 hours ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

23 hours ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 day ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 day ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 day ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

editor by editor
February 9, 2026
in জীৱনশৈলী
0
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেব্ৰুৱাৰীত নতুন সপ্তাহত সূৰ্যই কুম্ভ ৰাশিলৈ গমন কৰিব৷ শুক্ৰইয়ো কুম্ভ ৰাশিত সূৰ্যৰ সৈতে সংযোগ কৰিব৷ কুম্ভ ৰাশিত সূৰ্য আৰু শুক্ৰৰ সংযোগ শুক্ৰাদিত্য ৰাজযোগক কাৰ্যকৰ কৰিব৷ এই সপ্তাহ ভেলেণ্টাইন সপ্তাহ৷ প্ৰেম জীৱনৰ গ্ৰহ শুক্ৰই এই সময়তে সূৰ্যৰ সৈতে সংযোগৰ কাৰণে মেষ আৰু বৃষ ৰাশিসহ ৫ৰাশিৰ জাতকে তেওঁলোকৰ প্ৰেম জীৱনত ইতিবাচক পৰিবৰ্তন দেখা পাব৷ ধন-সম্পদৰ পৰা সুখ লাভৰ সম্ভাৱনাও আছে৷ এইকেইটা ৰাশিৰ জাতকে এই সপ্তাহত বহু ভ্ৰমণ কৰিব পাৰে, যিয়ে আপোনাৰ বাবে ভাল লাভ কঢ়িয়াই আনিব পাৰে৷ সাপ্তাহিক ভাগ্যবান ৰাশি কি কি?

মেষ ৰাশি

গ্ৰহৰ গতিবিধি অনুসৰি, ফেব্ৰুৱাৰীৰ এই সপ্তাহ মেষ ৰাশিৰ বাবে খুবেই উপকাৰী প্ৰমাণিত হব৷ মেষ ৰাশিৰ জাতকে বহু বেছি আত্মবিশ্বাসী বোধ কৰিব৷ ইয়াৰোপৰি এই সপ্তাহত সূৰ্যই আপোনাৰ ৰাশিৰ পৰা একাদশ ঘৰত গোচৰ কৰিব৷ ফলস্বৰূপে আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বৰ তুলনাত বহুত ভাল হব৷ আপোনাৰ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আচে৷ আপুনি এতিয়া আপোনাৰ পূৰ্ববৰ্তী বিনিয়োগৰ ফল পাব পাৰে৷ আপুনি যদি কোনো কামৰ সৈতে সম্পৰ্কিত ভ্ৰমণলৈ যায় তেতিয়া আপুনি সাফল্য পাব পাৰে৷ ইয়াৰোপৰি এই সপ্তাহত আপোনাৰ বিলাসিতা বৃদ্ধি পাব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে সপ্তাহত প্ৰেম জীৱনৰ দিশৰ পৰা লাভজনক হব৷ এই সপ্তাহত সূৰ্যই আপোনাৰ ৰাশি এৰি দশম ঘৰত গমন কৰিব৷ ইয়াৰ অৰ্থ হৈছে আগন্তুক দিনসমূহত আপুনি উল্লেখযোগ্য সুবিধা দেখা পাব৷ আপুনি বেছ কিছু সুখী বোধ কৰিব৷ সূৰ্যৰ প্ৰভাৱত কৰ্মৰত পেছাদাৰসকলৰ মাজত প্ৰচুৰ শক্তি আহিব৷ আপুনি এই সপ্তাহত বেছ কেইবাটাও ভ্ৰমণ কৰিব পাৰে৷ আপোনাৰ পাৰ্টনাৰৰ সৈতে ব্যৱসায়িক ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হব পাৰে৷ আপুনি যদি নতুন কিছু আৰম্ভ কৰিব খোজে তেন্তে আপুনি সফল ফলাফল অৰ্জন কৰিব৷ আপোনাৰ বিবাহিত জীৱনো খুবেই আনন্দদায়ৰ আৰু লাভজনক হব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে সপ্তাহটো খুবেই ভালকৈ যাব৷ এই সপ্তাহত আপোনাৰ ৰাশিৰ স্বামী সূৰ্যই সপ্তম ঘৰত গোচৰ কৰিব৷ ফলস্বৰূপে আপুনি মানসিকভাৱে শক্তিশালী বোধ কৰিব৷ আপুনি সৰু ভ্ৰমণলৈকো যাব পাৰে৷ যিয়ে আপোনাৰ বাবে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব পাৰে৷ আপুনি আপোনাৰ ৰৈ থকা অৰ্থ উভতাই পাব পাৰে৷ আপুনি ধৰ্মীয় কাৰ্যকলাপত খুবেই আগ্ৰহী হব৷ ঘৰত ধৰ্মীয় উৎসৱ বা উদযাপন কৰিব পাৰে৷ এই সপ্তাহত শেষত আপুনি আপোনাৰ বন্ধুৰ সৈতে দুৰ্দান্ত সময় কটাব৷

বৃশ্চিক ৰাশি

এই সপ্তাহ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে খুবেই ভাল হব৷ এই সপ্তাহত আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ এই সপ্তাহত সূৰ্যই আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ ঘৰত গমন কৰিব৷ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটো খুবেই ভালেৰে যাব৷ এই সপ্তাহত আপুনি আপোনাৰ প্ৰেম জীৱনতো বহু ইতিবাচক পৰিবৰ্তন দেখা পাব৷ আপুনি আপোনাৰ সংগীৰ সৈতে আৱেগগতভাৱে ঘনিষ্ঠ বোধ কৰিব৷ আপুনি কৰ্তৃপক্ষৰ কাষৰ পাৰ বিশেষ সহায়তাও পাব৷ যিয়ে আপোনাক গুৰুত্বপূৰ্ণ কামসমূহ সম্পন্ন কৰাত সহায়তা কৰিব৷ আপোনাৰ আৰ্থিক লাভো ভাল হোৱাৰ আশা কৰা হৈছে৷

কুম্ভ ৰাশি

সূৰ্যই কুম্ভ ৰাশিত গমন কৰিব৷ ইয়াৰ সৈতে শুক্ৰ আৰু সূৰ্যৰ সংযোগ আপোনাৰ ৰাশিৰ ওপৰত তৈয়াৰ হব৷ ফলস্বৰূপে এই সপ্তাহত আপোনাৰ পাৰিবাৰিক জীৱন বেছ ইতিবাচক হব৷ আপুনি বন্ধুবান্ধৱ আৰু আত্মীয়স্বজনৰ কাষৰ পৰা ভাল সমৰ্থন পাব৷ এই সপ্তাহত বহু কাষৰ মানুহ আপোনাৰ ঘৰলৈ আহিব পাৰে৷ যিয়ে আপোনাক আনন্দ দিব৷ বৈবাহিক দৃষ্টিকোণৰ পৰা সম্পৰ্ক খুবেই ভাল হব৷ আপুনি আপোনাৰ সন্তানৰ সৈতে সম্প্ৰীতি বজায় ৰাখিব৷ সূৰ্যৰ প্ৰভাৱৰ কাৰণে চাকৰিয়ালে গুৰুত্বপূৰ্ণ পদ পাব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.