• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক সমস্যাৰ বাবে এটা কথাও কব পৰা নাছিল চিনেমাত, এগৰাকী কমেডিয়ানেহে নিজৰ মাত দিছিল

এক সমস্যাৰ বাবে এটা কথাও কব পৰা নাছিল চিনেমাত, এগৰাকী কমেডিয়ানেহে নিজৰ মাত দিছিল

2 years ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

8 minutes ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

3 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

4 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

6 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

6 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

6 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

7 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

7 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

8 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

8 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এক সমস্যাৰ বাবে এটা কথাও কব পৰা নাছিল চিনেমাত, এগৰাকী কমেডিয়ানেহে নিজৰ মাত দিছিল

editor by editor
October 15, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
এক সমস্যাৰ বাবে এটা কথাও কব পৰা নাছিল চিনেমাত, এগৰাকী কমেডিয়ানেহে নিজৰ মাত দিছিল
0
SHARES
551
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক সমস্যাৰ বাবে এটা কথাও কব পৰা নাছিল চিনেমাত, এগৰাকী কমেডিয়ানৰ মাতত হে কৰিছিল  অভিনয়

ডিঙিৰ কৰ্কট ৰোগৰ বাবে এগৰাকী অভিনেতাজনে গোটেই চিনেমাখনতেই এটাও সংলাপ ক’ব পৰা নাছিল। মাতেই নাছিল অভিনেতাগৰাকীৰ। কিন্তু চিনেমাখনৰ মুক্তিৰ পাছতো সেই কথা জানিব নোৱাৰে কোনো অনুৰাগী তথা দৰ্শকে। কিয়নো এগৰাকী সুদক্ষ কমেডিয়ানে তেখেতৰ ডাবিং দক্ষতাৰে এই সমস্যাৰ সমাধান কৰিছিল। ইমান সাৱলিল ভাৱে অভিনেতাগৰাকীৰ মাত উলিয়াইছিল যে, সেই কথা বহু লোকেই আজি পৰ্যন্ত নাজানে।

বলীউডৰ বহু তাৰকাই নিজৰ অভিনয়ৰ দক্ষতা দেখুৱাইছে। কিন্তু ইয়াৰ ভিতৰত এজন তাৰকা আছিল যাৰ কণ্ঠ আৰু সংলাপ প্ৰদান সকলোৰে প্ৰিয়। কিন্তু এই ছুপাৰষ্টাৰগৰাকী ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল যাৰ বাবে তেওঁ নিজৰ শক্তিশালী কণ্ঠৰে একো ক’ব পৰা নাছিল, তেতিয়া সেই যুগৰ নতুন কমেডিয়ান এজনে তেওঁৰ কণ্ঠেৰে ডাবিং কৰি ছবিখন সম্পূৰ্ণ কৰিছিল।

সেই অভিনেতাগৰাকী হৈছে- ৮০-৯০ৰ দশকৰ ছুপাৰষ্টাৰ ৰাজকুমাৰৰ। যিজন ৰাজকুমাৰে নিজৰ কেৰিয়াৰত বহু সফল ছবিত কাম কৰিছিল আৰু তেওঁৰ কণ্ঠই আছিল তেখেতৰ অভিনয়ৰ মূল চালিকা শক্তি। কিন্তু শেষত সেই অভিনেতাই কৰ্কট ৰোগৰ বাবে হেৰুৱাইছিল কন্ঠ।

ৰাজকুমাৰজন কঠোৰ স্বভাৱৰ বাবেও পৰিচিত আছিল। তেওঁ কেতিয়াও নিজৰ কামৰ লগত আপোচ কৰা নাছিল। তেওঁ বহুবাৰ কৈছিল যে ছবি ফ্লপ হ’লেও তেওঁৰ কঠোৰ পৰিশ্ৰম কেতিয়াও কমি নাযায়। এই ধৰণৰ আত্মবিশ্বাসে তেওঁক উদ্যোগটোত এক সুকীয়া পৰিচয় দিছিল।

যি কণ্ঠৰ আধাৰত ৰাজকুমাৰে বহু ছবিত নিজৰ অভিলয় দক্ষতা দেখুৱাইছিল, সেই কণ্ঠই ১৯৯৫ চনত মুক্তি পোৱা ‘জৱাব’ ছবিখনৰ সময়ত কন্ঠ হেৰুৱাইছিল। সেই সময়ত ৰাজকুমাৰৰ ডিঙিৰ কৰ্কট ৰোগ ধৰা পৰিছিল। কিন্তু নিজৰ ৰোগৰ কথা কাকো কোৱা নাছিল, আনকি ছবিখনৰ পৰিচালক অজয় কাশ্যপকো কোৱা নাছিল। যাৰ বাবে ছবিখনত ভালদৰে একো কব নোৱাৰা গৈ পৰিছিল।

অজয় কাশ্যপে যেতিয়া ৰাজকুমাৰক এই বিষয়ে জোৰ দি সোধে, তেতিয়াহে অভিনেতাজনৰ অসুস্থতাৰ বিষয়ে জানে। লগে লগে পৰিচালক অজয় কাশ্যপে ডাবিং কৰাৰ বাবে মানুহ বিচাৰে। সেই সময়ত কমেডিয়ান জনী লিভাৰ অন্য লোকৰ কন্ঠ অনুকৰণ কৰাত সিদ্ধহস্ত বুলি নাম কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে অজয় কাশ্যপ কাষ চাপিছিল জনী লিভাৰৰ।

জনীয়ে অজয় কাশ্যপৰ পৰামৰ্শ অনুসৰণ কৰি ৰাজকুমাৰৰ দৰে শব্দ উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু বহু পৰিমাণে সফল হৈছিল। সম্পূৰ্ণ ছবিখনেই অভিনয় ৰাজকুমাৰৰ কিন্তু কন্ঠ জনী লিভাৰৰেৰেই মুক্তি পায়। মুক্তিৰ সময়ত কোনো দৰ্শকেই ধৰিব নোৱাৰে সেয়া ৰাজকুমাৰ নহয় বৰঞ্চ জনীৰ হে মাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian ActorIndian HeroIndian MovieJony LiverRajkumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ
সমীক্ষণ (আলোচনী)

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

September 26, 2026
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম
বাণিজ্য

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
Next Post
BSNLৰ ১০৮ টকাৰ বিশেষ অফাৰ, আনলিমিটেড ভইচ কলিঙৰ লগতে থাকিব ২৮ জিবি ডাটা, লগতে..

BSNLৰ ১০৮ টকাৰ বিশেষ অফাৰ, আনলিমিটেড ভইচ কলিঙৰ লগতে থাকিব ২৮ জিবি ডাটা, লগতে..

দীপাৱলী আৰু ষঠ পূজাৰ পিছতে শনি পোনে পোনে গতি কৰিব, যাৰ ফলত চহকী হ’ব ৩ ৰাশি

দীপাৱলী আৰু ষঠ পূজাৰ পিছতে শনি পোনে পোনে গতি কৰিব, যাৰ ফলত চহকী হ'ব ৩ ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.