• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

2 years ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

38 minutes ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

1 hour ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

1 hour ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

2 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

3 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

5 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

5 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

6 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

7 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

8 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ

editor by editor
September 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, ১৫ ছেপ্টেম্বৰৰ ভিতৰত সফলতা আহিব ৫ৰাশিৰ জাতকৰ
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ ২০২৪ৰ দ্বিতীয় সপ্তাহত থাকিব বুধাদিত্য ৰাজযোগ৷ ৯ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সিংহ ৰাশিত একত্ৰ অৱস্থান কৰিব সূৰ্য আৰু বুধে৷ সিংহ ৰাশিত সূৰ্য আৰু বুধৰ যুঁটিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত কোনো কোনো ৰাশিৰ জাতকে নতুন সপ্তাহত প্ৰচুৰ সম্পদ আৰু সৌভাগ্য লাভ কৰিব৷ ইয়াৰোপৰি কেৰিয়াৰত উন্নতি কৰিব পাৰিব এইকেইটা ৰাশিৰ জাতকে৷ সমাজত সন্মান লাভ কৰিব এওঁলোকে৷ এইবাৰ ৯ ছেপ্টেম্বৰৰ পৰা ভাগ্য খুলিব এইকেইটা ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত বৃহৎ আৰ্থিক লাভৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ সন্মুখত৷ এই সময়ত আপুনি নানান সূত্ৰৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব৷ ব্যৱসায়িক দিশৰ পৰা লাভৱান হ’ব৷ কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্য অৰ্জনৰ পথত আৰু এঢাপ আগুৱাই যাব মেষ ৰাশিৰ জাতকে৷ পুৰণি শত্ৰুৰ পৰা সাৱধানে থাকক৷ প্ৰেম জীৱনত পাৰ্টনাৰক নিজৰ কাষত পাব৷

মিথুন ৰাশি

বুধাদিত্য যোগৰ প্ৰভাৱত নতুন সপ্তাহত নিজকে চিনি পাব মিথুন ৰাশিৰ জাতকে৷ কেৰিয়াৰত কিছু সমস্যাৰ মুখত পৰিব৷ সকলো সমস্যা সাহস আৰু বুদ্ধিৰে সমাধান কৰিব৷ আগন্তুক সপ্তাহত আপোনাৰ জীৱনত সাফল্যৰ নতুন অধ্য্যায় ৰচনা কৰিব৷ যি কামতেই আপুনি হাত দিয়ে তাতেই সফলতা লাভ কৰিব৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এয়াই শুভ সময়৷

কৰ্কট ৰাশি

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহ লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহত আপুনি নিজৰ সপোনক উপলব্ধি কৰিব পাৰিব৷ আপুনি সঠিক পথত নিজৰ কাম কৰিলে সাফল্য লাভ কৰিবই৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতেও আলাপ হ’ব পাৰে কৰ্কট ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিন ধৰি চাকৰিৰ চেষ্টা কৰিলে সাফল্য লাভ কৰিব৷

তুলা ৰাশি

ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহ আশীৰ্বাদ হৈ আহিব তুলা ৰাশিৰ জাতকৰ জীৱনত৷ নিজৰ পেছাগত জীৱনত কোনো বৃহৎ সাফল্য পাব পাৰে আপুনি৷ যিসকলে বিদেশত ব্যৱসায়ত যুক্ত হৈ আছে তেওঁলোক বিশেষভাৱে লাভৱান হ’ব৷ সম্পত্তি ক্ৰয় বিক্ৰয়ত আপুনি লাভৱান হ’ব৷ শহুৰৰ ঘৰৰ পৰা কিছু লাভ কৰিব পাৰে৷ ব্যৱসায় সূত্ৰে কোনো ভ্ৰমণ কৰিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে ছেপ্টেম্বৰত দ্বিতীয় সপ্তাহত নানান সুখ আৰু সাফল্য পূৰ্ণ হ’ব৷ এই সপ্তাহত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ আৰ্থিকভাৱে কিছু সচেনত থাকিব লাগিব৷ এই সময়ত কৰোৱাত বিনিয়োগ কৰাৰ কথা ভাৱিলে সকলো দিশৰ পৰাই শুভ৷ দাম্পত্য জীৱন সুখেৰে কটাব৷ পৰিয়ালত সকলোৰে সৈতে ভাল সময় কটাব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক
বাণিজ্য

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

October 24, 2026
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?
জীৱনশৈলী

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

October 24, 2026
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

October 24, 2026
Next Post
কষ্ট কৰিও এইকেইটা ভুলৰ বাবেই সফল হ’ব পৰা নাই আপুনি, কি কি ভুল নকৰিব?

কষ্ট কৰিও এইকেইটা ভুলৰ বাবেই সফল হ’ব পৰা নাই আপুনি, কি কি ভুল নকৰিব?

দৈনিক ৰাশিফল- আজি এই ২ ৰাশিৰ লোকৰ সৌভাগ্যই আহি চুমা দিব ভৰিত, মা লক্ষ্মীৰ কৃপা থাকিব

দৈনিক ৰাশিফল- আজি এই ২ ৰাশিৰ লোকৰ সৌভাগ্যই আহি চুমা দিব ভৰিত, মা লক্ষ্মীৰ কৃপা থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.