• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুনীতা উইলিয়ামছৰ মূৰত ফ্লুয়িড জমা হৈছে! কি অসুবিধা হয় ফ্লুয়িড জমা হ’লে?

সুনীতা উইলিয়ামছৰ মূৰত ফ্লুয়িড জমা হৈছে! কি অসুবিধা হয় ফ্লুয়িড জমা হ’লে?

2 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

1 hour ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

2 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

2 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

2 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

3 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

5 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

6 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

7 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

8 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

8 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুনীতা উইলিয়ামছৰ মূৰত ফ্লুয়িড জমা হৈছে! কি অসুবিধা হয় ফ্লুয়িড জমা হ’লে?

সুনীতা উইলিয়ামছৰ মূৰত ফ্লুয়িড জমা হৈছে! কি অসুবিধা হয় ফ্লুয়িড জমা হ’লে?

editor by editor
December 12, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, স্বাস্থ্য
0
সুনীতা উইলিয়ামছৰ মূৰত ফ্লুয়িড জমা হৈছে! কি অসুবিধা হয় ফ্লুয়িড জমা হ’লে?
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়সো ইমান কম নহয়৷ ৫৯ বছৰ৷ পৃথিৱীৰ পৰা ৰাওনা হোৱাৰ সময়ত ওজন আছিল ৬৩ কিঃগ্ৰাঃ৷ কিন্তু এতিয়া এয়া কি দশা? চকু গাঁতত সোমাইছে, শৰীৰ শীৰ্ণকায়৷ দেখিয়েই লাগে হাঁড়ে-ছালে লাগি থকা কংকাল৷ সঁচাকৈয়ে মহাকাশত ভালে নাই নেকি সুনীতা উইলিয়ামছ? বিগত কিছুদিন ধৰি নেটদুনীয়াত এইধৰণৰ প্ৰশ্ন উঠিছে৷

কোনো কোনোৱে সামাজিকমাধ্যমত লিখিছে, সুনীতাৰ শৰীৰ নিশ্চয় সুস্থ নহয়৷ ৫ জুনত ফ্লৰিডাৰ পৰা সুনীতা আৰু তেওঁৰ নভোশ্চৰ সংগী বুচ উইলমোয়ে মহাকাশলৈ যাত্ৰা কৰিছিল৷ মিছন আছিল ৮দিনৰ৷ কিন্তু স্পেছচিপ বেয়া হোৱাৰ বাবে বিগত পাঁচ মাহ ইণ্টাৰনেশ্ব্যনেল স্পেছ ষ্টেচনত দুয়ো আৱদ্ধ হৈ আছে৷ আৰু কিছুদিন দুয়ো মহাকাশতেই থাকিব লাগিব৷ ২৫ৰ ফেব্ৰুৱাৰী মাহত পৃথিৱীৰ পৰা ইলন মাস্কৰ স্পেছ এক্সৰ ৰকেটত উঠি সুনীতা আকৌ পৃথিৱীলৈ উভতি আহিব বুলি আশা কৰা হৈছে৷

কিন্তু প্ৰশ্ন আন এটাহে৷ স্পেছ ষ্টেচনত পৰ্যাপ্ত পানী আৰু খাদ্য পাইছেনে? খাদ্যৰ অভাৱত সুনীতা ৰোগীয়া হৈছে নেকি? এইসকলো প্ৰশ্নৰ মুখত পৰি নাছাই দাবী কৰিছে সুনীতা সম্পূৰ্ণ সুস্থ হৈ আছে৷ পৃথিৱীৰ পৰা দৈনিক তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থাৰ বিবৃত্তি অনুসৰি সুনীতা আৰু বুচে কমেও ৮ঘণ্টা শুৱে৷ তেওঁলোকৰ ওজন যাতে কমি নাযায় তাৰবাবে দৈনিক পিৎজা, চিকেন ৰোষ্ট, চিঙৰা আৰু টুনা মাছৰ ওপৰিও শস্যদানা জাতীয় খাদ্যৰ আৰু নানান চুপ দিয়া হৈছে৷ এইসমূহ খাদ্য আমেৰিকাৰ হিউষ্টনৰ জনছন স্পেছ চেণ্টাৰৰ স্পেছ ফুড চিষ্টেম লেবৰটৰিত তৈয়াৰ কৰা হৈছিল৷ সকলো নিখুতভাৱে পৰীক্ষা কৰাৰ পাছতেই স্পেছচিপত খাদ্য পঠিওৱা হৈছে৷

এতিয়া হয়তো কোনো কোনোৱে ক’ব মহাকাশত পিৎজা? ইছৰোৰ এগৰাকী প্ৰাক্তন বিজ্ঞানীয়ে জনাইছে যে মহাকাশত খোৱাৰ বাবে পিৎজা এনেকৈ তৈয়াৰ কৰা হয় যাতে ৰুটিৰ গুড়ি নাথাকে৷ কাৰণ ৰুটিৰ গুঁড়ি থাকিলে মহাকাশত ভাঁহে৷ সেই গুঁড়ি মহাকাশচাৰীসকলৰ নাকে মুখে সোমাই বাধা আনিব পাৰে৷ সেয়ে স্পেছ ষ্টেচনৰ ফুড মেনুত নিমখ, গোলমৰিছো দিয়া নহয়৷

নাছাই জনাইছে যে সুনীতাৰ বাবে দৈনিক দিয়া হৈছে ১ কিঃগ্ৰাঃ ৭০০ গ্ৰাম খাদ্য৷ মহাকাশচাৰীসকলৰ প্ৰত্যেককেই দিনে এক গেলন পানী দিয়া হয়৷ ৫৩০ গেলন পানীৰ টেংক আছে মহাকাশ ষ্টেচনত৷ ফলত পানীৰ অভাৱ নহয়৷ মহাকাশত ঠিকে থাকিলেও দীৰ্ঘদিন মহাকাশত থকাৰ ফলত বডি ফ্লুইড সকলো মূৰত জমা হৈছে৷ ফলত শৰীৰৰ তুলনাত মূৰটো ডাঙৰ দেখা গৈছে৷ ফলত তেওঁক ৰোগীয়া দেখা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
‘এক দেশ এক নিৰ্বাচন’, বিধেয়কত অনুমোদন মোদী চৰকাৰৰ

'এক দেশ এক নিৰ্বাচন', বিধেয়কত অনুমোদন মোদী চৰকাৰৰ

তৃতীয় টেষ্টৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া দলত হাহাকাৰ, দলৰ পৰ বাহিৰ হোৱাৰ সম্ভাৱনা এগৰাকী খেলুৱৈ

তৃতীয় টেষ্টৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া দলত হাহাকাৰ, দলৰ পৰ বাহিৰ হোৱাৰ সম্ভাৱনা এগৰাকী খেলুৱৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.