• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Android ফোনৰ WhatsApp ব্যৱহাৰকাৰীলৈ সুখবৰ, আহি গৈছে বিশেষ বৈশিষ্ট্য, লাভ কৰিব বিশেষ মজা

Android ফোনৰ WhatsApp ব্যৱহাৰকাৰীলৈ সুখবৰ, আহি গৈছে বিশেষ বৈশিষ্ট্য, লাভ কৰিব বিশেষ মজা

1 year ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

37 minutes ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

1 hour ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

2 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

3 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

4 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

8 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

8 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Android ফোনৰ WhatsApp ব্যৱহাৰকাৰীলৈ সুখবৰ, আহি গৈছে বিশেষ বৈশিষ্ট্য, লাভ কৰিব বিশেষ মজা

editor by editor
July 23, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
Android ফোনৰ WhatsApp ব্যৱহাৰকাৰীলৈ সুখবৰ, আহি গৈছে বিশেষ বৈশিষ্ট্য, লাভ কৰিব বিশেষ মজা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Android ফোনৰ WhatsApp ব্যৱহাৰকাৰীলৈ সুখবৰ, আহি গৈছে বিশেষ বৈশিষ্ট্য, লাভ কৰিব বিশেষ মজা

শীঘ্ৰে কোটি কোটি এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এক অতিকে সুখবৰ লৈ আহিছে WhatsApp কোম্পানীয়ে। আহি আছে এক বিশেষ বৈশিষ্ট্য। যি বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলৰ বহু কাম সহজ কৰি তুলিব।

হোৱাটছএপৰ এই বিশেষ বৈশিষ্ট্যই এতিয়াৰ পৰা এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ পৰা পঢ়া নোহোৱা গুৰুত্বপূৰ্ণ বাৰ্তাসমূহ একে ঠাইতে দেখুৱাব। WhatsApp এ এই বৈশিষ্টৰ নাম দিছে Quick Recap feature। হোৱাটছএপৰ এই বৈশিষ্ট্য মেটা এআইৰ ওপৰত ভিত্তি কৰি হ’ব।

WABetaInfo ৰ প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্য এণ্ড্ৰইডৰ বিটা সংস্কৰণ ২.২৫.২১.১২ ত দেখা গৈছে। বৰ্তমান এই বৈশিষ্ট্য বিকাশৰ পৰ্যায়ত আছে। অতি সোনকালে ইয়াৰ মেটা প্লেটফৰ্মৰ মেছেজিং এপত ইয়াক যোগ কৰিব পৰা যাব।

এই সুবিধা অনুসৰি ব্যৱহাৰকাৰীয়ে একেলগে ৫টা নপঢ়া মেছেজ নিজে নিৰ্বাচন কৰিব পাৰিব। এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীক সেই সকলো বাৰ্তাৰ বিশদ সাৰাংশ দেখুৱাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Android Phonenew featureWhats App
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
Next Post
শোকাৱহ, ঢাকাৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩২ লৈ বৃদ্ধি, অধিকাংশই শিশু

শোকাৱহ, ঢাকাৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩২ লৈ বৃদ্ধি, অধিকাংশই শিশু

আৰম্ভ হ’ল ৪ ৰাশিৰ সোণালী দিন, মঙল গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তন

আৰম্ভ হ'ল ৪ ৰাশিৰ সোণালী দিন, মঙল গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.