• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৱাটছএপত ষ্টেটাছ লগাই ভাল পোৱা সকলৰ বাবে আহিছে এক বিশেষ বৈশিষ্ট্য, পূৰ্বতকৈ অধিক পাব মজা

হোৱাটছএপত ষ্টেটাছ লগাই ভাল পোৱা সকলৰ বাবে আহিছে এক বিশেষ বৈশিষ্ট্য, পূৰ্বতকৈ অধিক পাব মজা

2 years ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

12 minutes ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

45 minutes ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

2 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

14 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

14 hours ago
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

15 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

16 hours ago
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

16 hours ago
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

17 hours ago
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

18 hours ago
আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

18 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

Menstrual Cup ব্যৱহাৰৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হোৱাটছএপত ষ্টেটাছ লগাই ভাল পোৱা সকলৰ বাবে আহিছে এক বিশেষ বৈশিষ্ট্য, পূৰ্বতকৈ অধিক পাব মজা

editor by editor
June 6, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
হোৱাটছএপত ষ্টেটাছ লগাই ভাল পোৱা সকলৰ বাবে আহিছে এক বিশেষ বৈশিষ্ট্য, পূৰ্বতকৈ অধিক পাব মজা
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোৱাটছএপত ষ্টেটাছ লগাই ভাল পোৱা সকলৰ বাবে আহিছে এক বিশেষ বৈশিষ্ট্য, পূৰ্বতকৈ অধিক পাব মজা

হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে অহৰহ নতুন নতুন বৈশিষ্ট্যৰ প্ৰৱৰ্তন কৰে। এতিয়া পোহৰলৈ আহিছে যে এপটোৰ বাবে আন এটা বিশেষ বৈশিষ্ট্য উপলব্ধ হ’ব। হোৱাটছএপে মেক ব্যৱহাৰকাৰীৰ বাবে এটা বৈশিষ্ট্য আনিছে যাৰ অধীনত ডেস্কটপৰ জৰিয়তেও ষ্টেটাছ শ্বেয়াৰ কৰিব পাৰিব।

কোম্পানীয়ে এণ্ড্ৰইড ডিভাইচত এনে এটা ফিচাৰ অনাৰ পিছত মেকৰ বাবে এই ফিচাৰ মুকলি কৰিছে। শেহতীয়াকৈ হোৱাটছএপ ব্যৱহাৰকাৰীসকলক যিকোনো লিংক কৰা মোবাইল ডিভাইচৰ পৰা ষ্টেটাছ আপডেটৰ জৰিয়তে ফটো, ভিডিঅ’, জিআইএফ, টেক্সট আৰু ভইচ মেছেজ শ্বেয়াৰ কৰাৰ সুবিধা দিয়া হৈছিল।

ইয়াক মেক সংস্কৰণ ২৪.১১.৭৩ৰ শেহতীয়া বিটাত মুকলি কৰা হৈছে, যাৰ জৰিয়তে এতিয়া ডেস্কটপৰ পৰা ষ্টেটাছ আপডেট কৰিব পাৰিব।

WABetaInfo এ এটা স্ক্ৰীণশ্বটো শ্বেয়াৰ কৰিছে য’ত এই বৈশিষ্ট্যই শেষত কেনেদৰে কাম কৰিব সেয়া চাব পাৰি। এই বৈশিষ্ট্য বৰ্তমান কিছুমান বিটা পৰীক্ষকৰ বাবে উপলব্ধ আৰু আগন্তুক দিনত আন ব্যৱহাৰকাৰীৰ বাবেও ইয়াক প্ৰৱৰ্তন কৰা হ’ব বুলি আশা কৰা হৈছে।

ইয়াৰ বাহিৰেও পূৰ্বে ব্যৱহাৰকাৰীয়ে ৩০ ছেকেণ্ডৰ ভইচ মেছেজ পোষ্ট কৰিব পাৰিছিল যদিও এতিয়া ১ মিনিটৰ ভইচ মেছেজ পোষ্ট কৰাৰ সুবিধা দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: New UpdatedStatusWhats AppWhats App Status
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা
বিনোদন

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

June 16, 2026
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?
বিনোদন

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

June 16, 2026
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?
ভাৰত

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

June 16, 2026
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?
বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

June 15, 2026
Next Post
নহৰু খাইনে, মহিলাৰ বাবে ৰামবান স্বৰূপ, কোনো বৰদানতকৈ কম নহয় এই খাদ্য

নহৰু খাইনে, মহিলাৰ বাবে ৰামবান স্বৰূপ, কোনো বৰদানতকৈ কম নহয় এই খাদ্য

জুন মাহত জন্ম নেকি, ধাৰণ কৰক এই ২টা ৰত্ন, অপৰিসীম ধন-সম্পত্তি আৰু প্ৰতিপত্তিৰে ভৰিব জীৱন

জুন মাহত জন্ম নেকি, ধাৰণ কৰক এই ২টা ৰত্ন, অপৰিসীম ধন-সম্পত্তি আৰু প্ৰতিপত্তিৰে ভৰিব জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.