• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মীন ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগন্তুক সপ্তাহত ভাগ্য উজ্বলি উঠিব এই ৫ৰাশিৰ

মীন ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগন্তুক সপ্তাহত ভাগ্য উজ্বলি উঠিব এই ৫ৰাশিৰ

1 year ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

2 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

2 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

3 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

4 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

5 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

6 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

6 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

7 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

8 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

9 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

21 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মীন ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগন্তুক সপ্তাহত ভাগ্য উজ্বলি উঠিব এই ৫ৰাশিৰ

মীন ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগন্তুক সপ্তাহত ভাগ্য উজ্বলি উঠিব এই ৫ৰাশিৰ

editor by editor
February 22, 2025
in জীৱনশৈলী
0
মীন ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগন্তুক সপ্তাহত ভাগ্য উজ্বলি উঠিব এই ৫ৰাশিৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰে ২৪ ফেব্ৰুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত মীন ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ থাকিব৷ মীন ৰাশিত বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত এই শুভ যোগ গঠিত হ’ব৷ ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত মীন ৰাশিত গোচৰ কৰিব বুধে৷ পূৰ্বে তাতেই অৱস্থান কৰিছে শুক্ৰই৷ জ্যোতিষ অনুসৰি লক্ষ্মী নাৰায়ণ ৰাজযোগত জাতকৰ জীৱনলৈ কেৱল সুখ সমৃদ্ধিয়েই নহয় সমাজতো তেওঁৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ এই ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক ২৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চৰ মাজত এই সপ্তাহত সৌভাগ্যবানৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহত আপুনি পেছাগত জীৱনত উন্নতি কৰাৰ বিভিন্ন সুযোগ লাভ কৰিব৷ ভাল বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি নিজৰ কামত সফলতা পাব৷ প্ৰেম জীৱন শুভ হ’ব৷

সিংহ ৰাশি

২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সপ্তাহত ৰৈ থকা সকলো কাম সম্পন্ন হ’ব সিংহ ৰাশিৰ জাতকৰ৷ নিজৰ পছন্দমতে চাকৰি লাভ কৰিব পাৰে৷ পদোন্নতি আৰু দৰমহাবৃদ্ধিৰ যোগ আছে৷ সামাজিক আৰু ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব আপোনাৰ৷ জীৱনত কোনো ডাঙৰ সমস্যাৰ এই সময়ত সমাধান পাব পাৰে৷ আত্মীয়ৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব৷

তুলা ৰাশি

লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত উন্নতি কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ এই সপ্তাহত আপোনাৰ মনত সুখ আৰু আনন্দ থাকিব৷ পৰিয়ালৰ সৈতে খুব ভাল সময় কটোৱাৰ সুযোগ পাব৷ পেছাগত জীৱনত উন্নতিৰ গ্ৰাফ উপৰলৈ উঠিব৷ বাকী থকা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰে৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক৷

ধনু ৰাশি

২৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চৰ মাজত এই সপ্তাহত নজৰকাঢ়া সাফল্য পাব ধনু ৰাশিৰ জাতকে৷ এই সপ্তাহত আপোনাৰ পৰিশ্ৰম বাঢ়িব৷ অফিচত বছৰ সৈতে সম্পৰ্ক ভাল হ’ব৷ প্ৰেম জীৱনত উৎসাহ আৰু উদ্দীপনা থাকিব৷ পাৰ্টনাৰৰ সৈতে খুব ভাল সময় কটোৱাৰ সুযোগ পাব৷

কুম্ভ ৰাশি

ফেব্ৰুৱাৰী মাহ বেছ আনন্দেৰে শেষ হ’ব কুম্ভ ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পৰিয়ালৰ সৈতে কৰোৱাত ফুৰিবলৈ যাব পাৰে৷ নতুন কোনো পৰিকল্পনাৰ ওপৰত কাম আৰম্ভ কৰিব পাৰে কুম্ভ ৰাশিৰ জাতকে৷ সংগীয়ে আপোনাক ছাৰপ্ৰাইজ উপহাৰ দিব৷ ধৰ্মীয় বিষয়ৰ প্ৰতিও আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Astroastrologyaxom live 24best news channel in assamBest news channel of assamBest News Portal in Assamdaily horoscopedaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব
জীৱনশৈলী

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

June 26, 2026
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ
জীৱনশৈলী

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

June 26, 2026
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
আপোনাৰ দিনটো আজি কেনে যাব?
বিবিধ

আপোনাৰ দিনটো আজি কেনে যাব?

June 26, 2026
Next Post
ভাৰতত মহিলাৰ বাবে আহিছে কৰ্কটৰ ভেকচিন, কেতিয়া আৰম্ভ হ’ব ভেকচিনেছন প্ৰক্ৰিয়া, কোনে কোনে ল’ব পাৰিব এই ভেকচিন?

ভাৰতত মহিলাৰ বাবে আহিছে কৰ্কটৰ ভেকচিন, কেতিয়া আৰম্ভ হ’ব ভেকচিনেছন প্ৰক্ৰিয়া, কোনে কোনে ল’ব পাৰিব এই ভেকচিন?

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.