• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন, তিনিদিনীয়াকৈ বৰ্ণাঢ্য আয়োজনেৰে জন্মদিন পালন সমষ্টিবাসীৰ

আজি হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন, তিনিদিনীয়াকৈ বৰ্ণাঢ্য আয়োজনেৰে জন্মদিন পালন সমষ্টিবাসীৰ

5 years ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

1 hour ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

2 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

2 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

3 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

4 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

11 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

12 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

12 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

13 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

13 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

14 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন, তিনিদিনীয়াকৈ বৰ্ণাঢ্য আয়োজনেৰে জন্মদিন পালন সমষ্টিবাসীৰ

editor by editor
February 1, 2022
in অসম, গুৱাহাটী, ভাৰত
0
আজি হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন, তিনিদিনীয়াকৈ বৰ্ণাঢ্য আয়োজনেৰে জন্মদিন পালন সমষ্টিবাসীৰ
0
SHARES
425
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন। ৫৩ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰীগৰাকীৰ ওপজা দিন উপলক্ষে সমষ্টিবাসীৰ মাজত ব্যাপক উচাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। সমষ্টিবাসীয়ে তিনিদিনীয়াকৈ আয়োজন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। সজাই-পৰাই তুলিছে সমষ্টিৰ অংশ বিশেষ। মালিগাঁৱতো দেখা গৈছে আলোকসজ্জা। বেনাৰ-পোষ্টাৰেৰ সজাই-পৰাই তোলা হৈছে পাণ্ডু-মালিগাঁও অঞ্চল৷

প্ৰিয় নেতাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে যজ্ঞৰ আয়োজন কৰা হৈছে ৰেষ্টকেম্প কালিবাৰীত৷ ৰাজ্যৰ আন আন প্ৰান্ততো মুখ্যমন্ত্ৰীৰ জন্মদিনৰ ব্যাপক আয়োজন কৰা হৈছে৷

মুখ্যমন্ত্ৰীৰ জন্মদিনত অংশ ল’বলৈ মাজুলীৰ পৰা আহিছে এদল কিশোৰ। আজি পুৱাই মাজুলীৰ বৈষ্ণৱ ভাগিনসকল ওলাইছে গুৱাহাটীলৈ। মাজুলীৰ আউনিআটী আৰু দক্ষিণপাট সত্ৰৰ পৰা আহিছে ৪৭টি শিশু-কিশোৰৰ দলটো। মাজুলীৰ পৰা অহা এই শিশু-কিশোৰৰ দলটোৱে গুৱাহাটীত সত্ৰীয়া নৃত্য-গীত প্ৰদর্শন কৰিব। তেওঁলোকে উপহাৰস্বৰূপে লৈ আহিছে শৰাই, গামোচা, পকামিঠৈৰ টোপোলা। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে জন্মদিনৰ লগত সংগতি ৰাখি কেইবাটাও ভিন্ন কার্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথমে তেওঁ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ দর্শন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 dititalcm birthdayhimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ
অসম

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

October 25, 2026
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ
অসম

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

October 25, 2026
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ
বিনোদন

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

October 25, 2026
Next Post
আগন্তুক ২৫ বছৰৰ বাবে অৰ্থনৈতিক ব্লুপ্ৰিণ্ট বাজেট-২০২২ত, কৃষকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ

আগন্তুক ২৫ বছৰৰ বাবে অৰ্থনৈতিক ব্লুপ্ৰিণ্ট বাজেট-২০২২ত, কৃষকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ

বাজেট ২০২২ৰ হাইলাইট : গুৰুত্ব লাভ কৰা শীৰ্ষ ১০ টা দিশ

বাজেট ২০২২ৰ হাইলাইট : গুৰুত্ব লাভ কৰা শীৰ্ষ ১০ টা দিশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.