• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

2 years ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

22 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

1 hour ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

2 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

2 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

5 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

7 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

16 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

16 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

editor by editor
October 5, 2024
in জীৱনশৈলী, বাণিজ্য, বিশ্ব, লেখা
0
TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইৰান আৰু ইজৰায়েলৰ মাজত উত্তেজনা ক্ৰমশ বাঢ়িব ধৰিছে৷ ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ পৰিব ধৰিছে প্ৰায় সকলোবোৰ ক্ষেত্ৰতেই৷ অৰ্থনীতিৰ ওপৰতো প্ৰভাৱ পৰিছে, বিশ্ববজাৰত ইয়াৰ প্ৰভাৱ সু-স্পষ্ট হৈছে৷ অপৰিশোধিত তেলৰ দামতো প্ৰভাৱ পৰিছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ বিশ্লেষকে কৈছে, এই যুদ্ধৰ প্ৰভাৱ সকলোতকৈ বেছিকৈ পৰিছে ভাৰতৰ ১৪টা কোম্পানীৰ ওপৰত৷ এই ১৪টা কোম্পানীৰ ভিতৰত আছে আদানী আৰু টাটা গ্ৰুপো৷

ইজৰাইলত থকা সকলো সৰু বৰ ভাৰতীয় কোম্পানীত ইয়াৰ প্ৰভাৱ পৰিছে৷ ১৪টাতকৈ বেছি ভাৰতীয় সংস্থা ইজৰাইলত আছে৷ ইয়াৰ মাজতেই ডাঙৰ ডাঙৰ কোম্পানীৰ শ্বেয়াৰ বজাৰত ইতিমধ্যে পতন আৰম্ভ হৈছে৷ ইজৰাইলৰ হাইফা বন্দৰৰ মালিকানা যি সংস্থাৰ হাতত আছে সেই আদানী পোৰ্টৰ শ্বেয়াৰ ২.৫শতাংশলৈ হ্ৰাস পাইছে৷ ছান ফাৰ্মাছিউটিকেলছ শ্বেয়াৰো স্থিতিশীল হৈ আছে৷ ভাৰতীয় এই সংস্থাই ইজৰাইলৰ টেৰো ফাৰ্মাছিউটিকেলছৰ অংশীদাৰিত্বত কাম কৰি আছে৷

জেনেৰিক ঔষধ কোম্পানী ড ৰেড্ডিছ আৰু লুপিনৰ ফালেও নজৰ ৰাখিছে বিনিয়োগকাৰীয়ে৷ অন্যান্য কোম্পানীৰ মাজত এন এম ডি চি, জুৱেলাৰী নিৰ্মাতা সংস্থা কল্যাণ জুৱেলাৰ্ছ, টাইটানৰ সৈতেও ইজৰাইলৰ সম্পৰ্ক আছে৷ টাটা কনছালটেন্সি ছাৰ্ভিচেছ, উইপ্ৰ, টেক মাহিন্দ্ৰা আৰু ইনফোচিছৰ দৰে সংস্থাও আছে ইজৰাইলত৷ এইসমূহৰ দিশেও নজৰ দিছে বিনিয়োগৰাকীয়ে৷ ইয়াৰোপৰি ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু লাৰছেন এণ্ড টুবৰোও ইজৰাইলত আছে৷ এইসমূহৰো শ্বেয়াৰত সংকট আহিব পাৰে৷

বিশেষজ্ঞই কৈছে, ইজৰাইলে যদি ইৰানৰ তেলৰ পৰিকাঠামোক টাৰ্গেট কৰে তেন্তে অপৰিশোধিত তেলৰ দাম আৰু বাঢ়িব পাৰে৷ ইৰানে স্পষ্টকৈ জনাই দিছে যে যুদ্ধ অব্যাহত ৰাখিব খুজিলে ইৰানেও আক্ৰমণ অব্যাহত ৰাখিব৷ ইৰানে কাঢ়া ধমকি দিছে ইজৰাইল আৰু আমেৰিকাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল
অসম

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Next Post
দুই ৰাজ্যত আহি আছে কংগ্ৰেছ! এক্সিট প’লত জম্মু-কাশ্মীৰ, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ

দুই ৰাজ্যত আহি আছে কংগ্ৰেছ! এক্সিট প’লত জম্মু-কাশ্মীৰ, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ

Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?

Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.