• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তথ্য ফাঁচ হোৱাৰ ভয়! বিশ্বৰ এই ৫খন দেশত Whatsappৰ ব্যৱহাৰ নহয়

তথ্য ফাঁচ হোৱাৰ ভয়! বিশ্বৰ এই ৫খন দেশত Whatsappৰ ব্যৱহাৰ নহয়

3 years ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

7 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

7 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

8 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

9 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

9 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

10 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

11 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

14 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

15 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

15 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

তথ্য ফাঁচ হোৱাৰ ভয়! বিশ্বৰ এই ৫খন দেশত Whatsappৰ ব্যৱহাৰ নহয়

editor by editor
November 14, 2023
in প্ৰযুক্তি, বিবিধ, বিশ্ব, লেখা
0
তথ্য ফাঁচ হোৱাৰ ভয়! বিশ্বৰ এই ৫খন দেশত Whatsappৰ ব্যৱহাৰ নহয়
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বজুৰি ২০০ কোটি ইউজাৰ আছে Whatsappৰ। এই এপৰ মালিক হৈছে মাৰ্কিন টেক জায়েণ্ট মেটা। মেটাৰ অধীনতেই আছে Whatsapp, ফেছবুক, ইনষ্টাগ্ৰাম, থ্ৰেডছৰ দৰে কেইবাটাও ছচিয়েল মিডিয়া এপ্লিকেশ্ব্যন। ফেছবুকৰ পাছতেই সৰ্বাধিক ব্যৱহৃত সামাজিক মাধ্যমেই হৈছে Whatsapp. Whatsappৰ জৰিয়তে কেৱল মেছেজেই কৰা হয় তেনে নহয়। ভয়েছ কল, ভিডিঅ’ কল, চেনেল, টকাৰ লেনদেন ইত্যাদি বহুকেইটা সুবিধাই এই এপ্লিকেশ্ব্যনত উপলব্ধ। সামাজিক মাধ্যম হিচাপে বিপুলভাৱে চৰ্চিত এই এপক কিন্তু শেহতীয়াভাৱে নিষিদ্ধ ঘোষণা কৰিছে কেইবাখনো দেশে। ৫খন দেশত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে এই এপ।

ফেছবুকৰ ওপৰিও Whatsappয়ো নিষিদ্ধ কৰা হৈছে এই ৫খন দেশত। Whatsapp নিষিদ্ধ কৰা দেশৰ ভিতৰত পোনতেই নাম ল’ব লাগিব চীনৰ। চীনত ফেছবুক, Whatsapp একেবাৰেই নিষিদ্ধ। মাৰ্কিন সংস্থাৰ এই মেছেজিং এপ ব্যৱহাৰ নহয় চীনত। কঠোৰ নিৰাপত্তাৰ কাৰণে এই দেশৰ মানুহে Whatsapp ব্যৱহাৰ কৰিব নোৱাৰে। Whatsapp ব্যৱহাৰ নকৰিলেও কিছু বিকল্প এপ আছে চীনৰ। VPNৰ মাধ্যমেৰে এই এপ ব্যৱহাৰ কৰে চীনে। Whatsappৰ সলনি চীনৰ নাগৰিকে তেওঁলোকৰ নিজা ছচিয়েল মিডিয়া এপ WeChat ব্যৱহাৰ কৰে।

ইৰাণ
দেশজুৰি বিভিন্ন স্থানত অশান্তি আৰু প্ৰতিবাদৰ কাৰণে ইৰাণ চৰকাৰে Whatsapp নিষিদ্ধ কৰিছে। এই দেশৰ চৰকাৰৰ মতে মেটা মালিকাধীন এই Whatsapp এটা ইহুদীবাদী ষড়যন্ত্ৰৰ অংশ। সেয়ে এই দেশত কোনোৱেই Whatsappএপ ব্যৱহাৰ নকৰে।

উত্তৰ কোৰিয়া
এই দেশৰ চৰকাৰৰ তৰফৰ পৰাও খুবেই কঠোৰভাৱে ইণ্টাৰনেট ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। উত্তৰ কোৰিয়াৰ মাত্ৰ কেইগৰাকীমান ব্যক্তিয়েহে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে। এই পৰিস্থিতিত সাধাৰণ মানুহে Whatsapp ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে তেওঁলোকে মৃত্যুদণ্ডৰ দৰে শাস্তি লাভ কৰিব পাৰে। সমস্ত বিদেশী এপ আৰু ৱেবচাইট উত্তৰ কোৰিয়াত একেবাৰে নিষিদ্ধ।

ছিৰিয়া
২০১১ চনৰ পৰা গৃহযুদ্ধত বিপৰ্যস্ত এখন দেশ ছিৰিয়া। যাৰ ফলত সমস্ত যোগাযোগ আৰু তথ্য-প্ৰচাৰৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিছে ছিৰিয়া চৰকাৰে। এই দেশৰ মানুহৰ হাতত কোনো ধৰণৰ মাৰ্কিণ এপ ব্যৱহাৰ কৰা নিষিদ্ধ। যাৰ মাজত আছে Whatsappয়ো। এই দেশৰ চৰকাৰে ভাৱিছে যে এই এপ বিদ্ৰোহীসকলৰ যোগাযোগৰ এবিধ ডাঙৰ হাথিয়াৰ হৈ উঠিছে।

তুৰস্ক
পৰ্যটনৰ বাবে বেছ পৰিচিত এখন দেশ হৈছে তুৰস্ক। প্ৰতি বছৰে এই দেশলৈ লাখ লাখ মানুহ ফুৰিবলৈ আহে। কিন্তু জানিলে অবাক হ’ব যে, এই দেশত সম্পূৰ্ণভাৱে নিষিদ্ধ ফেছবুক, ইউটিউব আৰু Whatsapp। ছচিয়েল মিডিয়া এপক লৈ ভীষণ কঠোৰ এই দেশৰ চৰকাৰ। ভুল তথ্য আৰু ছচিয়েল মিডিয়াৰ ওপৰত নিয়ন্ত্ৰণ বঢ়াবলৈ এই আইনৰ প্ৰস্তাৱ কৰিছে দেশৰ নেতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

June 27, 2026
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
Next Post
১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

দীপাৱলীৰ পাছতেই বুধাদিত্য ৰাজযোগ, নভৱাকৈয়ে হাতলৈ ধন আহিব ৩ ৰাশিৰ জাতকৰ

দীপাৱলীৰ পাছতেই বুধাদিত্য ৰাজযোগ, নভৱাকৈয়ে হাতলৈ ধন আহিব ৩ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.