• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই কাম নকৰিলে ১৫ মে’ৰ পৰা কাম নকৰিব আপোনাৰ হোৱাটছএপে

এই কাম নকৰিলে ১৫ মে’ৰ পৰা কাম নকৰিব আপোনাৰ হোৱাটছএপে

5 years ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

10 minutes ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

3 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

3 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

4 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

5 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

5 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

7 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

8 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এই কাম নকৰিলে ১৫ মে’ৰ পৰা কাম নকৰিব আপোনাৰ হোৱাটছএপে

editor by editor
February 23, 2021
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত
0
এই কাম নকৰিলে ১৫ মে’ৰ পৰা কাম নকৰিব আপোনাৰ হোৱাটছএপে
0
SHARES
24.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ : হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে গুৰুত্বপূৰ্ণ এই খবৰ। হোৱাটছএপৰ নতুন প্ৰাইভেচি আপডেট গ্ৰহণ নকৰা ব্যৱহাৰকাৰীসকলে ১৫ মে’ৰ পৰা এপটো ব্যৱহাৰ কৰিব নোৱাৰিব। হোৱাটছএপৰ শেহতীয়া প্ৰাইভেচি পলিচি আপডেটক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছিল যদিও নিজৰ স্থিতিত অটল আছে এই মেছেঞ্জাৰটো। জানুৱাৰী মাহতে হোৱাটছএপে জনাইছিল যে ৮ ফেব্ৰুৱাৰীৰ পূৰ্বে ব্যৱহাৰকাৰীসকলে নতুন প্ৰাইভেচি পলিচি গ্ৰহণ নকৰিলে তেওঁলোকৰ হোৱাটছএপ বিকল হৈ যাব। কিন্তু বিষয়টো লৈ বিভিন্ন পক্ষৰ আশংকাৰ বাবে নতুন প্ৰাইভেচি পলিচি বলৱতৰ অন্তিম দিন ১৫ মে’লৈ পিছুৱাই দিছিল হোৱাটছএপে। শেহতীয়াকৈ প্ৰকাশ পোৱা মতে ১৫ মে’ৰ পূৰ্বে ব্যৱহাৰকাৰীসকলক হোৱাটছএপে নতুন টাৰ্মছ অব ছাৰ্ভিচ ব্যৱহাৰ কৰাৰ বাবে লাহে লাহে সুধিব যাতে ব্যৱহাৰকাৰীসকলে হোৱাটছএপৰ সকলো সুবিধা পাই থাকে। যিসকল ব্যৱহাৰকাৰীয়ে নতুন পলিচি গ্ৰহণ নকৰে তেওঁলোকে কিছুদিনৰ বাবে কল আৰু নটিফিকেচন পাই থাকিব কিন্তু মেছেজ পঢ়িব বা মেছেজ প্ৰেৰণ কৰিব নোৱাৰিব। হোৱাটছএপৰ শেহতীয়া প্ৰাইভেচি পলিচিৰ দ্বাৰা ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য আহৰণ কৰি সেয়া ফেচবুকৰ সৈতে শ্বেয়াৰ কৰিব পাৰে বুলি অভিযোগ উঠিছিল। এই অভিযোগৰ প্ৰত্যুত্তৰত হোৱাটছএপে প্ৰকাশ কৰিছিল যে এয়া মিছা খবৰ। এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে হোৱাটছএপে নিজাকৈ ব্যৱস্থাও গ্ৰহণ কৰিছে। হোৱাটছএপত ছাট উইণ্ডোৰ ওপৰত সৰুকৈ এটা বেনাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক নতুন প্ৰাইভেচি পলিচি সন্দৰ্ভত সৱিশেষ জনোৱা হ’ব। ব্যৱহাৰকাৰীসকলে প্ৰথমতে এই পলিচি চাই ল’ব পাৰিব আৰু গ্ৰহণ কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24whatsapp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

July 21, 2026
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই
বিনোদন

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

July 20, 2026
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী
জীৱনশৈলী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

July 20, 2026
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?
জীৱনশৈলী

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

July 20, 2026
Next Post
শিৱসাগৰ জিলাৰ ৫ সমষ্টিত টিকটৰ দৌৰত কোন কোন?

শিৱসাগৰ জিলাৰ ৫ সমষ্টিত টিকটৰ দৌৰত কোন কোন?

চিলাপথাৰত সোণোৱালক পাহৰি গ’ল প্ৰধানমন্ত্ৰীয়ে

চিলাপথাৰত সোণোৱালক পাহৰি গ’ল প্ৰধানমন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.