• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌনমিলন অবিহনেও সন্তান জন্ম দিব পাৰে আপুনি, কি দৰে সম্ভৱ?

যৌনমিলন অবিহনেও সন্তান জন্ম দিব পাৰে আপুনি, কি দৰে সম্ভৱ?

4 years ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

31 minutes ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

1 hour ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

1 hour ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

2 hours ago
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

2 hours ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

3 hours ago
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

3 hours ago
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

4 hours ago
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

5 hours ago
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

6 hours ago
FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

7 hours ago
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

আজি বিপদ আহিব ৪ ৰাশিৰ জীৱনলৈ! জানক কোন কেইটা ৰাশিৰ উদয় হ’ব ভাগ্য

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যৌনমিলন অবিহনেও সন্তান জন্ম দিব পাৰে আপুনি, কি দৰে সম্ভৱ?

editor by editor
January 25, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
যৌনমিলন অবিহনেও সন্তান জন্ম দিব পাৰে আপুনি, কি দৰে সম্ভৱ?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ ছাৰ’গেচিৰ জৰিয়তে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই৷ এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচ৷ কেৱল প্ৰিয়ংকা চোপ্ৰাই নহয় ছাৰ’গেচিৰ জৰিয়তে বহু চেলিব্ৰেটীয়ে সন্তান জন্ম দিছে৷ অন্য দেশৰসমূহৰ দৰে বৰ্তমান ভাৰততো জনপ্ৰিয় হৈছে ছাৰ’গেচি মাতৃত্ব৷ প্ৰকৃততে কি হয় এই ছাৰ’গেচি পদ্ধতি? ছাৰ’গেট সন্তানৰ জৈৱিক পিতৃ-মাতৃ কোন? ছাৰ’গেচি সন্দৰ্ভত ভাৰততো আছে বহু নিয়ম৷

গৰ্ভধাৰণৰ এক বিকল্প ছাৰ’গেচি৷ যিসকল মহিলাৰ প্ৰজনন সন্দৰ্ভত সমস্যা আছে, গৰ্ভপাত বা শাৰিৰীত অসুবিধাৰ বাবে গৰ্ভধাৰণ কৰিব নোৱাৰে সেইসকল মহিলাৰ বাবে সন্তান জন্ম দিয়াৰ এটি উৎকৃষ্ট বিকল্প হৈছে ছাৰ’গেচি৷ ছাৰ’গেচিৰ সাধাৰণ অৰ্থ হৈছে ভাৰাত লোৱা গৰ্ভ৷ অৰ্থাৎ সন্তান জন্ম দিবৰ বাবে কোনো দম্পতীয়ে অন্য মহিলাৰ গৰ্ভ ভাৰালৈ লোৱা৷ ছাৰ’গেচিৰ দুটা প্ৰকাৰ আছে-  পৰম্পৰাগত ছাৰ’গেচি আৰু ন্যায়সংগত ছাৰ’গেচি (Traditional and Gestational)৷

পৰম্পৰাগত পদ্ধতিত পুৰুষৰ স্পাৰ্ম মহিলাৰগৰাকীৰ ডিম্বাণুৰ সৈতে মিলাই চিকিৎসা বিজ্ঞানৰ পদ্ধতিৰ সহায়ত তেখেতৰ গৰ্ভত ধাৰণ কৰোৱায়৷ এনেদৰেই নিজৰ গৰ্ভত পালন কৰি সন্তানটিক জন্ম দিয়ে মহিলাগৰাকীয়ে৷ এই পদ্ধতিত সন্তানটিৰ জৈৱিক মাতৃ হয় ভাৰাত লোৱা মাতৃগৰাকী৷

ইফালে ন্যায়সংগত ছাৰ’গেচি পদ্ধতিত ভাৰাত লোৱা মাতৃগৰাকী সন্তানটিৰ জৈৱিক মাতৃ নহয়৷ কিয়নো গৰ্ভধাৰণৰ সময়ত সেই মহিলাগৰাকীৰ ডিম্বাণু ব্যৱহাৰ কৰা নহয় এই পদ্ধতিত৷ এই পদ্ধতিত ডনাৰ পিতৃ-মাতৃৰ স্পাৰ্ম আৰু ডিম্বাণু লৈ টেষ্টটিউব কৰি ছাৰ’গেট মাতৃগৰাকীৰ গৰ্ভত ট্ৰান্সপ্লাণ্ট কৰা হয়৷

তদুপৰি  উন্নত দেশসমূহত বাণিজ্যিক ছাৰ’গেচি পদ্ধতিৰ ব্যৱস্থা আছে যদিও ভাৰতত এই পদ্ধতি বৈধ নহয়৷ ছাৰ’গেচিৰ ক্ষেত্ৰত ভাৰতত কি কি নিয়ম মানি চলা হয়?

ছাৰ’গেট মাতৃগৰাকীৰ ক্ষেত্ৰত তেওঁ বিবাহিত হোৱাৰ লগতে নিজৰ সন্তান থকাটো বাধ্যতামূলত ভাৰতত৷ মহিলাগৰাকীৰ বয়স ২৫- ৩৫ ৰ ভিতৰত হ’ব লাগিব৷ ছাৰ’গেচি কৰিব বিচৰা দম্পতীৰ পৰিয়ালৰ সদস্য হ’ব লাগিব মহিলাগৰাকী৷ ভাৰতৰ ছাৰ’গেচি ৰেগুলেচন আইন অনুসৰি, এগৰাকী মহিলাই কেৱল এবাৰহে ছাৰ’গেচি পদ্ধতি গ্ৰহণ কৰিব পাৰিব৷ পূৰ্বে এই নিয়ম সৰ্বাধিক ৩ বাৰ গ্ৰহণযোগ্য আছিল ভাৰতত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24priyanka choprasurrogacysurrogate mother
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ
বিনোদন

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

July 20, 2026
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

July 20, 2026
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

July 20, 2026
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু
জীৱনশৈলী

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

July 20, 2026
Next Post
কংগ্ৰেছত মোক্ষম আঘাত : দল ত্যাগ কৰি বিজেপিলৈ অন্য এক জ্যেষ্ঠ কংগ্ৰেছী

কংগ্ৰেছত মোক্ষম আঘাত : দল ত্যাগ কৰি বিজেপিলৈ অন্য এক জ্যেষ্ঠ কংগ্ৰেছী

অলিম্পিকৰ সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰালৈ পৰম বিশিষ্ট সেৱা বঁটা

অলিম্পিকৰ সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰালৈ পৰম বিশিষ্ট সেৱা বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.