• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

3 weeks ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

43 minutes ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

1 hour ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

2 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

3 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

4 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

5 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

7 hours ago
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

7 hours ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

8 hours ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

9 hours ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

সমীৰা ৰেড্ডীয়ে আৰম্ভণিতে কি কি বস্তুৰ সন্মুখীন হৈছিল?

editor by editor
July 18, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!
0
SHARES
898
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউডৰ অভিনেত্ৰী সমীৰা ৰেড্ডীয়ে শেহতীয়াকৈ এটা সাক্ষাৎকাৰত চলচ্চিত্ৰ উদ্যোগৰ এক তিতা সত্যৰ বিষয়ে খোলাখুলিকৈ প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰিছে যে, শৰীৰ বৰণ শ্যামবৰণীয়া হোৱাৰ বাবে কেৰিয়াৰৰ আৰম্ভণিতে কেনেদৰে বৰ্ণবৈষম্যৰ সন্মুখীন হ’বলগীয়া হৈছিল। সমীৰা ৰেড্ডী স্পষ্টভাষী মন্তব্যৰ বাবে সুপৰিচিত। যদিও তেওঁ বৰ্তমান চলচ্চিত্ৰৰ পৰা কিছু দূৰত আছে, তথাপিও ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে নিয়মীয়াকৈ সংযোগ ৰাখে। শেহতীয়া এক সাক্ষাৎকাৰত তেওঁ চলচ্চিত্ৰ উদ্যোগত প্ৰচলিত বৰ্ণবৈষম্য আৰু সৌন্দৰ্যৰ নিৰ্ধাৰিত মানদণ্ডৰ ওপৰত মুকলিকৈ মত প্ৰকাশ কৰে।

তেওঁ জনায় যে, নিজৰ প্ৰথম ছবি ‘মেনে দিল তুঝকো দিয়া’ৰ শ্বুটিঙৰ সময়ত তেওঁক প্ৰকৃত দেহৰ বৰণতকৈ ২-৩ তৰপ শ্বেড কৰি বেছি বগাকৈ দেখুওৱা হৈছিল। এই ছবিখনত তেওঁ অভিনেতা ছোহেইল খানৰ সৈতে অভিনয় কৰিছিল। যিহেতু ছোহেইল খানৰ গাৰ ৰং যথেষ্ট উজ্বল আছিল, সেয়েহে তেওঁকো উজ্বলতা কৰি দেখুৱাবলৈ গধুৰ মেকআপ ব্যৱহাৰ কৰা হৈছিল। কেৱল গাৰ বৰণৰ বাবেই নহয়, প্ৰথম ছবিখনত তেওঁ বডি শ্বেমিঙৰো সন্মুখীন হৈছিল।

গোটেই শৰীৰতেই কৰিছিল মেক আপ

এক সাক্ষাৎকাৰত সমীৰাই কয় যে, তেওঁক এনে ফাউণ্ডেচন ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল যি তেওঁৰ প্ৰকৃত দেহৰ বৰণতকৈ ২-৩ শ্বেড পাতল আছিল। ইয়াৰ ফলত বহু সময়ত তেওঁৰ মুখখন ধূসৰ বা নিষ্প্ৰাণ যেন দেখা গৈছিল। মুখ আৰু শৰীৰৰ ৰং একে যেন দেখুৱাবলৈ তেওঁ গোটেই শৰীৰতে মেকআপ কৰিবলগীয়া হৈছিল। তেওঁ কয় যে, কেৱল চলচ্চিত্ৰ উদ্যোগতেই নহয়, বহু ছোৱালীয়ে নিজৰ ঘৰতো গাৰ ৰং বা ওজনৰ বাবে নানা ধৰণৰ মন্তব্য আৰু কটুক্তিৰ সন্মুখীন হয়।

সমীৰাৰ মতে, এনে মন্তব্যই যিকোনো ব্যক্তিৰ আত্মবিশ্বাসত গভীৰ প্ৰভাৱ পেলায়। তেওঁ কয় যে, পৰ্দাত তেওঁ এনে এক ভাবমূৰ্তি উপস্থাপন কৰিবলগীয়া হৈছিল, যি তেওঁৰ প্ৰকৃত পৰিচয় আৰু চিন্তাধাৰাৰ সৈতে একেবাৰেই মিল নাছিল। নিজৰ প্ৰকৃত সত্তাক সম্পূৰ্ণৰূপে গ্ৰহণ কৰিবলৈ আৰু সেই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ তেওঁৰ প্ৰায় ২০ বছৰ সময় লাগিছিল।

বডি শ্বেমিঙৰো সন্মুখীন

সমীৰাই আৰু লগতে কয় যে, কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰত তেওঁ সদায় পেডেড ব্ৰা, বাম পেড আৰু ৰঙীন কণ্টেক্ট লেন্স ব্যৱহাৰ কৰিছিল। আনকি কষ্টিউম ডিজাইনাৰসকলেও তেওঁৰ চেহেৰাত বিভিন্ন পৰিৱৰ্তন আনিবলৈ পৰামৰ্শ দিছিল। বহু সময়ত তেওঁক কোৱা হৈছিল যে কেৱল পেড ব্যৱহাৰ কৰিলেই নহ’ব, শৰীৰত কিছুমান স্থায়ী পৰিৱৰ্তনো কৰিব লাগে। এনে ধৰণৰ মন্তব্যই ক্ৰমে তেওঁৰ আত্মবিশ্বাস যথেষ্ট হ্ৰাস কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি
বিনোদন

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

August 9, 2026
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি
ভাৰত

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

August 9, 2026
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!
বাণিজ্য

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

August 9, 2026
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ
বিনোদন

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

August 9, 2026
Next Post
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ'ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.