• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

2 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

editor by editor
December 9, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ অন্যতম ধনী ব্যক্তিৰ তেওঁ পত্নী৷ কেৱল ধনী ব্যক্তিৰ পত্নীয়েই তেওঁৰ পৰিচয় নহয়৷ তেওঁ এগৰাকী নৃত্য বিশাৰদ হোৱাৰ ওপৰিও এগৰাকী ব্যৱসায়ী৷ আমি ক’ব বিচাৰিছো নীতা আম্বানীৰ কথা৷ ধনী ব্যক্তিৰ পত্নী হ’লেও নীতাৰ জীৱনো খুব এটা মসৃণ নহয়৷ অন্য ১০০ গৰাকী নাৰীৰ দৰেই তেওঁৱো ভূগিব লগা হৈছে বহু জ্বালা-যন্ত্ৰণা৷ বিবাহৰ পাছত যেতিয়া নীতা মাতৃ হ’ব পৰা নাছিল তেতিয়াই তেওঁক চিকিৎসকে স্পষ্টকৈ জনাই দিছিল যে তেওঁ স্বাভাৱিকভাৱে মাতৃ হ’ব নোৱাৰিব৷ চিকিৎসকে কোৱা এই কথাত সৰগ ভাঙি পৰিছিল নীতাৰ মূৰত৷

নীতাৰ বয়স তেতিয়া মাত্ৰ ২৩ বছৰ৷ সাক্ষাৎকাৰত তেওঁ নিজেই জনাইছিল যে, সেই সময়ত তেওঁৰ মূৰত আকাশ ভাঙি পৰিছিল৷ মনোকষ্টত ভূগিছিল নীতা৷ কিন্তু সেই যুদ্ধ জয় কৰি নীতা আজি তিনি সন্তানৰ মাতৃ৷ কেনেকৈ এয়া সম্ভৱ হৈ উঠিল? চিকিৎসকক কেনেকৈ ভুল প্ৰমাণিত কৰিলে নীতা-মুকেশে?

ইশা আৰু আকাশ নীতাৰ যমজ সন্তান৷ ঈশা আৰু আকাশক নীতাই আইভিএফ অৰ্থাৎ Vitro Fertilization পদ্ধতিৰে জন্ম দিছিল৷ ১৯৯১ চনত আইভিএফ কিন্তু মুখৰ কথা নহয়৷ সেই সময়ত আইভিএফৰ প্ৰচলন দেশত বেছিকৈ নাছিল৷ কিন্তু সেই সময়ত কেনেকৈ এই পন্থা ল’লে নীতা-মুকেশে? আকাশ-ঈশাৰ জন্মও এক আখ্যান৷ নীতাই এই সন্দৰ্ভত কয়,‘আমি দুয়ো মাৰ্কিন যুক্তৰাষ্ট্ৰত আছিলো৷ মই তেতিয়া অন্তঃসত্ত্বা৷ মাজে মাজে ভাৰতলৈ আহি থাকে৷ মই তাতেই আছিলো৷ এবাৰ মুকেশ আমেৰিকালৈ উভতি যাওঁতেই চিকিৎসকক লগ পৰে৷ মোৰ শাহু কোকিলাবেন আম্বানীয়ে আমাৰ চিকিৎসক ডাক্তৰ ফিৰোজাক লগ পৰে৷ তাৰ কেইদিনমান পাছতেই আমাৰ দুটাকৈ সন্তান জন্ম হয়৷ মই সন্তান জন্ম দিয়া দিনাখনো মুকেশ আৰু শাহু ফ্লাইটতেই আছিল৷ সেয়ে আমাৰ যমজ সন্তান দুটিৰ নাম আকাশ আৰু ঈশা ৰখা হ’ল৷ ঈশাৰ অৰ্থ হৈছে পাহাৰৰ দেবী আৰু আকাশতেই জন্মৰ খবৰ লাভ কৰাৰ বাবে লৰাটোৰ নাম আকাশ ৰখা হৈছিল৷’ আকাশ আৰু ঈশাৰ মাতৃ হোৱাৰ পাছতেই নীতাই অনন্তৰ জন্ম স্বাভাৱিকভাৱে দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ ৰবি যোগৰ সৈতে বৈধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সুখৰ দিন ৫ৰাশিৰ

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন