• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌ* নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৰাজ্যপালৰ বিৰুদ্ধে, তোলপাৰ ৰাজ্য

যৌ* নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৰাজ্যপালৰ বিৰুদ্ধে, তোলপাৰ ৰাজ্য

2 years ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

37 minutes ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

1 hour ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

2 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

3 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

4 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

5 hours ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

7 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

7 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

8 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

8 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

9 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যৌ* নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৰাজ্যপালৰ বিৰুদ্ধে, তোলপাৰ ৰাজ্য

editor by editor
May 3, 2024
in ভাৰত, ৰাজনীতি
0
যৌ* নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৰাজ্যপালৰ বিৰুদ্ধে, তোলপাৰ ৰাজ্য
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌ* নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৰাজ্যপালৰ বিৰুদ্ধে, তোলপাৰ ৰাজ্য

অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। ৰাজভৱনৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে পশ্চিম বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত মহিলাগৰাকীয়ে ইতিমধ্যে আৰক্ষীক অভিযোগ দিছে।

মহিলাগৰাকীয়ে ৰাজভৱনত ঠিকাভিত্তিক কাম কৰে। মহিলাগৰাকীয়ে কলকাতাৰ হৰে ষ্ট্ৰীট আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। বিষয়টো পোহৰলৈ অহাৰ পিছতে ৰাজ্যপালৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত ধাৰাবাহিকভাৱে পোষ্ট কৰে তৃণমূল কংগ্ৰেছৰ নেতাসকলে।

ৰাজভৱনৰ ফালৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে নিৰ্বাচনী সুবিধাৰ বাবে ‘ৰাজনৈতিক দলৰ এজেণ্টে তেওঁৰ বিৰুদ্ধে এনে ঘৃণনীয় অভিযোগ উত্থাপন কৰিছে, সত্য লুকাই ৰাকিব নোৱাৰি, সত্য ওলাই পৰিব’।

আনহাতে টিএমচিৰ নেতা-মন্ত্ৰীসকলৰ ছ’চিয়েল মিডিয়া পোষ্ট আৰু বক্তব্যত ক্ষুব্ধ হৈ ৰাজ্যপালগৰাকীয়ে পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰীসকলক বৰ্জন কৰিছে। তেওঁ মন্ত্ৰীসকলক ৰাজভৱনত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে।

কেৱল কলকাতাতে নহয় দাৰ্জিলিং আৰু বাৰাকপুৰতো মন্ত্ৰীক ৰাজভৱনত প্ৰৱেশ নিষিদ্ধ কৰিছে। মন্ত্ৰীসকলে যি কাৰ্যসূচীত অংশ ল’ব, সেইবোৰ কাৰ্যসূচীত ৰাজ্যপাল উপস্থিত নাথাকিব বুলিও তেওঁ কয়।

ৰাজভৱনে বিবৃতিটোত উল্লেখ কৰিছে যে যদি আৰক্ষীয়ে এই বিষয়টোৰ তদন্ত কৰিবলৈ আহে, তেন্তে তেওঁলোকৰ ওপৰতো বাধা আৰোপ কৰা হব। সংবিধানৰ ৩৬১ ধাৰা অনুসৰি ৰাজ্যপালৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব নোৱাৰিব।

উল্লেখ্য যে, চৰকাৰ আৰু ৰাজ্যপালৰ মাজত থকা মতানৈক্য বহু পুৰণি। পশ্চিমবংগ চৰকাৰ আৰু ৰাজ্যপালৰ মাজত বহুদিন ধৰি উত্তেজনা চলি আহিছে। মমতা বেনাৰ্জী চৰকাৰে ৰাজ্যপালৰ বিৰুদ্ধে কামত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

বিপৰীতে যোৱা বছৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তেওঁৰ ওপৰত চোৰাংচোৱাগিৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। কলকাতাৰ গৱৰ্ণৰ হাউছত চোৰাংচোৱাগিৰি সন্দৰ্ভত তেওঁৰ হাতত নিৰ্ভৰযোগ্য তথ্য আছে বুলিও দাবী কৰিছিল ৰাজ্যপালগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: GovernorMolestationsmolestations caseSexual Molestations casewest bengalWest Bengal Governor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

April 18, 2026
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?
জীৱনশৈলী

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

April 18, 2026
Next Post
ভিক্ষাৰী বুলি পানী খুৱাইছিল, ইংৰাজী কথা শুনি সোধপোচ কৰোতে ওলাই পৰিল প্ৰকৃত ঘটনা, আৰক্ষীয়ো আচৰিত

ভিক্ষাৰী বুলি পানী খুৱাইছিল, ইংৰাজী কথা শুনি সোধপোচ কৰোতে ওলাই পৰিল প্ৰকৃত ঘটনা, আৰক্ষীয়ো আচৰিত

আজি শুকুৰবাৰে কৰক এই কাম প্ৰসন্ন হ’ব দেৱী লক্ষ্মী, লাভ কৰিব চমৎকাৰী ফল

আজি শুকুৰবাৰে কৰক এই কাম প্ৰসন্ন হ'ব দেৱী লক্ষ্মী, লাভ কৰিব চমৎকাৰী ফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.