• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

3 months ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

40 minutes ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

1 hour ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

2 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

3 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

4 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

5 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

5 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

13 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

14 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

14 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

14 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

মগজুৰ কাৰ্যক্ষমতাৰ বৃদ্ধিৰ ক্ষেত্ৰতো Green Tea সহায়ক

editor by editor
June 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে Green Teaক ওজন কমোৱা আৰু মেটাবলিজম বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায়ক বুলিয়েই জনা যায়। কিন্তু ইয়াৰ উপকাৰিতা কেৱল ওজন নিয়ন্ত্ৰণতে সীমাবদ্ধ নহয়। Green Teaত থকা পলিফেনল, কেটেচিন, EGCG আৰু এল-থিয়ানিনৰ দৰে উপাদানসমূহে মুখগহ্বৰ বিভিন্ন অংগ বা উপাদানক সুস্থ ৰখাৰ লগতে মগজুৰ কাৰ্যক্ষমতা আৰু স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰিব পাৰে। লগতে, বয়সৰ লগে লগে দেখা দিব পৰা স্মৃতিশক্তি-সম্পৰ্কীয় সমস্যাৰ আশংকাও হ্ৰাস কৰাত Green Tea সহায়ক হ’ব পাৰে। দীৰ্ঘ সময় ধৰি কথাবোৰ মনত ৰাখিবলৈ ভাল স্মৃতিশক্তি অতি প্ৰয়োজনীয়। একেদৰে, সুন্দৰ হাঁহিৰ বাবে দাঁত আৰু মুখগহ্বৰ সুস্থ আৰু পৰিষ্কাৰ হোৱাটোও জৰুৰী। মগজু আৰু মুখগহ্বৰৰ উপাদানসমূহক পৰিষ্কাৰ আৰু সুস্থ ৰাখিবলৈ বহুতে বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়। কিন্তু আপুনি জানেনে, ওজন কমোৱাৰ বাবে জনপ্ৰিয় Green Teaত থকা কেটেচিন, পলিফেনল আৰু এল-থিয়ানিনৰ দৰে সক্ৰিয় যৌগসমূহে সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? সেউজ চাহত থকা এণ্টিঅক্সিডেণ্টসমূহ বিশেষকৈ মগজু আৰু মুখগহ্বৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

Green Teaৰ উপকাৰিতা

Green Teaত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত সৃষ্টি হোৱা ফ্ৰী ৰেডিকেলৰ পৰিমাণ কমাবলৈ সহায় কৰে। ফ্ৰী ৰেডিকেলসমূহে কোষৰ ক্ষতি কৰিব পাৰে আৰু দীৰ্ঘম্যাদী ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বিভিন্ন গৱেষণাৰ মতে, Green Teaৰ পলিফেনলসমূহে শৰীৰ মেদ হ্ৰাস কৰা, কোষসমূহক সুৰক্ষা দিয়া আৰু সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰিও, EGCG-এ শৰীৰৰ অক্সিডেটিভ ষ্ট্ৰেছ কমাবলৈ সহায় কৰে।

Oral cavity healthৰ বাবে Green Teaৰ উপকাৰিতা

কেৱল দাঁত ভালে থকা মানেই Oral cavity health সম্পূৰ্ণভাৱে উন্নত নহয়। ইয়াৰ বাবে খাদ্যাভ্যাসতো মনোযোগ দিয়াটো প্ৰয়োজন। সেউজ চাহত থকা কেটেচিনে দাঁত আৰু দাঁতৰ আলুৰ ক্ষয় ৰোধ কৰাতো সহায় কৰে। মুখৰ দুৰ্গন্ধ ৰোধতো Green Tea সহায় কৰে। মুখৰ দুৰ্গন্ধ সাধাৰণতে বেক্টেৰিয়াই উৎপন্ন কৰা ছালফাৰযুক্ত যৌগৰ বাবে হয়। Green Tea-এ এই দুৰ্গন্ধৰ বিয়পোৱা বেক্টেৰিয়াৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰি মুখৰ সতেজতা বজাই ৰখাত সহায় কৰে।

মগজুৰ কাৰ্যক্ষমতাৰ বৃদ্ধিৰ ক্ষেত্ৰতো সহায়ক Green Tea

Green Teaত কেফেইনৰ পৰিমাণ তুলনামূলকভাৱে কম থাকে, কিন্তু মগজুক সক্ৰিয় কৰি ৰাখিবলৈ ই যথেষ্ট। গৱেষণাৰ মতে, Green Teaত থকা এল-থিয়ানিন আৰু কেফেইনৰ সংমিশ্ৰণে মনোযোগ, একাগ্ৰতা আৰু মানসিক কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰিব পাৰে। Green Tea-এ স্মৃতিশক্তি উন্নত কৰাতো সহায় কৰে। বিভিন্ন গৱেষণা অনুসৰি নিয়মিত Green Tea পান কৰিলে মন-মেজাজ উন্নত হয়, যাৰ ইতিবাচক প্ৰভাৱ স্মৃতিশক্তিৰ ওপৰত পৰে। ইয়াৰ ফলত বয়স বঢ়াৰ লগে লগে কথাবোৰ মনত ৰখাত সহজ হ’ব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…
ভাৰত

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

September 12, 2026
Next Post
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ'ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ'ব পাৰে IPL-2027ৰ সময়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.