• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

4 months ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

8 minutes ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

26 minutes ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

54 minutes ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

1 hour ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

2 hours ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

3 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

4 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

12 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

12 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

13 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

13 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

editor by editor
April 9, 2026
in বাণিজ্য, বিবিধ, লেখা
0
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
0
SHARES
529
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে DA (ডিয়ৰনেছ এলাৱেন্স) বৃদ্ধিৰ অপেক্ষা দীঘলীয়া হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেট বৈঠকত এই বিষয়ত কোনো সিদ্ধান্ত লোৱা নহ’ল, যাৰ ফলত এতিয়াৰ বাবে ডি এ ৫৮% হৈ আছে।

সাধাৰণতে মাৰ্চ মাহৰ শেষৰ ফালে জানুৱাৰী মাহৰ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰা হয়। কিন্তু এইবাৰ এপ্ৰিল মাহতো ঘোষণা কৰা হোৱা নাই। বিশেষজ্ঞসকলে কয় যে এই পলম নীতিৰ বাবে নহয়, পদ্ধতিৰ বাবেহে। খবৰ অনুসৰি ডি এ এতিয়া ৬০% ৰ কাষ চাপিছে, গতিকে চৰকাৰে এইবাৰ অধিক পুংখানুপুংখ বিত্তীয় চৰ্চা কৰিছে। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’বলগীয়া অষ্টম দৰমহা আয়োগৰ পৰিৱৰ্তনৰ সৈতেও মিল ৰাখিবলৈ চেষ্টা কৰিছে।

এই পলম অস্বাভাৱিক নেকি?

এইটো বিৰল যদিও পে কমিছনৰ পৰিৱৰ্তনৰ সময়ত ইয়াৰ পূৰ্বেও একেধৰণৰ পলম হোৱা দেখা গৈছে। বিশেষজ্ঞসকলে কয় যে. চৰকাৰে নতুন বিত্তীয় বৰ্ষ (২০২৬-২৭)ৰ বাবে পেমেণ্টৰ সালসলনি কৰিব বিচাৰিব পাৰে।

DA ফ্ৰীজ হ’ব নেকি?

DA ফ্ৰীজক লৈ ছ’চিয়েল মিডিয়াত কিছু হুলস্থুল চলিলেও চৰকাৰী কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই। DA হৈছে দৰমহাৰ এটা বাধ্যতামূলক উপাদান, যিটো মুদ্ৰাস্ফীতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় (CPI-IW) । বিশেষজ্ঞসকলৰ মতে এই বৃদ্ধি স্থগিত নহয়, মাত্ৰ পলম হৈছে, আৰু ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়া ধন পৰিশোধ কৰা হ’ব।

কিমান বৃদ্ধিৰ আশা কৰা হৈছে?

খবৰ অনুসৰি ডি এ ২% বৃদ্ধি পাব পাৰে, যাৰ ফলত ৫৮%ৰ পৰা ৬০%লৈ বৃদ্ধি পাব পাৰে। ৬০% স্তৰটো উল্লেখযোগ্য বুলি গণ্য কৰা হয় কাৰণ এই স্তৰৰ পিছত ডি এক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰাৰ বিষয়ে আলোচনা আৰম্ভ হয়।

কৰ্মচাৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ কি?

বৰ্তমান কৰ্মচাৰীসকলে কিছু আৰ্থিক হেঁচা অনুভৱ কৰিব পাৰে, কিয়নো তেওঁলোকে ২০২৬ চনৰ মুদ্ৰাস্ফীতিৰ সৈতে ২০২৫ চনৰ দৰমহাৰ কাম কৰি আছে। কিন্তু যেতিয়া বৃদ্ধি আহিব তেতিয়া তেওঁলোকে একেলগে বকেয়া লাভ কৰিব। উদাহৰণস্বৰূপে,৫৬,১০০ টকা মৌলিক দৰমহা থকা এজন কৰ্মচাৰীয়ে জানুৱাৰীৰ পৰা মাৰ্চলৈকে প্ৰায় ৬,৭০০ টকাৰ পৰা ৭,০০০ বকেয়া লাভ কৰিব পাৰে।

কিন্তু একেলগে বকেয়া লাভ কৰিলে সেই মাহত কৰ অধিক হ’ব পাৰে, আৰু এইচ আৰ এ আৰু পি এফৰ দৰে সুবিধাসমূহো সাময়িকভাৱে প্ৰভাৱিত হ’ব পাৰে। মুঠতে ডি এ হাইক নিথৰ হোৱা নাই। এই পলম কেৱল নতুন দৰমহা আয়োগৰ প্ৰক্ৰিয়া আৰু প্ৰস্তুতিৰ সৈতে জড়িত। শীঘ্ৰে ঘোষণা হোৱাৰ সম্ভাৱনা আছে, যিয়ে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সকাহ প্ৰদান কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24DA hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড
বিনোদন

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

August 22, 2026
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ
অপৰাধ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

August 22, 2026
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু
ভাৰত

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

August 22, 2026
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

August 22, 2026
Next Post
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.