• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

9 months ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

5 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

5 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

6 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

6 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

6 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

7 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

7 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

9 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

10 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

11 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

11 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

editor by editor
January 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ৫ জানুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ ২০২৬ চনৰ আৰম্ভণিতেই ধনু ৰাশিত সূৰ্য আৰু বুধৰ যুঁটিৰ কাৰণে গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ এই শুভ যোগৰ প্ৰভাৱত উন্নতি কৰিব কোনো কোনো ৰাশিৰ জাতকে৷ সামাজিক সন্মান আৰু প্ৰতিপত্তি পাব আৰু চৰকাৰী কামত উন্নতি কৰিব৷ নানান দিশৰ পৰা সাফল্য আহিব তেওঁলোকৰ জীৱনত৷ জানি থওক বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত ৫ জানুৱাৰী ২০২৬ চনৰ পৰা ১১ জানুৱাৰী ২০২৬ৰ মাজত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

আগন্তুক সপ্তাহত ভাগ্য খুলিব বৃষ ৰাশিৰ

আগন্তুক সপ্তাহত বৃষ ৰাশিৰ জাতকৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুলিব৷ সপ্তাহৰ আৰম্ভণিতেই চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব৷ কোনো চৰকাৰী কাম ৰৈ থাকিলে এইবাৰ সম্পূৰ্ণ হব পাৰে৷ অফিচত আপোনাৰ শত্ৰু পৰাজিত হব৷ নিজৰ বুদ্ধি আৰু কৰ্মদক্ষতাৰে তেওঁলোকক হৰুৱাব পাৰে৷ সপ্তাহৰ মাজত পেছাগত জীৱনত উন্নতি কৰাৰ সুযোগ পাব৷ মাটি, ঘৰ সংক্ৰান্তিয় লাভজনক চুক্তি কৰিব পাৰে৷

আগন্তুক সপ্তাহত ভাগ্য খুলিব মিথুন ৰাশিৰ

মিথুন ৰাশিৰ জাতকে বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত লাভৱান হ’ব৷ কেৰিয়াৰ সংক্ৰান্তিয় সকলো সমস্যাৰ সমাধান বিচাৰি পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাৰ সহায়ৰ আগুৱাই আহিব৷ পাবলগীয়া ধন উভতাই পাব৷ পৰীক্ষাৰ বাবে যিসকল ছাত্ৰছাত্ৰীয়ে প্ৰস্তুতি লৈছে তেওঁলোকৰ বাবে শুভ সময়৷ সুখবৰ পাব পাৰে৷ সপ্তাহ যিমান আগুৱাব সিমানেই লাভৱান হব মিথুন ৰাশিৰ জাতক৷

আগন্তুক সপ্তাহত ভাগ্য খুলিব তুলা ৰাশিৰ জাতকৰ

জানুৱাৰীৰ নতুন সপ্তাহত নানান দিশৰ পৰা লাভজনক হ’ব তুলা ৰাশিৰ জাতক৷ সপ্তাহৰ আৰম্ভণিতেই দীৰ্ঘ বা স্বল্প দূৰত্বৰ যাত্ৰা কৰিব আপৰে৷ এই যাত্ৰা আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক হব৷ আগন্তুক সপ্তাহত তুলা ৰাশিৰ জাতকৰ মনৰ ইচ্ছা পূৰণ হব৷ নিজৰ সকলো কাম সময়ত সম্পূৰ্ণ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন পাব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবেও এই সময় কাৰ্যকৰী হ’ব৷

আগন্তুক সপ্তাহত ভাগ্য খুলিব মকৰ ৰাশিৰ

৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীৰ মাজত এই সপ্তাহত নতুন চাকৰি পাব মকৰ ৰাশিৰ জাতকে৷ অফিচত পদোন্নতি পাব পাৰে বা পছন্দৰ স্থানলৈ বদলি হ’ব পাৰে৷ চৰকাৰী কামত আপোনাৰ সন্মুখত থকা বাধা এই সময়ত দূৰ হব৷ কামৰ প্ৰয়োজনত বিদেশ যাত্ৰাৰ সুযোগ পাব পাৰে৷ দাম্পত্য জীৱন সুখৰ হব৷ স্বাস্থ্য ভালে থাকিব৷

আগন্তুক সপ্তাহত ভাগ্য খুলিব কুম্ভ ৰাশিৰ

আগন্তুক সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব৷ অফিচত নিজৰ কামৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সুনজৰলৈ আহিব৷ কোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ এই সপ্তাহত উপাৰ্জন বৃদ্ধিৰো যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.