• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

17 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

17 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

19 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

19 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

20 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

21 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

22 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

23 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

23 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

23 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

editor by editor
October 5, 2024
in জীৱনশৈলী, বাণিজ্য, বিশ্ব, লেখা
0
TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইৰান আৰু ইজৰায়েলৰ মাজত উত্তেজনা ক্ৰমশ বাঢ়িব ধৰিছে৷ ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ পৰিব ধৰিছে প্ৰায় সকলোবোৰ ক্ষেত্ৰতেই৷ অৰ্থনীতিৰ ওপৰতো প্ৰভাৱ পৰিছে, বিশ্ববজাৰত ইয়াৰ প্ৰভাৱ সু-স্পষ্ট হৈছে৷ অপৰিশোধিত তেলৰ দামতো প্ৰভাৱ পৰিছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ বিশ্লেষকে কৈছে, এই যুদ্ধৰ প্ৰভাৱ সকলোতকৈ বেছিকৈ পৰিছে ভাৰতৰ ১৪টা কোম্পানীৰ ওপৰত৷ এই ১৪টা কোম্পানীৰ ভিতৰত আছে আদানী আৰু টাটা গ্ৰুপো৷

ইজৰাইলত থকা সকলো সৰু বৰ ভাৰতীয় কোম্পানীত ইয়াৰ প্ৰভাৱ পৰিছে৷ ১৪টাতকৈ বেছি ভাৰতীয় সংস্থা ইজৰাইলত আছে৷ ইয়াৰ মাজতেই ডাঙৰ ডাঙৰ কোম্পানীৰ শ্বেয়াৰ বজাৰত ইতিমধ্যে পতন আৰম্ভ হৈছে৷ ইজৰাইলৰ হাইফা বন্দৰৰ মালিকানা যি সংস্থাৰ হাতত আছে সেই আদানী পোৰ্টৰ শ্বেয়াৰ ২.৫শতাংশলৈ হ্ৰাস পাইছে৷ ছান ফাৰ্মাছিউটিকেলছ শ্বেয়াৰো স্থিতিশীল হৈ আছে৷ ভাৰতীয় এই সংস্থাই ইজৰাইলৰ টেৰো ফাৰ্মাছিউটিকেলছৰ অংশীদাৰিত্বত কাম কৰি আছে৷

জেনেৰিক ঔষধ কোম্পানী ড ৰেড্ডিছ আৰু লুপিনৰ ফালেও নজৰ ৰাখিছে বিনিয়োগকাৰীয়ে৷ অন্যান্য কোম্পানীৰ মাজত এন এম ডি চি, জুৱেলাৰী নিৰ্মাতা সংস্থা কল্যাণ জুৱেলাৰ্ছ, টাইটানৰ সৈতেও ইজৰাইলৰ সম্পৰ্ক আছে৷ টাটা কনছালটেন্সি ছাৰ্ভিচেছ, উইপ্ৰ, টেক মাহিন্দ্ৰা আৰু ইনফোচিছৰ দৰে সংস্থাও আছে ইজৰাইলত৷ এইসমূহৰ দিশেও নজৰ দিছে বিনিয়োগৰাকীয়ে৷ ইয়াৰোপৰি ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু লাৰছেন এণ্ড টুবৰোও ইজৰাইলত আছে৷ এইসমূহৰো শ্বেয়াৰত সংকট আহিব পাৰে৷

বিশেষজ্ঞই কৈছে, ইজৰাইলে যদি ইৰানৰ তেলৰ পৰিকাঠামোক টাৰ্গেট কৰে তেন্তে অপৰিশোধিত তেলৰ দাম আৰু বাঢ়িব পাৰে৷ ইৰানে স্পষ্টকৈ জনাই দিছে যে যুদ্ধ অব্যাহত ৰাখিব খুজিলে ইৰানেও আক্ৰমণ অব্যাহত ৰাখিব৷ ইৰানে কাঢ়া ধমকি দিছে ইজৰাইল আৰু আমেৰিকাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
Next Post
দুই ৰাজ্যত আহি আছে কংগ্ৰেছ! এক্সিট প’লত জম্মু-কাশ্মীৰ, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ

দুই ৰাজ্যত আহি আছে কংগ্ৰেছ! এক্সিট প’লত জম্মু-কাশ্মীৰ, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ

Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?

Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.