• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

1 month ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

14 minutes ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

2 hours ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

2 hours ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

4 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

11 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

12 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

12 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

13 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

13 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

14 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

15 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

ফাষ্টট্ৰেক আদালতত সাক্ষ্য দানৰ বাবে উপস্থিত এজনৰ পাছত আন এজন প্ৰৱাসী অসমীয়া।

editor by editor
September 11, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ ছেপ্টেম্বৰ, ২০২৫। অসমৰ সংগীতজগতৰ বাবে দিনটো পৰিণত হৈছিল এক ক’লা দিনত। এই দিনটোতে চিংগাপুৰত মৃত্যুক আঁকোৱালি লৈছিল অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। প্ৰথমে ঘটনাটো ‘স্কুবা ডাইভিং দুৰ্ঘটনা’ বুলি প্ৰকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত সন্মুখলৈ আহে বহু নতুন তথ্য। কিন্তু এতিয়াও প্ৰকৃত সত্য পোহৰলৈ অহা নাই প্ৰকৃততে কি হৈছিল সেইদিনা!

জুবিন গাৰ্গ ২০২৫ চনৰ North East India Festival-ত অংশগ্ৰহণৰ বাবে চিংগাপুৰলৈ গৈছিল। ১৯ ছেপ্টেম্বৰত তেওঁক চিংগাপুৰৰ অসমীয়া সমাজৰ একাংশ লোকে য়ট ভ্ৰমণলৈ লৈ যায়। কিন্তু লাইফ জেকেট পৰিধান নকৰা আৰু সাগৰত সাঁতুৰিব নোৱাৰাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি তেওঁৰ সংগীসকলে প্ৰকাশ কৰে। কিন্তু এতিয়াও এই তথ্য সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত।

জুবিনৰ আকস্মিক মৃত্যুক অসমৰ ৰাইজ আৰু পৰিয়ালৰলোকে সহজে মানি ল’ব পৰা নাই।। তেওঁৰ মৃত্যুক সন্দেহজনক বুলি অভিযোগ উত্থাপন কৰি একাধিক FIR দাখিল কৰে। ইয়াৰ পাছত অসম আৰক্ষীয়ে Special Investigation Team (SIT) গঠন কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।

তদন্তৰ সময়ত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, North East India Festival-ৰ আয়োজক শ্যামকানু মহন্তসহ কেইবাজনো লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয়। SIT-এ ২০২৫ চনৰ ডিচেম্বৰত সাতজন লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে আৰু ইয়াৰে চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনে।

জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ হ’বলৈ বেছিদিন নাই। এতিয়াও জুবিন ঘটনা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ফাষ্টট্ৰেক আদালতত সাক্ষ্য দানৰ বাবে উপস্থিত এজনৰ পাছত আন এজন প্ৰৱাসী অসমীয়া।

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰৰ ঘটনাৰ ‘প্ৰকৃত কাহিনী’ক লৈ বহু প্ৰশ্ন উত্থাপন হ’লেও বৰ্তমানলৈ চিংগাপুৰৰ Coroner-ৰ আনুষ্ঠানিক সিদ্ধান্ত হৈছে—জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱা এক দুৰ্ঘটনা, হত্যাৰ প্ৰমাণ পোৱা হোৱা নাই।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা
বিশ্ব

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

October 25, 2026
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ
অপৰাধ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

October 25, 2026
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম
জীৱনশৈলী

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

October 25, 2026
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ
জীৱনশৈলী

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

October 25, 2026
Next Post
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ'ব চিন্তনীয়!

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.