• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত থাকিব ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

নতুন সপ্তাহত থাকিব ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

2 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

51 minutes ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

1 hour ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

2 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

2 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

2 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

3 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

3 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

3 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

4 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

5 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

6 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত থাকিব ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

নতুন সপ্তাহত থাকিব ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

editor by editor
September 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন সপ্তাহত থাকিব ভাদ ৰাজযোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ ২০২৪ৰ চতুৰ্থ সপ্তাহত আছে ভাদ ৰাজযোগ৷ ২৩ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহৰ প্ৰথম দিনাই কন্যা ৰাশিত গোচৰ কৰিব বুধে৷ ইয়াৰ ফলত গঠিত হ’ব ভাদ ৰাজযোগ৷ বৈদিক জ্যোতিষ অনুসৰি ভাদ ৰাজযোগ হৈছে পঞ্চ মহাপুৰুষ ৰাজযোগৰ অন্যতম৷ এই ৰাজযোগত জাতকৰ জীৱনত সম্পদ আৰু সাফল্য লাভ হ’ব৷ ইয়াৰোপৰি কন্যা ৰাশিতেই এতিয়া অৱস্থান কৰিছে সূৰ্যই৷ তাতেই সূৰ্য আৰু বুধৰ মিলনত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ এই দুই ৰাজযোগৰ প্ৰভাৱত এই সপ্তাহত ভাগ্য খুলিব কেইটামান ৰাশিৰ জাতকৰ৷ জানি থওক ভাদ ৰাজযোগত বুধ আৰু সূৰ্যৰ যুঁটিৰ ফলত ২৩ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰৰ মাজত এই সপ্তাহত লাভৱান হ’ব কেইটামান ৰাশিৰ জাতক৷

মেষ ৰাশি

ছেপ্টেম্বৰৰ চতুৰ্থ সপ্তাহত লাভেই লাভ মেষ ৰাশিৰ জাতকৰ৷ কোনো অসুখ বিসুখ থাকিলে তাৰ পৰা এইবাৰ মুক্তি পাব৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল হ’ব৷ তেওঁলোকে আপোনাক সহায় কৰাৰ বাবে আগুৱাই যাব৷ যিসকলে প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে, তেওঁলোকে সাফল্য পোৱাৰ যোগ আছে৷ মেষ ৰাশি জাতকৰ কামৰ পথত থকা সকলো বাধা এই সময়ত দূৰ হ’ব৷

বৃষ ৰাশি

২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহটো শুভ সৌভাগ্যপূৰ্ণ হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি যি কাম কৰিব তাতেই সফলতা পাব৷ সপ্তাহৰ আৰম্ভণিতে চাকৰি বা ব্যৱসায় সংক্ৰান্তিয় কামত সাফল্য পাব৷ ঈশ্বৰৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু বৃদ্ধি পাব৷ আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান আয়োজিত হ’ব পাৰে৷

মিথুন ৰাশি

ভাদ ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত বৃহৎ লাভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ ২৩ৰ পৰা ২৯ ছেপ্টেম্বৰৰ মাজত এই সপ্তাহত আপোনাৰ সকলো সপোন পূৰণ হ’ব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ আৰ্থিকভাৱে এই সময় আপোনাৰ বাবে শুভ৷ কৰোবাত বিনিয়োগ কৰাৰ পূৰ্বে বিশেষজ্ঞসকলৰ পৰামৰ্শ লওক৷ বেংক বেলেন্স বাঢ়িব৷ দাম্পত্য জীৱন সুখকৰ হ’ব৷

বৃশ্চিক ৰাশি

আগন্তুক সপ্তাহত নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব বৃশ্চিক ৰাশিৰ জাতকে৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন সুযোগ পাব আপুনি৷ কোনো বৃহৎ সংস্থা বা প্ৰকল্পত কাম কৰাৰ সুযোগ পাব পাৰে আপুনি৷ কাৰ্যালয়ত ছিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন থাকিব আপোনাৰ প্ৰতি৷ অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ ব্যৱসায়ত আপুনি লোৱা সকলো পদক্ষেপ লাভজনক হ’ব৷

মীন ৰাশি

আগন্তুক সপ্তাহ শুভ ফলদায়ী হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ সপ্তাহৰ আৰম্ভণিৰে পৰাই ভাগ্য খুলিব আপোনাৰ৷ কাৰ্যালয়ত কাংখিত পদোন্নতি পাব পাৰে৷ চাকৰি পৰিবৰ্তন কৰাসকলেও নতুন চাকৰি পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ ব্যৱসায়ত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Next Post
আন্তর্জাতিক সংস্থাৰ সৈতে চুক্তি কৰিলে টাটাই! ১৫,৭৩,০০০ কোটিৰ চুক্তিৰ পৰা কি কি লাভ হ’ব দেশৰ জনতাৰ?

আন্তর্জাতিক সংস্থাৰ সৈতে চুক্তি কৰিলে টাটাই! ১৫,৭৩,০০০ কোটিৰ চুক্তিৰ পৰা কি কি লাভ হ’ব দেশৰ জনতাৰ?

২০২৫ ত আহি আছে প্ৰলয়, ২৫ক লৈ কি কি ভয়ংকৰ বাৰ্তা দি গৈছে বাবা ভাঙ্গাই?

২০২৫ ত আহি আছে প্ৰলয়, ২৫ক লৈ কি কি ভয়ংকৰ বাৰ্তা দি গৈছে বাবা ভাঙ্গাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.